শীর্ষ সংবাদ

কাইলৈৰ পৰা গুৱাহাটীৰ টাটা ইনষ্টিটিউট অৱ চ’শ্বেল চাইন্সেজৰ বাৰ্ষিক সাহিত্য-সাংস্কৃতিক উৎসৱ ‘ভাওমালান’

গুৱাহাটীৰ টাটা ইনষ্টিটিউট অৱ চ’শ্বেল চাইন্সেজে কাইলৈৰ পৰা ১৮ ফেব্ৰুৱাৰিলৈকে ইয়াৰ বাৰ্ষিক সাংস্কৃতিক আৰু সাহিত্য উৎসৱ ‘ভাওমালান ২০১৮’ আয়োজন কৰিছে।...

Read moreDetails

শিৱৰাত্ৰি উপলক্ষে ভক্তই পূজা আগবঢ়ালে গুৱাহাটীৰ বশিষ্ঠাশ্ৰমৰ শিৱ মন্দিৰত : আয়োজকৰ মতে পূৰ্বতকৈ কমিছে ভিৰ

অইন বাৰৰ দৰেই আজিও শিৱৰাত্ৰি উপলক্ষে বহুসংখ্যক ভক্তই গুৱাহাটীৰ বশিষ্ঠত থকা শিৱ মন্দিৰত পুৱাৰে পৰা পূজা আগবঢ়াই। বশিষ্ঠ মন্দিৰ পৰিচালনা...

Read moreDetails

উমানন্দত স্থাপন যাত্ৰী জিৰণি চ’ৰাৰ আধাৰশিলা : শিৱৰাত্ৰি উপলক্ষে ব্যাপক ভিৰ গুৱাহাটীৰ শিৱ মন্দিৰসমূহত

শিৱৰাত্ৰি উপলক্ষে অইন বাৰৰ দৰেই আজিও ব্ৰহ্ম পুৱাৰে পৰা অগণন ভক্তই গুৱাহাটীৰ বিভিন্ন শিৱ মন্দিৰ বিশেষকৈ উমানন্দ মন্দিৰত ভিৰ কৰে।...

Read moreDetails

অসমত চলি থকা পথনিৰ্মাণত ‘অনিয়ম আৰু নিম্নমানৰ কাম’ৰ অভিযোগ ‘অতি গুৰুতৰ’ : স্বীকাৰ গড়কাপ্তানি মন্ত্ৰীৰ

অসমৰ বিভিন্ন ঠাইত চলি থকা পথসমূহৰ নিৰ্মাণত অনিয়ম আৰু নিম্ন মানৰ কাম হোৱা বুলি উঠা অভিযোগ সম্পৰ্কে তদন্ত কৰি তিনিদিনৰ...

Read moreDetails

নামনি সোৱণশিৰি বৃ্হৎ বান্ধৰ বৃ্হস্পতিবাৰে শুনানি : সেউজ ন্যায়াধিকৰণে পৰীক্ষা কৰিব কেন্দ্ৰীয় চৰকাৰৰ বিশেষজ্ঞ সমিতিৰ বৈধতা

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে অহা বৃ্হস্পতিবাৰে নতুন দিল্লীত ২০০০ মেগাৱাট নামনি সোৱণশিৰি জল বিদ্যুৎ প্ৰকল্পৰ শুনানি গ্ৰহণ কৰিব। ন্যায়াধিকৰণে বান্ধটো সন্দৰ্ভত...

Read moreDetails

শিৱসাগৰ ডিমৌত ঐতিহাসিক মৈদামত চলিছে বেদখল : চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবীত স্মাৰকপত্ৰ চ’ৰগুৱা আটাছুৰ

শিৱসাগৰ ডিমৌৰ চ'ৰগুৱাত  থকা ঐতিহাসিক মৈদামত চলিছে বেদখল। এই কীৰ্তিচিহ্নসমূহ  বেদখলমুক্ত কৰাৰ দাবীত আজি সদৌ অসম তাই-আহোম ছাত্ৰ সন্থাৰ চ'ৰগুৱা...

Read moreDetails

ৱেলে’ন্তাইন দে’ উপলক্ষে গুৱাহাটীত জুবলী ফাউণ্ডেইশ্যনৰ সহযোগিতাত আয়োজন অংগ দান অভিযান

ৱেলে’ন্তাইন দে’ উপলক্ষে গুৱাহাটীত আয়োজন কৰা হৈছে এক অংগ দান অভিযান। জুবলী ফাউণ্ডেইশ্যনৰ সহযোগিতাত কাইলৈৰ ৱেলে’ন্তাইন দে’ উপলক্ষে ‘জীৱনৰ উপহাৰ’...

Read moreDetails

এন আই টি ছিকিমত পানীৰ ব্যাপক নাটনি, ৰাজ্য চৰকাৰৰ লগতো আলোচনা এন আই টি কৰ্তৃপক্ষৰ

এন আই টি ছিকিমত যোৱা প্ৰায় এসপ্তাহ ধৰি পানীৰ নাটনি চলিছে। এন আই টিৰ এগৰাকী জ্যেষ্ঠ শিক্ষকে জনাইছে যে চৌহদলৈ...

Read moreDetails

শিক্ষা কৰ্মীৰ নায্য প্ৰাপ্তিৰ দাবীত জ্যোতিকেন্দ্ৰ শিক্ষা কৰ্মী সন্থাৰ প্ৰতিবাদ

২০০৩ চনৰ পৰা জ্যোতিকেন্দ্ৰ শিক্ষা কৰ্মীসকলক তেওঁলোকৰ ন্যায্য দাবীসমূহৰ পৰা বঞ্চিত কৰি অহাৰ অভিযোগ তুলি আজি দিছপুৰ লাষ্ট গেটত এক...

Read moreDetails

৯০০ ঔদ্যোগিক প্ৰতিষ্ঠানলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ

প্ৰদূষণ নিয়ন্ত্ৰণ বিধিক অংগুষ্ঠ দেখুৱাই পাৰিপাৰ্শ্বিকতাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা কামৰূপ জিলাৰ প্ৰায় ৯০০ ঔদ্যোগিক প্ৰতিষ্ঠানলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি...

Read moreDetails
Page 5730 of 5765 1 5,729 5,730 5,731 5,765

Stay Connected

Recent News