শীর্ষ সংবাদ

গাওঁৰক্ষী সভাপতিক ঘপিয়াই বধ তান্ত্ৰিকৰ, মৃত্যুৰে যুঁজ আন এজনৰ

কামৰূপ জিলাৰ বামুন্দিৰ হাতীমূৰীয়া পাহাৰত সোমবাৰে ৰাতি জগদীশ ডেকা নামৰ এজন তান্ত্ৰিকৰ ঘাপত গাওঁৰক্ষী বাহিনীৰ সভাপতিজনে থিতাতে প্ৰাণ হেৰুওৱাৰ ঘটনাই...

Read moreDetails

অসম চৰকাৰৰ মিডিয়া মেনেজাৰৰ আন এক বিভ্ৰান্তিকৰ প্ৰমাদ : এদিন আগতীয়াকৈ জনালে শিশু দিৱসৰ শ্ৰদ্ধাঞ্জলি

দেশৰ দুগ্ধপোষ্য এটি শিশুৱেও জানে যে ১৪ নৱেম্বৰত শিশু দিৱস উদযাপন কৰা হয়। কিন্তু অসম চৰকাৰৰ মিডিয়া মেনেজাৰৰ বিচক্ষণতাৰ ফলত...

Read moreDetails

তিনিচুকীয়াৰ ফালেংগাঁৱৰ দশম শ্ৰেণীৰ ছাত্ৰীৰ আলফা স্বাধীনত যোগদান

শেহতীয়াকৈ অসমৰ নিষিদ্ধ বিদ্ৰোহী সংগঠন আলফা স্বাধীনত কেইবাজন যুৱকৰ যোগদানৰ বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰাৰ মাজতে তিনিচুকীয়া জিলাৰ লেখাপানী ফালেংগাঁৱৰ এগৰাকী...

Read moreDetails

ধলা-কাণ্ডৰ আঁৰত তৃতীয় পক্ষৰ হাত থকাৰ সম্ভাৱনাৰ কথা ক’লে অনুপ চেতিয়াই

ধলাৰ পাঁচজন বাঙালী লোকক হত্যা কৰা ঘটনাত তৃতীয় পক্ষ থাকিব পাৰে বুলি আজিৰ এখন সংবাদমেলত আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই...

Read moreDetails

প্ৰতিজন অসমীয়াই বিজেপিক উচিত প্ৰত্যুত্তৰ দিব লাগিব পঞ্চায়ত নিৰ্বাচনত : ধৈয্য কোঁৱৰ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে অখিল গগৈৰ নেতৃত্বত ৬০টা জাতীয় সংগঠনে দেওবাৰে শদিয়াৰ পৰা আৰম্ভ কৰা সংকল্প যাত্ৰা আজি শিৱসাগৰত আহি উপস্থিত...

Read moreDetails

‘কৃষকৰ নাম লৈ ফৰিঙৰ দৰে জঁপিয়াই ফুৰে!’ অখিল গগৈক সমালোচনাৰে কৃষকৰ ভোট বিচাৰিলে বিজেপিয়ে

সমাগত পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ ৰাজনীতিত বিজেপিৰ বাবে মূৰৰ কামোৰনি হৈ পৰিছে অখিল গগৈ। কাৰণ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবে বিজেপিৰ...

Read moreDetails

প্ৰাক্তন ‘মি. ডিব্ৰুগড় বিশ্ববিদ্যালয়’ৰ পুডুচেৰিত মৃত্যু; সাগৰৰ তীৰত অনুশীলন চলাই থাকোতেই ডুবিল পানীত

প্ৰাক্তন ‘মি. ডিব্ৰুগড় বিশ্ববিদ্যালয়’ তথা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ভলিবল, হেণ্ডবল খেলুৱৈ ঋতুৰাজ বৰা নামৰ ডিব্ৰুগড়ৰ মিলন নগৰৰ যুৱকজন কালিৰ পৰা পুডুচেৰিৰ...

Read moreDetails

আলফা (স্বাঃ)ৰ সংগ্ৰামক নতুন মাত্ৰা দিছে নেকি নাগৰিকত্ব বিধেয়কে?

প্ৰায় ৪০ বছৰীয়া এখন সশস্ত্ৰ সংগ্ৰাম। সাৰ্বভৌম অসমৰ দাবীত হাতত অস্ত্ৰ তুলি লৈছিল অসমৰ হাজাৰ হাজাৰ তেজাল ডেকাই। স্বপ্নৰ স্বাধীন অসমৰ...

Read moreDetails

ড০ প্ৰমোদ ভট্টাচাৰ্য্যলৈ বড়ো সমাজৰ গভীৰ শ্ৰদ্ধাঞ্জলি; এবছুৰ পতাকা অৰ্ধনমিত

বড়ো ভাষা-সংস্কৃতিৰ গৱেষণাৰ কামত জীৱন উচৰ্গা কৰা আৰু নিজৰ কামেৰে বড়ো ভাষা অধ্যয়নক নতুন মাত্ৰা দিয়া সাহিত্যাচাৰ্য ড০ প্ৰমোদ ভট্টাচাৰ্য্যলৈ...

Read moreDetails

আমাৰ এতিয়াও বিষদাঁত আছে; গতিকে দুৰ্বল বুলি ভাবিব নালাগে : অনুপ চেতিয়া (ভিডিঅ’টো চাওক)

“আমাৰ জাতীয়তাবোধ আছে। আমি অসমখনক ভাল পাওঁ। সেয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মাত মাতি আছো।” –আজি বংগভাষী অসমীয়া সমাজ আৰু...

Read moreDetails
Page 5738 of 6055 1 … 5,737 5,738 5,739 … 6,055

Stay Connected

Recent News