নিজকে গৌৰৱান্বিত পঞ্জাৱী বুলি দাবী কৰা দিলজিৎ দোছাঞ্জে হয়তো মনে মনে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰিছে। ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি,...
Read moreDetailsফিফা বিশ্বকাপ ২০২৬ৰ ফাইনেল খেলখন কেৱল খেলপথাৰতেই নহয়, এইবাৰ ইয়াৰ লগত সংগতি ৰাখি এক বিশাল মিউজিক শ্ব’ও অনুষ্ঠিত হ’ব। ফিফাই...
Read moreDetailsফুটবল বিশ্বকাপৰ থিম ছঙলৈ ঘূৰি আহিছে ছাকিৰাৰ যাদু। ২০১০ চনৰ বিশ্বকাপত ছাকিৰাৰ ‘ৱাকা ৱাকা’ৰ সুৰত সমগ্ৰ বিশ্বই নাচি উঠিছিল। সেই...
Read moreDetailsলিয়ংগেটৰ দ্বাৰা নিৰ্মিত মাইকেল জেকচনৰ জীৱনৰ ওপৰত আধাৰিত চলচ্চিত্ৰ মাইকেল এতিয়া বিশ্বজুৰি বক্স অফিচত এক বৃহৎ সফলতাৰ দিশে অগ্ৰসৰ হৈছে।...
Read moreDetailsদেওবাৰে পুৱাই শোকস্তব্ধ হৈ পৰিল সংগীতৰ জগতখন। কিংবদন্তি কণ্ঠশিল্পী আশা ভোছলেৰ দেহাৱসান ঘটিছে। মুম্বাইৰ ব্ৰিচ কেণ্ডি হস্পিতালত আশাই শেষ নিশ্বাস...
Read moreDetailsবৰ্ষীয়ান সংগীতশিল্পী আশা ভোছলেক মুম্বাইৰ এখন চিকিৎসালয়ত ভৰ্তিকৰা হৈছে। সূত্ৰ অনুসৰি শনিবাৰে বিয়লি তেওঁক মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত ভৰ্তি কৰোৱা...
Read moreDetailsটলিউডৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জীৰ অকাল মৃত্যু ঘটিছে। ধাৰাবাহিক এখনৰ বাবে শ্বুটিং কৰি থকা অৱস্থাত সাগৰত ডুব গৈ তেওঁৰ...
Read moreDetailsঅৰুণাচল প্ৰদেশৰ ঘন অৰণ্যত এটা নতুন পখিলা আৱিষ্কাৰ হৈছে। আৰু সেইটো উত্তৰ-পূব ভাৰতৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ নামেৰে নামাকৰণ কৰা...
Read moreDetailsছিংগাপুৰৰ ক’ৰ’নাৰ্ছ আদালতে অসমীয়া সাংস্কৃতিক জগতৰ কিংবদন্তি শিল্পী জুবিন গাৰ্গৰ মৃত্যু পানীত ডুবি হোৱা দুৰ্ঘটনাজনিত মৃত্যু বুলি ৰায়দান কৰিছে। আৰক্ষী...
Read moreDetailsহাৰিয়ানী গীত ‘তাতেৰী’ বিতৰ্কত বিপৰ্যস্ত বাদশ্বাহ। ইপিনে বলীউডৰ জনপ্ৰিয় ৰেপাৰ বাদশ্বাহে সকলোকে আচৰিত কৰি জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিছে।...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd