শীর্ষ সংবাদ

গণৰাজ্য দিৱসৰ দিনাই পুনৰ উত্থাপন কৰিলে পৃথক কাৰ্বি ৰাজ্যৰ দাবী

দেশৰ অন্য প্ৰান্তৰ লগতে কাৰ্বি আংলং জিলাতো উদযাপন কৰা হ’ল ৬৯ সংখ্যক গণৰাজ্য দিৱস। জিলাখনৰ ডিফুস্থিত চৰকাৰী ল’ৰা উচ্চতৰ মাধ্যমিক...

Read moreDetails

ৰাখাইনলৈ উভতি যোৱাটো সুৰক্ষিত বুলি বিশ্বাস নকৰে ৰহিংগিয়াসকলে : ইউনিচেফ

বাংলাদেশত  থকা ৰহিংগিয়া লোকসকলে এতিয়াও ৰাখাইনত থকা নিজৰ ঘৰলৈ ঘুৰি যোৱাটো নিৰাপদ বুলি ভাৱিব পৰা নাই। কক্স বজাৰত ম্যানমাৰৰ পৰা...

Read moreDetails

বিশিষ্ট গান্ধীবাদী লেনটিনা আও থাক্কৰৰ উপৰি উত্তৰ পূৰ্বাঞ্চলৰ আন ৭ গৰাকীলৈ পদ্ম সন্মান

দেশৰ বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ স্বীকৃতি হিচাপে কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ ৮ গৰাকী বিশিষ্ট ব্যক্তিকে ধৰি দেশৰ ৮৫ গৰাকী ব্যক্তিলৈ...

Read moreDetails

প্ৰসিদ্ধ লেখক অৰূপ কুমাৰ দত্তৰ সৈতে অসমৰ তিনিগৰাকী ব্যক্তিলৈ পদ্মশ্ৰী সন্মান

বিশিষ্ট ইংৰাজী লেখক অৰূপ কুমাৰ দত্তকে ধৰি অসমৰ তিনিগৰাকী প্ৰসিদ্ধ ব্যক্তিলৈ এইবছৰৰ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। দত্তৰ উপৰি আন দুগৰাকী...

Read moreDetails

মুগা চিল্ক সামগ্রীৰ বিকাশত লোৱা ভূমিকাৰ বাবে বিটিচি প্ৰশাসনক প্ৰশংসা বিদেশী প্ৰতিনিধিৰ

জাপান, চীন, ফ্ৰান্স, থাইলেণ্ড, ৰোমানিয়া, ৰাৱাণ্ডা, উগাণ্ডা, ইথিওপিয়া, কেনিয়া, উজবেকিস্তান, বাংলাদেশ, পাৰাগুৱে, উৰুগুৱে আৰু তুৰ্কীকে ধৰি ৬৫ খন বিদেশী ৰাষ্ট্ৰৰ...

Read moreDetails

অসম সন্তান ভাৰতীয় সেনাৰ মে’জৰ জেনেৰেল ৰানা প্ৰতাপ কলিতালৈ অতি বিশিষ্ট সেৱা মেডেল

অসম সন্তান ভাৰতীয় সেনাৰ মে’জৰ জেনেৰেল ৰানা প্ৰতাপ কলিতাক গণৰাজ্য দিৱস উপলক্ষে অতি বিশিষ্ট সেৱা মেডেল আগবঢ়োৱা হৈছে। তেওঁ জম্মু-কাশ্মীৰৰ...

Read moreDetails

প্রস্তাৱিত নাগালিমত অসমৰ কোনো ভূ-খণ্ডই অন্তৰ্ভুক্ত নহয় : মুখ্যমন্ত্ৰী

প্ৰস্তাৱিত নাগালিমত অসমৰ কোনো ভূ-খণ্ডই অন্তৰ্ভুক্ত নহয়। অসমৰ ভৌগলিক অখণ্ডতা খৰ্ব হ’বলৈ দিয়া নহয়। আজি নতুন দিল্লীৰ পৰা প্ৰেৰণ কৰা...

Read moreDetails

এন চি পিয়ে মেঘালয় নিৰ্বাচনৰ বাবে আজি ঘোষণা কৰিলে আৰু ৬ জন প্ৰাৰ্থীৰ নাম

এন চি পিয়ে অহা ২৭ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’ব লগা মেঘালয় বিধান সভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে আন ৬ জন প্ৰাৰ্থীৰ...

Read moreDetails

সামগ্ৰী কঢ়িওৱা গধূৰ বাহনে নিয়ম উলংঘা কৰিছে পাঠশালা চহৰত

বৰপেটা জিলাৰ পাঠশালা চহৰত পাঠশালা আৰক্ষীয়ে চহৰ অঞ্চলৰ প্ৰতিটো প্ৰৱেশ পথতে সামগ্ৰী কঢ়িওৱা গধূৰ যান-বাহনসমূহ ৰাতিপুৱা ৮ বজাৰ পৰা গধূলি...

Read moreDetails

ত্রিপুৰাত আইপিএফটিৰ সৈতে মিত্ৰতাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে বিজেপিয়ে

ত্ৰিপুৰাত বিজেপিয়ে ইণ্ডিজেনিয়াছ পীপুলছ ফ্ৰন্ট অফ ত্ৰিপুৰা (আইপিএফটি)ৰ সৈতে  ইয়াৰ নিৰ্বাচনী মিত্ৰতাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। অহা ১৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত...

Read moreDetails
Page 5748 of 5762 1 5,747 5,748 5,749 5,762

Stay Connected

Recent News