শীর্ষ সংবাদ

উপঢৌকন : কাউৰবাহাত আৰক্ষী বিষয়া মুনীন দত্তক আটক দুৰ্নীতি নিবাৰক শাখাৰ

বাক্সা জিলাৰ কাউৰবাহা উপ-আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক উপঢৌকন লোৱাৰ অভিযোগত আটক কৰা হৈছে। অসম চৰকাৰৰ দুৰ্নীতি নিবাৰক শাখাই শুকুৰবাৰে নিশা...

Read moreDetails

শিক্ষা মন্ত্ৰীৰ মন্তব্যত অসন্তুষ্টি: ৪ জুলাইত শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ বিশেষ সভা আহ্বান

ৰাজ্যৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই অলপতে এটা ব্যক্তিগত টেলিভিছন চেনেলৰ এক অনুষ্ঠানত ভেঞ্চাৰ শিক্ষানুষ্ঠান সম্পৰ্কে কৰা কটু মন্তব্যত তীব্ৰ অসন্তুষ্টি...

Read moreDetails

৯০ বছৰত বিৰহ বেবেজীয়া মজলীয়া বিদ্যালয় : বৰ্ষজোৰা কাৰ্যসূচীৰে মহাৰজত জয়ন্তীৰ শুভাৰম্ভ

নগাঁও জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান বিৰহ বেবেজীয়া মজলীয়া বিদ্যালয়ে ৯০ বছৰত ভৰি দিলে। নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ অন্যতম পুৰণি শিক্ষানুষ্ঠান বিৰহ...

Read moreDetails

ৰাষ্ট্ৰীয় সাঁতোৰ চেম্পিয়নশ্বিপত ২১ টা স্বৰ্ণসহ অসমৰ মুঠ ৬৪ পদক অৰ্জন

পুণেৰ বালেৱাডী ক্ৰীড়া প্ৰকল্প চৌহদত শুকুৰবাৰে সামৰণি পৰা ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ আৰু জুনিয়ৰ সাঁতোৰ চেম্পিয়নশ্বিপত অসমৰ প্ৰতিযোগীয়ে ২১টা স্বৰ্ণ পদকসহ...

Read moreDetails

অসমকে ধৰি ১৯খন ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী বতৰ বিজ্ঞান বিভাগৰ

অসমকে ধৰি ১৯খন ৰাজ্যত ধাৰাসাৰ বৰষুণ হোৱাৰ সতৰ্কবাণী দিছে বতৰ বিজ্ঞান বিভাগে।দেশৰ সকলো অঞ্চলক বাৰিষাই সামৰি লোৱা বুলি শুকুৰবাৰে বিভাগটোৱে...

Read moreDetails

চামগুৰিত ৰহস্যজনকভাৱে বৃদ্ধি বিদ্যুৎ মাচুল : ভুক্তভোগী ৰাইজৰ প্ৰতিক্ৰিয়া

নগাঁও জিলাৰ চামগুৰিস্থিত অসম শক্তি বিতৰণ কোম্পানী পৰিসীমিত নামৰ বিদ্যুৎ বিভাগৰ অধীনস্থ কোম্পানীটোৰ চামগুৰি উপ সংমণ্ডল বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত প্ৰায়...

Read moreDetails

ডo নাজৰানা আহমেদ অসম চাহ খেতিয়ক সংস্থাৰ অধ্যক্ষা নিৰ্বাচিত

ৰাজ্যখনৰ চাহ উদ্যোগলৈ উল্লেখনীয় বৰঙনি আগবঢ়াই অহা অসম চাহ খেতিয়ক সংস্থা (এ টি পি এ) ৰ ৮১ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ...

Read moreDetails

অৰুণাচলৰ লিকাবালিত আই টি বি পিৰ বাহনৰ ওপৰত পাহাৰৰ শিল খহি পৰি ৫ জন জোৱান নিহত

শুকুৰবাৰে অৰুণাচল প্ৰদেশৰ নামনি ছিয়াং জিলাৰ সদৰ লিকাবালিৰ সমীপত পাহাৰৰ পৰা এটা প্ৰকাণ্ড শিল আৰু মাটি বাগৰি আহি ইণ্ডো-তিব্বেতান ব’ৰ্ডাৰ...

Read moreDetails

সৰভোগৰ দহলাপাৰাত পথ দুৰ্ঘটনাত থিতাতে নিহত দুজন যুৱক

বৰপেটা জিলাৰ সৰভোগৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দহলাপাৰাত শুকুৰবাৰে সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত স্কুটী আৰোহী দুজন...

Read moreDetails

ঢেকিয়াজুলিৰ চাহৰ দোকানত এন আৰ চিৰ নথি : বিৰোধী দলপতিৰ তদন্ত দাবী

ঢেকিয়াজুলিৰ চাহৰ দোকানত এন আৰ চিৰ নথি-পত্ৰত মিঠাই পৰিৱেশন কৰা দৃশ্য সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়ক...

Read moreDetails
Page 5598 of 5809 1 5,597 5,598 5,599 5,809

Stay Connected

Recent News