শীর্ষ সংবাদ

হিমন্ত বিশ্ব শৰ্মাই মোদী চৰকাৰৰ কেবিনেটত স্থান লাভ কৰাৰ সম্ভাৱনা

উত্তৰ-পূবত এন দি এ’ৰ বিপুল বিজয়ৰ পিছত অঞ্চলটোৰ পৰা পূৰ্বতকৈ অধিক মন্ত্ৰিত্বৰ আশা বৃদ্ধি পাইছে। ১৬সংখ্যক লোকসভা ভংগ কৰাৰ বাবে...

Read moreDetails

অখিল গগৈৰ সংবাদমেল : তিনিটা কাৰণৰ বাবে বিজেপিক ভোট দিছে ৰাইজে

সপ্তদশ লোকসভা নিৰ্বাচনৰ ফলাফলক উপযুক্ত বিকল্পহীনতাত জনসাধাৰণৰ মতদান আখ্যা দিছে কৃষক মুক্তিৰ নেতা অখিল গগৈয়ে। বিজেপিৰ জয়ক দেশবাসীৰ বাবে বেয়া...

Read moreDetails

কাইলৈ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফল ঘোষণা; upolobdha নামৰ এপৰ উপৰি চাব পাৰিব কেইবাটাও ৱেবছাইটত

কাইলৈ, অৰ্থাৎ ২৫ মে’ত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল। পৰীক্ষাটোৰ আয়োজক অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে পুৱা...

Read moreDetails

‘নোটা’ ভোটৰ বাবে বিজেপিয়ে হেৰুৱালে নেকি নগাঁও! ; সমগ্ৰ ৰাজ্যত ১,৭৭,৯০১ টা নোটা ভোট  

২৩ মে’ত ঘোষণা কৰা হ’ল দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ ফলাফল। লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰীয়...

Read moreDetails

নাগৰিকত্ব বিধেয়কক লৈ আগবাঢ়িব বিজেপি: বিজয়ৰ পিছতে দৃঢ় মন্তব্য হিমন্ত বিশ্বৰ

বিজেপিৰ উত্তৰ-পূবৰ প্ৰধান নিৰ্বাচনী ৰণনীতিজ্ঞ তথা অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে নাগৰিকত্ব বিধেয়কক লৈ তেওঁৰ দল পুনৰ...

Read moreDetails

অৱশেষত বিজয় ৰথৰ চকা থমকিল ৭ বাৰৰ সাংসদ বীৰেণ সিং ইংতিৰ

অৱশেষত অন্ত পৰিল বীৰেণ সিং ইংতিৰ ৭ টা কাৰ্য্যকালৰ বাবে লোকসভালৈ কৰা যাত্ৰাৰ। ২০১৯ লোকসভা নিৰ্বাচনৰ মোদী ঢৌত স্বায়ত্ত শাসিত...

Read moreDetails

গেৰুৱাময় অৰুণাচল; বিজেপিৰ দখলত লোকসভা, বিধানসভা

২৩ মে’ত প্ৰকাশ পোৱা লোকসভা নিৰ্বাচনৰ ফলাফলত বিজেপিয়ে সমগ্ৰ দেশত অভূতপূৰ্ব সফলতা লাভ কৰাৰ সমান্তৰালভাৱে উত্তৰ-পূবৰ ৰাজ্য অৰুণাচল প্ৰদেশৰ দুয়োখন...

Read moreDetails

মূলাগাভৰুৰ বেশেৰে মনোনয়ন দিব অহা জোনমনি দেৱী খাউণ্ডে লাভ কৰিলে কিমান ভোট?

লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান আৰম্ভ হোৱাৰ পূৰ্বে এইবাৰ অসমত লোকসভা নিৰ্বাচনৰ ফলাফলত নাগৰিকত্ব সংশোধনী বিধেয়কে প্ৰভাৱ পেলাব বুলি ভবা হৈছিল...

Read moreDetails

ফাইনেলত শিৱকে ধৰি অসমৰ তিনিগৰাকী বক্সাৰ, অন্তিম দুইত অদমনীয় মেৰীকম

গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত চলি থকা দ্বিতীয় ইণ্ডিয়া অ’পেন আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ...

Read moreDetails

বিশ্বাস অটুত ৰাখি বিজয়াৰ দুৰ্গত কুইনৰ বিজয় ৰথ

২৩ মে’ত প্ৰকাশ পোৱা লোকসভা নিৰ্বাচন-২০১৯ ৰ ঘোষিত ফলাফল অনুসৰি ৭ নং গুৱাহাটী লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী কুইন ওঝাই কংগ্ৰেছৰ...

Read moreDetails
Page 5470 of 6059 1 … 5,469 5,470 5,471 … 6,059

Stay Connected

Recent News