বাণিজ্য

বিবাহ বিচ্ছেদে সলনি কৰি দিলে মহিলাৰ ভাগ্য; নিশাৰ ভিতৰতে হ’ল ২৪,০০০কোটি টকাৰ গৰাকী

সাধাৰণতে বিবাহিত জীৱনত বিবাহ বিচ্ছেদ এক বেদনাদায়ক অধ্যায় বুলি পৰিগণিত হৈ আহিছে। তথাপি দিনক দিনে সমগ্ৰ বিশ্বত বিবাহ বিচ্ছেদৰ ঘটনা...

Read moreDetails

JIOৰ সুদিন অব্যাহত: ৰিলায়েন্স জিঅ’ত মুবাডালা কোম্পানীয়ে বিনিয়োগ কৰিব ৯০৯৩কোটি টকা

মুকেশ আম্বানিৰ টেলিকম কোম্পানী ৰিলায়েন্স জিঅ’ত এটাৰ পাছত আন এটা বিদেশী কোম্পানীয়ে বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিছে। এইবাৰ আবু ধাবিৰ মুবাডালা...

Read moreDetails

চীনক বিদায় জনাই ভাৰতলৈ অহাৰ মন মেলিছে ৬০০টা বিদেশী কোম্পানি

ক’ৰ’না ভাইৰাছৰ কাৰণে এতিয়া ৬০০ টা বিদেশী কোম্পানিয়ে চীনক বিদায় জনাই ভাৰতলৈ অহাৰ সম্ভাৱনাই দেখা দিছে। এই সম্বন্ধে ভাৰতৰ সৈতে...

Read moreDetails

জনপ্ৰিয়তাৰ শীৰ্ষত ‘চীন বৰ্জন’ অভিযানৰ ডিজিটেল অস্ত্ৰ Remove China Apps; কেনেকৈ কৰে কাম?

মোবাইলত ঠাহ খাই থকা চীনৰ এপ সমূহ যদি আপুনি থকাটো পছন্দ কৰা নাই তেতিয়াহ’লে তাক অঁতৰোৱাৰ বাবে আহিছে ৰিম’ভ চাইনা...

Read moreDetails

ৰাজ্যত পৰিবহনৰ নথিপত্ৰৰ ম্যাদ ৩১জুলাইলৈ বৃদ্ধি; বিলম্বৰ বাবে লোৱা জৰিমনাও দিয়া হৈছে ৰেহাই

ৰাজ্যখনৰ পৰিবহন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সোমবাৰে ৰাষ্ট্ৰজোৰা লকডাউনৰ প্ৰভাৱ সম্পৰ্কে বিভাগীয় বিষয়াসকলৰ সৈতে বিতং আলোচনাত মিলিত হয়। লকডাউনৰ সময়ছোৱাত...

Read moreDetails

ভাৰতৰ সৈতে সীমা বিবাদক লৈ ক্ষুব্ধ চীনে বন্ধ কৰিলে গাহৰিৰ আমদানি

সীমান্তত প্ৰতিৰক্ষা সা-সুবিধাৰ অবৈধ নিৰ্মাণক লৈ অলপতে ভাৰতে অভিযোগ কৰাৰ প্ৰতিক্ৰিয়া হিচাপে চীনে ভাৰতৰ পৰা গাহৰি, বন গাহৰি তথা আনুষংগিক...

Read moreDetails

কন্যাক ভূপালৰ পৰা দিল্লীলৈ আনিবলৈ সুৰা ব্যৱসায়ীয়ে ভাড়াত ল’লে ১৮০ খন আসনযুক্ত বিমান

দেশত প্ৰবাসী শ্ৰমিকসকলে নিজ ৰাজ্যলৈ উভতিবৰ বাবে চলোৱা সংগ্ৰামৰ ছবি সকলোৱে দেখিছে। পৰিবহনৰ কোনো উপায় নোহোৱাত শ শ কিলোমিটাৰ পদযাত্ৰাৰে...

Read moreDetails

৪.২৫ কোটি টকাত বিক্ৰী হ’ল ৩৫বছৰ পুৰণি এযোৰ জোতা; কিন্তু কিয় ইমান দাম?

দামী জোতা পিন্ধাৰ চখ ৰখা ব্যক্তি বহু আছে। তদুপৰি, নতুন নতুন জোতা সলনি কৰি পিন্ধাৰ চখো বহুতৰে থাকে। কিন্তু কোনো...

Read moreDetails

বিপদত দেউলীয়া অনিল আম্বানি; চীনৰ বেংকৰ চাৰে পাঁচ হাজাৰ কোটি আদায়ৰ নিৰ্দেশ আদালতৰ

ৰিলায়েন্স কমিউনিকেশ্যনৰ মুৰব্বী অনিল আম্বানি ঋণৰ মাজত ডুবি থকাৰ সময়তে আহিছে আৰু এক বিপদ। মাত্ৰ ২১ দিনৰ ভিতৰত চীনৰ তিনিটা...

Read moreDetails

সস্তা হ’ব বেংকৰ ঋণ; আৰু তিনি মাহলৈ গ্ৰাহকক কিস্তি আদায়ত সকাহ

কৰ’না সংকটৰ মাজতে শুকুৰবাৰে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ (আৰ বি আই) গৱৰ্ণৰ শক্তিকান্ত দাসে ৰেপ’ ৰেট কৰ্তনৰ কথা ঘোষণা কৰিছে।...

Read moreDetails
Page 112 of 144 1 111 112 113 144

Stay Connected

Recent News