শীর্ষ সংবাদ

জনজাতিকৰণ : ৰাইজক ঠগা বিজেপিক নিৰ্বাচনত দিব উচিত প্ৰত্যুত্তৰ, যুযুধান জনগোষ্ঠীয় ঐক্যমঞ্চ

অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সমাধান নহ’লে বিজেপিয়ে ২০১৯ চনৰ নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ পাব। জনজাতিকৰণৰ অন্যতম প্ৰধান প্ৰতিশ্ৰুতিৰে নিৰ্বাচন জিকাৰ...

Read moreDetails

ইউনিক’ডৰ লণ্ডনস্থ সভাত অংশ গ্রহণ কৰা অসমৰ প্রতিনিধি দলৰ চাহ মেল

অসম সাহিত্য সভাৰ ভগৱতী প্রসাদ বৰুৱা ভৱনৰ নেহা আগৰৱালা কক্ষত অনুষ্ঠিত সভাগৃহত লণ্ডনত অনুষ্ঠিত হৈ যোৱা ইউনিক'ডৰ সভাত অংশ গ্রহণ...

Read moreDetails

চামগুৰিত দুৰ্ধৰ্ষ ডকাইত চৰপত আলীক গ্ৰেপ্তাৰ আৰক্ষীৰ

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বাজিয়াগাওঁৰ ভগামুৰৰ পৰা চামগুৰি আৰক্ষীয়ে অভিযান চলাই এটা দুৰ্ধৰ্ষ ডকাইত কৰায়ত্ব কৰিবলৈ সক্ষম হয়।...

Read moreDetails

ৰাজীৱ ভৱনত নহয়, প্ৰাক্তন মন্ত্ৰী ৰকিবুলৰ বাসগৃহত যুৱ কংগ্ৰেছীৰ বিজয় উৎসৱ

বহুদিনৰ পৰা কংগ্ৰেছৰ ভিতৰচ’ৰাত চলি অহা লবীকেন্দ্ৰী ৰাজনীতিৰ আজি সত্য সত্যতা প্ৰমাণিত হ’ল। দীৰ্ঘদিন ধৰি ৰকিবুল হুছেইনৰ প্ৰাৰ্থীয়েই জয়ী হ’ব...

Read moreDetails

আদালতৰ মজিয়াত বিস্ফোৰণ : কাজিৰঙাৰ গঁড় মাৰি খৰ্গ বিক্ৰী বন বিভাগৰ চোৰাংচোৱাৰ

কাজিৰঙাৰ গঁড় মৰাত বন বিভাগৰ লগত সম্পৰ্ক থকা লোকো জৰিত। সাধাৰণ মানুহৰ এই সন্দেহ আজি ২৭ জুনত প্ৰমাণ হ’ল আদালতটো।...

Read moreDetails

কলিয়াবৰত চোৰাংভাৱে সৰবৰাহ কৰা চেগুণ কাঠ জব্দ

ডিমাপুৰৰ পৰা মৈৰাবাৰী অভিমুখী যাত্ৰীবাহী বাছৰ পৰা আজি কলিয়াবৰত জব্দ কৰা হয় বুজন পৰিমাণৰ চেগুণ কাঠ। জানিব পৰা মতে কাঠখিনি ডিমাপুৰৰ...

Read moreDetails

জুলাইত গৰমৰ বন্ধৰ মাজতে দুদিনীয়াকৈ ‘অসম বন্ধ’

জুলাইৰ গৰমৰ বন্ধৰ মাজতে আহি আছে দুদিনীয়া (৪৮ ঘণ্টীয়া) অসম বন্ধ। জনজাতিকৰণৰ অন্যতম প্ৰধান প্ৰতিশ্ৰুতিৰে নিৰ্বাচন জিকাৰ পিছত বিজেপিয়ে দিয়া...

Read moreDetails

অটল অতুল : সৃষ্টিনগৰৰ নিৰ্মাণৰ কাম বন্ধ নহ’লে চৰকাৰৰ সৈতে সংঘাতত লিপ্ত হ’বলৈও সাজু বিধায়ক বৰা

‘চৰকাৰৰ দলৰ মানুহ মই, যেতিয়ালৈকে এইবোৰ চলি থাকিব, তেতিয়ালৈকে মই মাত মাতি যাম, কৰ্তৱ্য পালন কৰি যাম। চৰকাৰে ব্যৱস্থা গ্ৰহণ...

Read moreDetails

চৰকাৰৰ অৱহেলা : মাৰ্ঘেৰিটাত পথৰ ওপৰেৰে নাও চলাই প্ৰতিবাদ যুৱ-ছাত্ৰ পৰিষদৰ

পৰিৱৰ্তনৰ শ্ল'গানেৰে শাসনৰ বাঘজৰী হাত লৈ অসমবাসীক উন্নয়নৰ ন ন স্বপ্ন দেখুওৱা বিজেপি নেতৃত্বাধীন ৰাজ্যৰ শাসনাধিষ্ঠিত মিত্ৰজোঁট চৰকাৰখনৰ গড়কাপ্টানী মন্ত্ৰী...

Read moreDetails

টেম্পাৰিঙৰ অভিযোগ : নিৰ্বাচনী ফলাফলক কেন্দ্ৰ কৰি দুই যুৱ কংগ্ৰেছী ফৈদৰ ৰাজপথতে মাৰপিট

ৰিপুন বৰাৰ নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ অৱস্থা ক্ৰমান্বয়ে দুৰাৱস্থাৰ পিনে ঢাল খোৱা বুলি এচাম কংগ্ৰেছীয়ে অভিযোগ তোলাৰ সময়তে আজি...

Read moreDetails
Page 5602 of 5808 1 5,601 5,602 5,603 5,808

Stay Connected

Recent News