NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Vineet Bagaria

পশুপ্ৰেমী বিনীত বাগাৰিয়াৰ আত্মহত্যাৰ গোচৰত আন এগৰাকী অভিযুক্তৰ আত্মসমৰ্পণ: ন্যায়িক জিম্মালৈ প্ৰেৰণ

সমগ্ৰ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি কৰা ডিব্ৰুগড়ৰ পশুপ্ৰেমী যুৱক বিনীত বাগাৰিয়াৰ আত্মহত্যা গোচৰৰ এজন প্ৰধান অভিযুক্ত সঞ্জয় শৰ্মাই আজি ডিব্ৰুগড়ৰ আদালতত...

Commonwealth Games 2022 Nayanmoni Saikia

Assam’s first medal confirmed in Birmingham 2022 Commonwealth Games: লনবলত নয়নমণি শইকীয়াই কঢ়িয়ালে আকাংক্ষিত খবৰ

ৰাজ্যৰ বাবে আন এক পৰম আকাংক্ষিত খবৰ। পুনৰ এবাৰ আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠি অসমক গৌৰৱান্বিত কৰি তুলিছে এগৰাকী খেলুৱৈয়ে। চলিত...

প্ৰিন্স চাৰ্লছৰ সংস্থালৈ বৃহৎ পৰিমাণৰ ধন দান বিন লাডেনৰ পৰিয়ালৰ

প্ৰিন্স চাৰ্লছৰ সংস্থালৈ বৃহৎ পৰিমাণৰ ধন দান বিন লাডেনৰ পৰিয়ালৰ

ওচামা বিন লাডেনৰ পৰিয়ালে ব্ৰিটেইনৰ প্ৰিন্স চাৰ্লছৰ কল্যাণ পুঁজিলৈ ১.১৯ মিলিয়ন মাৰ্কিন ডলাৰ দান কৰিছে। ৯/১১ ৰ আক্ৰমণৰ মূল অভিযুক্ত...

India records first Monkeypox death: দেশত মাঙ্কিপক্সত প্ৰথম মৃত্যু! বিদেশৰ পৰা উভতি অহাৰ পিছতেই মৃত্যু কেৰালাৰ যুৱকৰ

India records first Monkeypox death: দেশত মাঙ্কিপক্সত প্ৰথম মৃত্যু! বিদেশৰ পৰা উভতি অহাৰ পিছতেই মৃত্যু কেৰালাৰ যুৱকৰ

India records first Monkeypox death মাঙ্কিপক্সৰ সংক্ৰমণ ইতিমধ্যে ভাৰতত বিয়পিছে। এইবাৰ কেৰালাৰ এজন যুৱক এই ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে।...

Cooch Behar Tragedy: মৰ্মান্তিক! শিৱ মন্দিৰত পানী ঢালিবলৈ যোৱা কমেও ১০ জন ভক্তৰ বিদ্যুৎস্পৃষ্ট  মৃত্যু

Cooch Behar Tragedy: মৰ্মান্তিক! শিৱ মন্দিৰত পানী ঢালিবলৈ যোৱা কমেও ১০ জন ভক্তৰ বিদ্যুৎস্পৃষ্ট মৃত্যু

Cooch Behar Tragedy কোচবিহাৰৰ জল্পেশ মন্দিৰত শিৱলংগত পানী ঢালিবলৈ যোৱা ভক্তৰ এখন গাড়ী  বিদ্যুৎস্পৃষ্ট হৈ কমেও ১০ জন ভক্ত মৃত্যুমুখত...

‘আমি জাবৰ চফা কৰা মানুহ, আমাক জাবৰ বুলি ভাবিব নালাগে’: চফাই কৰ্মচাৰীৰ ক্ষোভ

‘আমি জাবৰ চফা কৰা মানুহ, আমাক জাবৰ বুলি ভাবিব নালাগে’: চফাই কৰ্মচাৰীৰ ক্ষোভ

'আমি জাবৰ চফা কৰা মানুহ, আমাক জাবৰ বুলি ভাবিব নালাগে। আমি যুঁজি যাম।' এই ক্ষোভ শিৱসাগৰৰ পৌৰসভাৰ চফাই কৰ্মচাৰীৰ। পৌৰনেত্ৰীয়ে...

Commonwealth Games 2022: কমনৱেলথ গেমছত ভাৰতৰ বাবে তৃতীয়টো স্বৰ্ণ পদক অৰ্জন অচিন্ত্য শিউলীৰ

Commonwealth Games 2022: কমনৱেলথ গেমছত ভাৰতৰ বাবে তৃতীয়টো স্বৰ্ণ পদক অৰ্জন অচিন্ত্য শিউলীৰ

Achinta Sheuli wins third gold medal for India বাৰ্মিংহাম কমনৱেলথ গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ পদকো ভাৰোত্তোলনৰ পৰাই আহিল। পশ্চিমবংগৰ অচিন্ত্য...

Dharamdev Ram

নাৰী নিৰ্যাতনৰ বিৰোধিতাৰে ভীষ্ম প্ৰতিজ্ঞা: ২২ বছৰে গা ধোৱা নাই ৰামে

আপুনি হয়তো এদিন দুদিন অথবা এসপ্তাহলৈকে গা নুধুৱাকৈ থাকি পাইছে। কিন্তু আজি এনে এজন মানুহৰ বিষয়ে ক’বলৈ লোৱা হৈছে, যিয়ে...

Encounter in Assam

এনকাউণ্টাৰ ৰাজ্য অসম! গৃহ মন্ত্ৰালয়ৰ তথ্যত এনকাউণ্টাৰত নিহতৰ তালিকাত দেশৰ ভিতৰতে তৃতীয় স্থানত

ক্ৰমশ: এখন এনকাউণ্টাৰ ৰাজ্য হোৱাৰ দিশে গতি কৰিছে অসম। বিগত এটা বছৰত অপৰাধ দমনৰ নামত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইটোৰ পিছত...

Page 2607 of 6669 1 … 2,606 2,607 2,608 … 6,669

Stay Connected

Recent News