শীর্ষ সংবাদ

সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব নোৱাৰিব বাবেই শুদ্ধ এন আৰ চি নিবিচাৰে বিজেপিয়ে : আমিনুল ইছলাম

“ৰাজ্য চৰকাৰে চক্ৰান্তমূলকভাৱে প্ৰতীক হাজেলাৰ ওপৰত হেঁচা প্ৰয়োগ কৰি এখন শুদ্ধ এন আৰ চি হোৱাত বাধা দিব বিচাৰিছে। অসমৰ সকলো...

Read moreDetails

প্ৰাপ্য আদায়ৰ দাবীত টিহুত গ্ৰামীণ ডাকসেৱকৰ ধৰ্মঘটত গ্ৰাহকৰ দুৰ্ভোগ

সৰ্বভাৰতীয় গ্ৰামীণ ডাকসেৱক সন্থাৰ আহ্বানমৰ্মে কেন্দ্ৰীয় চৰকাৰৰ ডাক বিভাগৰ গ্ৰামীণ ডাকসেৱকসকলে তেওঁলোকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত যোৱা ২২ মে’ৰ পৰা...

Read moreDetails

এনআৰচিঃ বৰপেটা জিলাত বহু সংখ্যক লোকৰ নাম বাদ পৰাৰ সম্ভাৱনাক লৈ প্ৰতিক্ৰিয়া

৩০ জুনত প্রকাশ পাব ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা ৷  নাগৰিকপঞ্জী উন্নীতকৰণৰ বংশবৃক্ষ পৰীক্ষণৰ অন্তিম তাৰিখ পাৰ হোৱাৰ পাছতো ৰাজ্যৰ আন...

Read moreDetails

মাটি দখলৰ গোচৰ ক্ষিপ্ৰ ভাৱে নিষ্পত্তি কৰাৰ উদ্দেশ্যে কামৰূপ মহানগৰৰ উপায়ুক্তক অধ্যক্ষ হিচাপে লৈ সমিতি গঠন

বিভিন্ন সময়ত সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকলে মাটি দখলকাৰী সকলৰ হাতত ভেটি মাটি হেৰুৱাব লগা হয়। এনে ঘটনাৰ বলি হোৱা কিছুসংখ্যক...

Read moreDetails

নাগৰিকত্ব বিধেয়কঃ কেবিনেটত প্ৰতিবাদ নকৰি সংবাদমেলত চাফাই গালে অগপৰ তিনি মন্ত্ৰীয়ে

কালি বিজেপি চৰকাৰৰ কেবিনেট বৈঠকত আঞ্চলিক দল অগপই নিশ্চুপ হৈ থকাত ৰাজ্যজুৰি হোৱা প্ৰতিবাদৰ পাছত বিব্ৰত হৈ আজি সংবাদ মেল...

Read moreDetails

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সৰৱ নাগালেণ্ড ট্ৰাইবছ কাউন্সিল

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত অসমৰ লগতে উত্তৰ- পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত চলি থকা তুমুল প্ৰতিবাদলৈ পূৰ্ণ সমৰ্থন জনাইছে নাগালেণ্ড...

Read moreDetails

অহা ১৬ ছেপ্টেম্বৰত দেশজুৰি অনুষ্ঠিত হ’ব চি-টেট পৰীক্ষা

অসম চৰকাৰে প্ৰতিবছৰে টেট অনুষ্ঠিত নকৰাৰ ফলশ্ৰুতিত যি সময়ত অৰ্হতাসম্পন্ন শিক্ষিত যুৱক-যুৱতীয়ে ‘শিক্ষক’ হোৱাৰ সপোন ত্যাগ কৰিবলগীয়াৰ দৰে পৰিস্থিতিৰ সৃষ্টি...

Read moreDetails

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰেধিতাৰে নগাঁৱৰ উৰিয়াগাঁৱত মহন্তৰ নেতৃত্বত অগপৰ জোঁৰ সমদল

যি সময়ত কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনত ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰ আৰু বিজেপি দলে অৱস্থান গ্ৰহণ...

Read moreDetails

হিংসাত্মক ঘটনা প্ৰতিহত কৰিবলৈ আৰক্ষীৰ প্ৰচেষ্টাৰ মাজতো শ্বিলঙত অব্যাহত আছে উত্তেজনা

মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙত আজিও উত্তেজনা অব্যাহত আছে। আনহাতে, আৰক্ষী আৰু অসামৰিক প্ৰশাসনে পুনৰ কোনো হিংসাত্মক ঘটনা যাতে বিয়পিব নোৱাৰে...

Read moreDetails

চাৰিলেনযুক্ত ঘাইপথৰ কাম সম্পূৰ্ণ নোহোৱালৈ ৰহাৰ টোলগে’ট বন্ধ ৰখাৰ দাবী কেইবাটাও সংগঠনৰ

ৰহাস্থিত ৰণথলীৰ টোলগে’ট পুনৰ আৰম্ভ কৰিবলৈ চৰকাৰে ‘ইন্দাৰদ্বীপ’ নামৰ কোম্পানীটোক দায়িত্ব দিয়া বুলি প্ৰকাশিত বাতৰিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৰহাৰ...

Read moreDetails
Page 5631 of 5804 1 5,630 5,631 5,632 5,804

Stay Connected

Recent News