শীর্ষ সংবাদ

অসমৰ পৰ্যটনলৈ শুভংকৰ সময় : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰি গ’ল বলীউদৰ অভিনেত্ৰী সমীৰা ৰেড্ডীয়ে

অলপতে বলীউদৰ অভিনেত্ৰী সমীৰা ৰেড্ডীয়ে অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰি যায়। অভিনেত্ৰীগৰাকীয়ে তেওঁৰ বন্ধুবৰ্গৰ সৈতে ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰাকৃতিক সৌন্দৰ্য...

Read moreDetails

এইচ আই ভিত মৃত্যুৰ ক্ষেত্ৰত এছিয়াৰ ভিতৰত পঞ্চম, নৱম আৰু দশম স্থানত আছে ক্ৰমে ম্যানমাৰ, নেপাল আৰু বাংলাদেশ

এছিয়াত এইডছ সম্পৰ্কীয় মৃত্যুৰ ঘটনা হ্ৰাস পোৱাৰ পিছতো অঞ্চলটোত এই ৰোগত মৃত্যু হোৱাৰ ঘটনা অব্যাহত আছে। ৰাষ্ট্ৰসংঘৰ এইডছ সম্পৰ্কীয় প্ৰতিবেদনত...

Read moreDetails

ডিমা হাচাওৰ গুলীচালনাক মানৱ অধিকাৰ উলংঘনৰ ঘটনা আখ্যা এবছুৰ

‘মাইবাঙত ২৫ জানুৱাৰিত প্ৰতিবাদকাৰীৰ ওপৰত পুলিচৰ গুলীবৰ্ষণ ভাৰতীয় গণতন্ত্ৰত হোৱা অসভ্য মানৱ অধিকাৰ উলংঘন।’ মাইবাঙত কালি প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে গুলী...

Read moreDetails

বঙাইগাঁৱত ছাত্ৰীৰ মাজত চাইকেল বিতৰণ কৰিলে এন টি পি চিয়ে

গণতন্ত্ৰ দিৱস উদযাপনৰ অংশ হিচাপে শুকুৰবাৰে বঙাইগাঁৱৰ নেশ্যনেল থাৰ্মেল পাৱাৰ কৰ্পোৰেশ্যনে (এনটিপিচি) জিলাখনৰ গ্ৰামাঞ্চলৰ ছাত্ৰীসকলক চাইকেল বিতৰণ কৰে। বঙাইগাঁৱৰ বৰদৈ...

Read moreDetails

মাইবাঙত প্ৰতিবাদকাৰীৰ ওপৰত পুলিচী নৃশংসতাৰ কাইলৈ গুৱাহাটীত প্ৰতিবাদ

ডিমা হাচাও জিলাৰ মাইবাঙত কালি প্ৰতিবাদকাৰীৰ ওপৰত হোৱা গুলীচালনাৰ ঘটনাৰ প্ৰতিবাদত কাইলৈ গুৱাহাটীত সমৱেত হ’ব সমাজ কৰ্মী, বিদ্যায়তনিক ক্ষেত্ৰৰ ব্যক্তি,...

Read moreDetails

উত্তৰ-পূৰ্বাঞ্চল আৰু পশ্চিম বংগ ভ্ৰমণৰ সুবিধা হোৱাকৈ এন ই টেক্সি নামৰ এপ মুকলি

উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণৰ সুবিধা হোৱাকৈ এন ই টেক্সি নামৰ এটা এপ মুকলি কৰা হৈছে। এই এপটো আৰু এন ই টেক্সি ৱে’বছাইটটোৰ...

Read moreDetails

প্ৰধান মন্ত্ৰী মোদীয়ে উদ্বোধন কৰিব গুৱাহাটীত অনুষ্ঠিত হ’ব লগা বিশ্ব বিনিয়োগকাৰী সন্মিলনৰ

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩ আৰু ৪ ফেব্ৰুৱাৰিত গুৱাহাটীত অনুষ্ঠিত হ’ব লগা বিশ্ব বিনিয়োগকাৰী সন্মিলন উদ্বোধন কৰিব। গুৱাহাটীত কালি...

Read moreDetails

জাহ্নু বৰুৱা পৰিচালিত ‘That Gusty Morning’ প্ৰদৰ্শিত হ’ব মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত

প্ৰসিদ্ধ অসমীয়া চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱা পৰিচালিত ‘That Gusty Morning’ চিনে’মাখন মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব। মহোৎসৱখন ২৮ জানুৱাৰিৰ...

Read moreDetails

গণৰাজ্য দিৱস উদযাপনৰ মাজতে তিনিচুকীয়াৰ জাগুণত বোমা বিস্ফোৰণ

৬৯ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ মাজতে তিনিচুকীয়াৰ জাগুণত সংঘটিত হ’ল বোমা বিস্ফোৰণ। ৰাজ্যৰ চৌদিশে...

Read moreDetails

মাইবঙত আৰক্ষীৰ গুলীচালনা : গুৱাহাটীলৈ অনাৰ পথত গুৰুতৰভাৱে আহত দুজনৰ মৃত্যু

বৃহস্পতিবাৰে ১২ঘণ্টীয়া ডিমা হাচাও বন্ধৰ সময়ছোৱাত প্ৰতিবাদকাৰীলৈ মাইবং আৰক্ষীয়ে গুলীচালনা কৰাৰ ফলত গুৰুতৰভাৱে আহত দুজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ অনাৰ...

Read moreDetails
Page 5747 of 5762 1 5,746 5,747 5,748 5,762

Stay Connected

Recent News