ভিডিও

কৰ’নাভাইৰাছ: সোমবাৰে ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ আহ্বান অসম চেম্বাৰ্ছ অৱ কমাৰ্চৰ

অসম চেম্বাৰ্ছ অৱ কমাৰ্চে ২৩ মাৰ্চ সোমবাৰে ৰাজ্যৰ সৰু-বৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ আহ্বান জনাইছে। বজাৰ, খাদ্য সামগ্ৰীৰ দোকান,...

Read moreDetails

কৰ’নাভাইৰাছক লৈ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল, বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা

কৰ’নাভাইৰাছক লৈ অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে জনতা ভৱনত এক সংবাদ মেল সম্বোধন কৰিছে। সংবাদ মেলখনত মন্ত্ৰীজনে কৰ’নাভাইৰাছ...

Read moreDetails

চাওক প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কৰ’নাভাইৰাছ সন্দৰ্ভত দেশবাসীলৈ আহ্বান ||Live

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ’নাভাইৰাছ সন্দৰ্ভত বৃহস্পতিবাৰে সন্ধিয়া দেশবাসীক সম্বোধন কৰিছে। প্ৰধান মন্ত্ৰীয়ে দেশবাসীক সংযম ৰক্ষা কৰিব চলিবলৈ আৰু সজাগ...

Read moreDetails

শিৱসাগৰ থানাত হাজিৰ কৃষক নেতা অখিল গগৈ; ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

আজি পুৱা ৫.৩০ বজাত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা গ্ৰেপ্তাৰ কৰি অনা কৃষক নেতা অখিল গগৈক দিনৰ ১১.৩০ বজাত শিৱসাগৰ সদৰ থানাত...

Read moreDetails

আৰক্ষীৰ জালত শিলঘাটৰ পত্নীসহ তিনি কন্যাৰ লোমহৰ্ষক হত্যাৰ অভিযুক্ত

১৪ মাৰ্চ অৰ্থাৎ শনিবাৰে নিশা কলিয়াবৰৰ শিলঘাটত সংঘটিত হোৱা লোমহৰ্ষক হত্যাকাণ্ডৰ মূল অভিযুক্ত জয়ন্ত কুমাৰ বৰ্মনক অৱশেষত আজি লখিমপুৰ আৰক্ষীয়ে...

Read moreDetails

বিটিচি নিৰ্বাচন: কোকৰাঝাৰত হাগ্ৰামা মহিলাৰী আৰু তামুলপুৰত প্ৰমোদ বড়োৰ মনোনয়ন দাখিল

আজি বিটিচি নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ প্ৰথম দিনটোতে বিটিচি প্ৰধান তথা বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰত মনোনয়ন দাখল...

Read moreDetails

লোমহৰ্ষক! নিজ ঘৰতে পত্নীসহ তিনি কন্যাক কটাৰীৰে হত্যা

কলিয়াবৰৰ শিলঘাটস্থিত অসম সমবায় মৰাপাট কলৰ আবাসিক এলেকাত শনিবাৰে নিশা সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। জয়ন্ত কুমাৰ বৰ্মন নামৰ এজন...

Read moreDetails

গুৰুতৰভাৱে অসুস্থ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ

ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত কাৰাবন্দী হৈ থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে। যোৱা তিনিদিন ধৰি...

Read moreDetails

এখন পত্ৰৰ জৰিয়তে মীৰা বৰঠাকুৰক শাস্তি প্ৰদানৰ ভাবুকি ‘অসমপ্ৰেমী’ৰ

কা বিৰোধী আন্দোলনত সক্ৰিয়ভাৱে অংশ লৈ অহা প্ৰাক্তন বিজেপি নেত্ৰী তথা সমাজকৰ্মী মীৰা বৰঠাকুৰক আজি কোনো অচিনাক্ত দুৰ্বৃত্তই এখন পত্ৰৰ...

Read moreDetails

মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ল দুয়োখন হাত নথকা মেঘালয়ৰ ছাত্ৰ; সোঁভৰিৰে লিখিলে পৰীক্ষা

হেইমনমি ছাইনাহে আজিৰ পৰা ২০ বছৰ আগতে দুয়োখন হাত নোহোৱাকৈয়ে জন্মগ্ৰহণ কৰিছিল। পৰিয়ালৰ কোনোৱে কেতিয়াও আশা কৰা নাছিল যে হেইমনমিয়ে...

Read moreDetails
Page 66 of 127 1 … 65 66 67 … 127

Stay Connected

Recent News