শীর্ষ সংবাদ

ৰাজ্যজুৰি আৰম্ভ হৈছে সদৌ অসম নাৰ্ছ সন্থাৰ অনিৰ্দ্দিষ্টকালীন কৰ্মবিৰতি

আজি ৰাজ্যজুৰি সদৌ অসম নাৰ্ছ সন্থাৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি আৰম্ভ হৈছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল, যোৰহাট...

Read moreDetails

এম্বুলেঞ্চ চালকৰ মাজত মাৰপিট, এম্বুলেঞ্চৰ ভিতৰতেই মৃত্যু ৰোগীৰ

জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ চৌহদত দেওবাৰে এক অৰাজক পৰিস্থিতিৰ সৃষ্টি হয়। দুখন এম্বুলেঞ্চৰ চালকৰ মাজত হোৱা মাৰপিটৰ ঘটনাৰ বাবে এজন...

Read moreDetails

নেপালত অসমৰ যুৱতীৰ চাঞ্চল্যকৰ Video

ভইচ অৱ নেপাল নামৰ সংগীতৰ ৰিয়েলিটি শ্ব’ এটাত আগবঢ়োৱা প্ৰদৰ্শনেৰে চুবুৰীয়া দেশখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে গুৱাহাটীৰ সুৰেখা ছেত্ৰী নামৰ যুৱতী...

Read moreDetails

হিমন্তৰ কটাক্ষৰ উচিত প্ৰত্যুত্তৰ পৰেশ বৰুৱাৰ : স্বাধীন অসমৰ প্রথমজন প্ৰধান মন্ত্ৰী পাতিব হিমন্তক

আজি এখন সংবাদমেলত বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্বই ‘পৰেশ বৰুৱা মূল সুঁতিলৈ ঘূৰি আহিলে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিম’ বুলি...

Read moreDetails

ভেন্সাৰ শিক্ষকক পঞ্চায়ত নিৰ্বাচনৰ দায়িত্ব নল’বলৈ আহ্বান অসম শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ

সমাগত পঞ্চায়ত নিৰ্বাচনত ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰীক নিৰ্বাচনী কামত খটুৱাব বিচৰা কাৰ্যত আশ্বৰ্য প্ৰকাশ কৰে অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চই। ভেন্সাৰ...

Read moreDetails

বড়োসকলক পাৰ্বত্য জনজাতিৰ মৰ্য্যাদা দিয়াৰ কুচকাৱাজৰ বিৰোধিতাত ১২ ঘণ্টীয়া কাৰ্বি আংলং বন্ধ

কাৰ্বি পাৰ্বাত্য জিলাকেইখনত বসবাস কৰা বড়োসকলক পাৰ্বত্য জনজাতিৰ মৰ্য্যাদা দিবলৈ ওলোৱাৰ প্ৰতিবাদত ২৬ নৱেম্বৰ, অৰ্থাৎ কাইলৈ কেইবাটাও সংগঠনে ১২ঘণ্টীয়া কাৰ্বি...

Read moreDetails

মোদী, সোণোৱাল, ৰামদেৱক ‘বৰলা’ আখ্যাৰে অপমানৰ অভিযোগত ৰিপুন বৰাৰ বিৰুদ্ধে বশিষ্ঠ থানাত এজনৰ এজাহাৰ

২৪ নৱেম্বৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই পঞ্চায়ত নিৰ্বাচনৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰধান মন্ত্ৰী মোদী আৰু ৰাজ্যখনৰ...

Read moreDetails

অসম গণ পৰিষদৰ নেতৃত্বই অসম চুক্তিৰে ১ কোটি অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব দিছিল : হিমন্ত

“অন্য জাতীয় দল-সংগঠনসমূহে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিলেও অসম গণ পৰিষদৰ ৰাজপথত চিঞৰি বিধেয়কৰ বিৰোধিতা কৰাৰ  নৈতিক অধিকাৰ নাই।” অগপৰ...

Read moreDetails

আলফা (স্বাঃ)ৰ প্ৰতিক্ৰিয়া : সংগঠনৰ সৈতে জড়িত নহয় আৰক্ষীয়ে আটক কৰা এজনো লিংকমেন

শেহতীয়াকৈ অসম আৰক্ষীয়ে আলফা স্বাধীনৰ সৈতে জড়িত থকাৰ সন্দেহত আটক কৰা লিংকমেন কেইজনৰ এজনো সংগঠনটোৰ সৈতে জড়িত নহয় বুলি আজি...

Read moreDetails

এইবাৰ সাংবাদিকক বিৰোধীৰ এজেণ্ট সজালে অসম বিজেপিয়ে

পঞ্চায়ত নিৰ্বাচন যিমানেই সমাগত, সিমানেই যেন থৰকাছুটি হেৰুৱাই পেলাইছে ৰাজ্যিক বিজেপিয়ে। সেয়েহে হিতাহিত জ্ঞান হেৰুৱাই প্ৰশ্ন সোধা সাংবাদিককে আক্ৰমণৰ লক্ষ্য...

Read moreDetails
Page 5495 of 5823 1 5,494 5,495 5,496 5,823

Stay Connected

Recent News