শীর্ষ সংবাদ

তৰুণ-তৰুণীৰ মাজত কিয় ইমান বৃদ্ধি পাইছে হৃদৰোগৰ সমস্যা?

যুৱক-যুৱতীসকলৰ মাজত হৃদৰোগৰ সমস্যা বৃদ্ধি পোৱাৰ মুখ্য কাৰণসমূহ হৈছে তেওঁলোকৰ পৰিৱৰ্তিত ‎জীৱনশৈলী আৰু ইয়াৰ ফলত সৃষ্টি হোৱা স্বাস্থ্যজনিত সমস্যাসমূহ। তলত...

Read moreDetails

তেজপুৰ বিশ্ববিদ্যালয়ত কিতাপ আৰু ই-সম্পদ ক্ৰয়ত ব্যাপক অনিয়ম: উপাচাৰ্যৰ বৰ্খাস্তৰ দাবী শিক্ষক-শিক্ষাৰ্থীৰ

তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাই ২০২৪-২৫ বিত্তীয় বৰ্ষত কিতাপ আৰু ই-সম্পদ ক্ৰয়ত হোৱা অনিয়মক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু এই...

Read moreDetails

বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত গোৱাৰ বাবে নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবনে হিমন্ত বিশ্ব শৰ্মাই?

ৰবীন্দ্ৰনাথ ঠাকুৰ ৰচিত 'আমাৰ সোণাৰ বাংলা, আমি তোমায় ভালবেসে' গীতটি কেবল বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীতেই নহয়, ই বঙালী সংস্কৃতি আৰু জাতীয়তাবাদৰ...

Read moreDetails

ভুক্তভোগীক বিয়া কৰালে ধৰ্ষণৰ অভিযোগত অভিযুক্তই : ‘অপৰাধ প্ৰেমৰ ফল, লালসাৰ নহয়’, ক’লে উচ্চতম ন্যায়ালয়ে

এক ব্যতিক্ৰমী ৰায়ত উচ্চতম ন্যায়ালয়ে সংবিধানৰ ১৪২ অনুচ্ছেদৰ ক্ষমতা প্ৰয়োগ কৰি নাবালিকাক ধৰ্ষণৰ অভিযোগত দোষী সাব্যস্ত হোৱা এজন ব্যক্তিৰ শাস্তি...

Read moreDetails

মৰাণৰ ‘হাউচফুল টকীজ’ কৰ্তৃপক্ষৰ মহানুভৱতা : অন্ধ ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া প্ৰদৰ্শনৰ ব্যৱস্থা ‘ৰৈ ৰৈ বিনালে’

ডিব্ৰুগড় জিলাৰ মৰাণৰ 'হাউচফুল টকীজ' কৰ্তৃপক্ষই জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ সপোনৰ ছবি 'ৰৈ ৰৈ বিনালে'ৰ শুভমুক্তি উপলক্ষে এক ব্যতিক্ৰমী পদক্ষেপ...

Read moreDetails

প্ৰদূষণৰ ভয়াৱহতা : দিল্লীৰ ৭৫% পৰিয়ালত কোনোবা এজন আক্ৰান্ত সংক্ৰমণত

দিল্লী আৰু ইয়াৰ কাষৰীয়া এনচিআৰ (NCR) অঞ্চলৰ আকাশ এতিয়া সম্পূৰ্ণৰূপে ধোঁৱাৰে আবৃত। এই প্ৰদূষণৰ ফলত ৰাজধানীৰ লোকসকলৰ জীৱন দুর্বিষহ হৈ...

Read moreDetails

‘কাশ্মীৰ ফাইলছ’ চাবলৈ চৰকাৰী কৰ্মচাৰীক অৰ্ধ ছুটী দিয়া চৰকাৰ ‘ৰৈ ৰৈ বিনালে’ৰ ক্ষেত্ৰত মৌন কিয়?

আজি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে দলৰ জ্যেষ্ঠ নেতা জগদীশ ভূঞা আৰু পংকজ লোচন গোস্বামীৰ সৈতে বিজয়নগৰৰ ছিলভাৰ স্ক্ৰীণ...

Read moreDetails

মুক্তিৰ দিনাই  ‘ৰৈ ৰৈ বিনালে’ৰ দৰ্শনী বাতিল : বঙাইগাঁৱত জুবিন অনুৰাগীৰ মাজত ক্ষোভ!

প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ শেষৰখন ছবি ‘ৰৈ ৰৈ বিনালে’ই আজি মুক্তি লাভ কৰে। কিন্তু ছবিখন মুক্তিৰ প্ৰথম দিনাই বঙাইগাঁও চহৰৰ...

Read moreDetails

শুল্ক চাপৰ মাজতে স্বাক্ষৰিত ভাৰত-আমেৰিকাৰ প্ৰতিৰক্ষা চুক্তি; ১০ বছৰীয়া সহযোগিতাৰ প্ৰতিশ্ৰুতি

শুল্কক লৈ চলি থকা টনাটনিৰ মাজতে আমেৰিকাই ভাৰতৰ সৈতে ১০ বছৰৰ বাবে এক বৃহৎ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ কৰে। শুকুৰবাৰে আমেৰিকাৰ...

Read moreDetails

বিজেপি শাসিত ৰাজস্থানত গণপ্ৰহাৰ: পঞ্চায়ত প্ৰধানৰ ঘৰত ট্ৰাক চালকক হত্যা

এইবাৰ বিজেপি শাসিত ৰাজস্থানত গণপ্ৰহাৰ ফলত মৃত্যুৰ ঘটনা পোহৰলৈ আহিছে। মঙলবাৰে নিশা সময় দীন নামৰ এজন ট্ৰাক চালকৰ এই ঘটনাত...

Read moreDetails
Page 705 of 6059 1 … 704 705 706 … 6,059

Stay Connected

Recent News