Latest Post

দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত শীৰ্ষস্থান অধিকাৰ কৰা ছাত্ৰক চাৰিচকীয়া বাহন উপহাৰ দিলে ঝাৰখণ্ডৰ শিক্ষা মন্ত্ৰীয়ে

দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত শীৰ্ষস্থান অধিকাৰ কৰা ছাত্ৰক চাৰিচকীয়া বাহন উপহাৰ দিলে ঝাৰখণ্ডৰ শিক্ষা মন্ত্ৰীয়ে

ঝাৰখণ্ড একাডেমীক কাউঞ্চিলে অনুষ্ঠিত কৰা দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত শীৰ্ষস্থানপ্ৰাপ্ত ছাত্ৰ দুগৰাকীক বুধবাৰে চাৰিচকীয়া বাহন উপহাৰ হিচাপে প্ৰদান কৰে...

india-slams-turkey

কাশ্মীৰ প্ৰসংগত অযথা মূৰ নঘমাব; তুৰস্কক সকিয়ালে ভাৰতে

কাশ্মীৰ প্ৰসংগক লৈ শেহতীয়াকৈ তুৰস্কই পুনৰ ভাৰত বিৰোধী স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত তুৰস্কৰ ৰাষ্ট্ৰপতি ৰিছেপ...

neet

এই বিশেষ দিনটোত ঘোষণা হ’ব পাৰে NEET 2020 ৰ ফলাফল, ছাত্ৰ-ছাত্ৰীয়ে কিদৰে ডাউনলোড কৰিব উত্তৰ পত্ৰ?

মেডিকেল পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে ছেপ্তেম্বৰ মাহৰ ১৩ তাৰিখে অনুষ্ঠিত NEET 2020 ৰ ফলাফল ঘোষণা কৰাৰ বাবে নেছনেল টেষ্টিং এজেন্সীয়ে যাৱতীয়...

WhatsApp Image 2020-09-23 at 2.12.12 PM

ৰিক্সাচালকৰ পুত্ৰৰ সপোন পূৰণ কৰিবলৈ ৩লাখ টকা দান কৰিলে হৃত্বিক ৰোশনে

বলীউদৰ এগৰাকী অতি জনপ্ৰিয় তাৰকা হৃত্বিক ৰোশনৰ বিষয়ে সকলোৱে জানে। ভাল ডেন্সাৰ তথা অভিনেতা হিচাপে যুৱ প্ৰজন্মৰ অতি প্ৰিয় এইগৰাকী...

mod

টাইম মেগাজিনৰ ১০০ গৰাকী প্ৰভাৱশালী ব্যক্তিৰ তালিকাত প্ৰধানমন্ত্ৰী মোডী

বিশ্ব বিখ্যাত আলোচনী টাইম মেগাজিনে প্ৰকাশ কৰা বিশ্বৰ ১০০ গৰাকী প্ৰভাৱশালী ব্যক্তিৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী...

Page 8834 of 15262 1 … 8,833 8,834 8,835 … 15,262

Recommended

Most Popular