কি হ’ব পশ্চিম গুৱাহাটীত? মিত্ৰজোঁটত ফাঁট, বিজেপিৰ দাবী তেওঁলোকৰহে ভেটি শক্তিশালী
কামৰূপ মহানগৰ জিলাৰ চাৰিটাকৈ গুৰুত্বপূৰ্ণ সমষ্টি ক্ৰমে দিচপুৰ, পূৱ-গুৱাহাটী, পশ্চিম গুৱাহাটী আৰু জালুকবাৰী। উক্ত সমষ্টিকেইটাৰ ভিতৰত পশ্চিম গুৱাহাটীত নিৰ্বাচনতকৈ নিৰ্বাচনৰ...












