ট্ৰাম্পৰ অতিৰিক্ত ‘শুল্ক চাপ’ৰ বাবেই আৰু ঘনিষ্ঠ মস্কো-নতুন দিল্লী; ডিচেম্বৰত ভাৰতলৈ আহিব পুটিন
আমেৰিকাৰ অতিৰিক্ত ‘শুল্কৰ চাপ’ৰ বাবেই নতুন দিল্লী-মস্কোৰ আৰু ওচৰ চাপিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমন্ত্ৰণৰ প্ৰতি সঁহাৰি জনাই এইবাৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি...











