শীর্ষ সংবাদ

বিশ্বনাথত বিনামূলীয়া যোগ শিবিৰৰ সফল সামৰণি

বিশ্বনাথ জিলা শৰীৰ চৰ্চা সন্থাৰ সৌজন্যত সভাপতি দিলীপ বৰা দেৱ আৰু সম্পাদক নিত্য শৰ্মা দেৱৰ তত্বাৱধানত বিশ্বনাথৰ মাজুলীগড় চাহ বাগিচাৰ...

Read moreDetails

হিন্দুসকলক সেৱা কৰাৰ চলেৰে খ্ৰীষ্টানসকলে ধৰ্মান্তকৰণৰ বাবে টাৰ্গেট কৰি লয় : সুৰেন্দ্ৰ কুমাৰ জৈন

‘কিয় কাশ্মীৰৰ মুছলমান লোকসকলৰ ঘাটিসমূহত গীৰ্জাসমূহৰ দ্বাৰা এটাও সেৱাকাৰ্য্য সম্পাদন নহয়? ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে যে খ্ৰীষ্টানসকলে হিন্দুসকলক খ্ৰীষ্টান...

Read moreDetails

ম্যানমাৰত ৰহিঙীয়াৰ মানৱাধিকাৰ উল্লংঘনত ৰাষ্ট্ৰসংঘৰ উদ্বিগ্নতা প্ৰকাশ

ৰাৰ্ষ্ট্ৰসংঘৰ মানৱাধিকাৰ সংসদে বৃহস্পতিবাৰে প্ৰকাশ কৰিছে যে আজি পৰ্যন্ত ম্যানমাৰৰ পৰা ৰহিঙীয়া শৰণাৰ্থীৰ দলে-বলে প্ৰৱেশ হৈ থকাৰ পৰা এই কথা...

Read moreDetails

এ পি এছ চি কেলেংকাৰী : ১১ দিনৰ আৰক্ষীৰ জিম্মালৈ ১৯ গৰাকী ৰাজপত্ৰিত বিষয়া

আজি কামৰূপ(মহানগৰ)ৰ  বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱাৰ পাছত বুধবাৰে গ্ৰেপ্তাৰ হোৱা আটাইকেইজন বিষয়াকে ১১ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। বক্ৰ পথেৰে...

Read moreDetails

তৰ্জাবেৰৰ কোঠাই চৰকাৰী আৱাস গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰীৰ

নতুন নতুন চিকিৎসালয় স্থাপনেৰে অসমৰ স্বাস্থ্য খণ্ডলৈ উন্নয়নৰ নতুন দিগন্ত অনা বুলি স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দাবীৰ বিপৰীত...

Read moreDetails

ৰোগীৰ অনুপাতে চিকিৎসকৰ অভাৱ : গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ তাই আহোম ছাত্ৰ সন্থাৰ

বিগত কংগ্ৰেছ চৰকাৰৰ দিনতে ডিমৌ ৰাইচাইত স্থাপিত হোৱা ডিমৌ আদৰ্শ চিকিৎসালয়খনত চিকিৎসকৰ নাটনিয়ে ডিমৌৰ স্থানীয় ৰাইজক চিন্তিত কৰি তুলিছে। মন্ত্ৰী...

Read moreDetails

অনির্দিষ্টকালীন অনশনত বহিল অসম বিশ্ববিদ্যালয় ছাত্র সন্থা

অসম বিশ্ববিদ্যালয় ছাত্ৰ সন্থাই তেওঁলোকৰ বিভিন্ন দাবীৰ সমৰ্থনত বৃহস্পতিবাৰে দাৰ্গাকুনাত থকা বিশ্ববিদ্যালয়খনৰ চৌহদৰ বাহিৰত অনিৰ্দিষ্টকালীন অনশন ধৰ্মঘট পালন কৰিছে। স্নাতকোত্তৰ...

Read moreDetails

ধৰ্ম ইছলাম, জাতি অসমীয়া; অসমৰ নিচান উৰুৱাই মক্কাত ৩ হাজাৰখন গামোচা

ধৰ্ম ইছলাম, কিন্তু জাতি অসমীয়া। নাগৰিকত্ব বিধেয়কৰ বোকোচাত উঠি হিন্দু-মুছলমান পৰিচয়ক লৈ অসমত পূৰ্বে নোহোৱা ধৰণৰ সামাজিক-ৰাজনৈতিক বিতৰ্কৰ উন্মেষ ঘটাৰ...

Read moreDetails

বটদ্ৰবাত দুৰ্নীতি নিবাৰক শাখাৰ তদন্ত : বিদ্যালয়ৰ দ্ৰয়াৰত উদ্ধাৰ হ’ল ৫০০খন চাউলৰ ৰেশ্যন কাৰ্ড

নগাঁও জিলাৰ বটদ্ৰবা সত্ৰ সমবায় সমিতিত বিগত প্ৰায় ১৮ টা বছৰ কংগ্ৰেছে দখল কৰি থকাৰ লগতে উক্ত সময় ছোৱাত  চাউল,...

Read moreDetails

এন আৰ চিৰ খচৰা : ৰাজনাথ সিঙৰ হস্তক্ষেপ বিচাৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই

অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি তথা ৰাজ্য সভাৰ সাংসদ ৰিপুন বৰাই কেইবালাখো প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম বাদ দিবলৈ এন আৰ...

Read moreDetails
Page 5578 of 5812 1 5,577 5,578 5,579 5,812

Stay Connected

Recent News