শীর্ষ সংবাদ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৪ গৰাকী ডিনে পদত্যাগ পত্ৰ দাখিল কৰিছে

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ হাতত সোমবাৰে পদত্যাগ অৰ্পণ কৰিছে বিশ্ববিদ্যালয়খনৰ ৪গৰাকীকৈ ডিনে। পদত্যাগ কৰা ডিনকেইগৰাকী হ’ল বিজ্ঞান আৰু অভিযান্ত্ৰিক বিদ্যালয়ৰ ডিন...

Read moreDetails

তিনিটাকৈ ভূমিকম্পই জোকাৰি গ’ল সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰী

আজি সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰীতো মাত্ৰ পাঁচ মিণিটৰ ব্যৱধানত অনুভূত হ’ল তিনিটাকৈ ভূমিকম্পৰ জোকাৰণি। ৰাতিপুৱা প্ৰায় ৯ বাজি ১৭ মিণিটত...

Read moreDetails

পথ-বিদ্যুৎ-পানীযোগান নথকা গাওঁ চাবলৈ আহক কৃষি মন্ত্ৰী, অগপ মুৰব্বী অতুল বৰাৰ সমষ্টিলৈ

স্বাধীনতাৰ সত্তৰ বছৰৰ পাছতো কোনো চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা বোকাখাত সমষ্টিৰ এখন গাঁৱৰ নাম গেলেকা বালিজান গাওঁ৷ কৃষি মন্ত্ৰী অতুল...

Read moreDetails

হিজবুল মুজাহিদীনৰে সম্পৰ্ক থকাৰ সন্দেহত আটক কৰা ৩ জনক মুকলি

হিজবুল মুজাহিদীনৰ সৈতে সৈতে সম্পৰ্কৰ অভিযোগত বৰপেটাত আটক কৰা যুৱক ৩জনক মুকলি কৰি দিছে অসম আৰক্ষীয়ে। আৰক্ষী সূত্ৰৰ মতে নচিৰুজ...

Read moreDetails

অসমত গুজৰাট-সদৃশ পৰিস্থিতিৰ সকীয়নি, ‘দিচপুৰ মাৰ্চ’লৈ ওলাইছে কলিতা সংগঠন

বিজেপি চৰকাৰৰ প্ৰতিশ্ৰুতি ৰক্ষাত বিফলতাৰ বাবেই অসমতো গুজৰাট, মহাৰাষ্ট্ৰৰ সংৰক্ষণ আন্দোলনৰ দৰে ‘পৰিস্থিতি’ৰ সকীয়নিৰে অহা ৫ অক্টোবৰত ‘দিচপুৰ মাৰ্চ’ ঘোষণা কৰিছে...

Read moreDetails

অসমৰ হিন্দু সন্ত্ৰাসবাদীৰ তথ্য আৰক্ষীক দিব অখিল গগৈয়ে?

শনিবাৰৰ দিনটোত গুৱাহাটীত অনুষ্ঠিত দুখনকৈ গুৰুত্বপূৰ্ণ সংবাদমেলৰ পিছত প্ৰশ্ন উঠিছে হিন্দু সন্ত্ৰাসবাদীৰ তথ্য অসম আৰক্ষীক দিব নেকি অখিল গগৈয়ে? হিজবুল...

Read moreDetails

নাৰীৰ যৌনাংগত জলকীয়া সানি নিৰ্য্যাতন: গ্ৰেপ্তাৰ হোৱা অধিকাংশই মহিলা

যোনিত জলকীয়া গুৰি সানি এগৰাকী মহিলাক নিৰ্য্যাতন কৰা ঘটনাত কৰিমগঞ্জ আৰক্ষীয়ে শনিবাৰে গ্ৰেপ্তাৰ কৰিছে গাওঁখনৰ ১৯গৰাকীকৈ লোকক। তাৎপৰ্য্যপূৰ্ণভাৱে আটকাধীন ১৬গৰাকীয়েই...

Read moreDetails

প্ৰধান মন্ত্ৰী মোদীয়ে লালকিল্লাত থিয় হৈও মিছা কথা কয় : গুৱাহাটীত মোদীক তুলাধুনা কানহায়া কুমাৰৰ

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক ক্ষুৰধাৰ সমালোচনা কৰি বিজেপি চৰকাৰৰ নীতিৰ বিৰুদ্ধে পুনৰ সৰৱ হ’ল বহুচৰ্চিত বাওঁপন্থী যুৱনেতা কানহায়া কুমাৰ। শনিবাৰে...

Read moreDetails

সমাগত ’১৯ৰ নিৰ্বাচন: কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাৰ সৈতে ‘যোগাযোগ’ বিজেপিৰ!

’১৯ৰ লোকসভা নিৰ্বাচনৰ পদধ্বনি দেশবাসীৰ কাণত পৰাৰ সময়তে বিজেপিৰ নতুন দিল্লীস্থিত মুখ্য কাৰ্য্যালয়ে ‘যোগাযোগ’ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ববিতা...

Read moreDetails

অসম কংগ্ৰেছত ‘পৰিৱৰ্তন’ৰ বতাহ!

বিজেপি প্ৰতিশ্ৰুত ‘পৰিৱৰ্তন’ৰ বতাহছাতি এতিয়াও আহি নাপালেও অসম কংগ্ৰেছত বলিছে ‘অভ্যন্তৰীণ পৰিৱৰ্তন’ৰ সামান্য হাৱা। প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ হিচাপে তাৎক্ষণিকভাৱে বলবৎ...

Read moreDetails
Page 5766 of 6055 1 … 5,765 5,766 5,767 … 6,055

Stay Connected

Recent News