দেশ

চীনৰ ওপৰত তীক্ষ্ণ দৃষ্টি; সীমান্তত উত্তেজনাৰ মাজতেই লাডাখত উৰিল ৰাফেল যুদ্ধবিমান

ভাৰত আৰু চীনৰ মাজত সীমান্ত চলি থকা উত্তেজনাৰ মাজতে লাডাখ সীমান্তৰ আকাশমাৰ্গত ৰাফেল বিমান উৰুৱালে ভাৰতীয় বায়ুসেনাই। বাতৰি অনুসৰি, দেওবাৰে...

Read moreDetails

৫৪ লাখৰ ঘৰ অতিক্ৰম কৰিলে দেশত ক’ৰ’ণা আক্ৰান্তৰ সংখ্যাই, এদিনতে আক্ৰান্ত ৯৪,৬১২ গৰাকী লোক

ভাৰতত এতিয়া নিতৌ কোভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা ভয়াৱহ ভাবে বৃদ্ধি পাইছে। দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ৯৪,৬১২ গৰাকী...

Read moreDetails

আজি ৰাজ্যসভাত উত্থাপন হ’ব কৃষি বিধেয়ক, অংকৰ খেলত জয়ী হ’ব পাৰিবনে এনডিএ?

লোকসভাত সুকলমে তিনিখনকৈ কৃষি বিধেয়ক গৃহীত হোৱাৰ পিচত আজি ৰাজ্যসভাৰ মজিয়াত উত্থাপন হ’ব কৃষি বিধেয়ক । বিৰোধীৰ প্ৰৱল প্ৰতিবাদৰ মাজতো...

Read moreDetails

দিল্লীৰ বুৰাৰী কাণ্ডৰ পুনৰাবৃত্তি: জয়পুৰত উদ্ধাৰ একেটা পৰিয়ালৰে ৪ সদস্যৰ ওলমি থকা মৃতদেহ

দিল্লীৰ বুৰাৰীত ২০১৮ চনৰ ১ জুলাইত একেটা পৰিয়ালৰে ১১ গৰাকী সদস্যৰ মৃতদেহ উদ্ধাৰৰ ঘটনাৰ অসহনীয় স্মৃতি বহুতৰে মনৰ পৰা মচ...

Read moreDetails

স্বস্তি: ২১-২৩ ছেপ্তেম্বৰলৈ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত হ’ব ধাৰাসাৰ বৰষুণ

তীব্ৰ গৰমে দহি নিয়া ৰাজ্যবাসীলৈ দিল্লীস্থ কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই আনিছে এক স্বস্তিৰ খবৰ। ২১ ছেপ্তেম্বৰৰ পৰা ২৩ ছেপ্তেম্বৰলৈ অসমকে...

Read moreDetails

‘ফেলুদা’ই পৰীক্ষা কৰি জনাব কাৰ কোভিড আছে; কাৰ নাই, চৰকাৰেও দিছে অনুমতি

হয়, এতিয়াৰে পৰা ‘ফেলুদা’ই কোভিড পৰীক্ষা কৰিব। ভাৰত চৰকাৰেও ‘ফেলুদা’ক কোভিড পৰীক্ষা কৰাৰ অনুমতি দিছে। ‘ফেলুদা’ই কৰা কোভিড পৰীক্ষা নিঁখুত...

Read moreDetails

১৭ বছৰৰ অভিলেখ ভংগ: আঠ মাহতে পাকিস্তানে উলংঘা কৰিছে ৩,১৮৬ বাৰ যুদ্ধ বিৰতি

চীনৰ সৈতে ভাৰতৰ অহি-নকুল সম্পৰ্ক বিৰাজ কৰি থকাৰ সময়তে পাকিস্তানেও হেঁচা মাৰি ধৰিছে ভাৰতক। বিগত ১৭ বছৰৰ অভিলেখ ভংগ কৰি...

Read moreDetails

শেষ যাত্ৰা: গুজৰাট পোৱাৰ পিচতে ভাঙি টুকুৰা টুকুৰ কৰা হ’ব আইএনএছ বিৰাটক

এক দীৰ্ঘ পৰিক্ৰমাৰ  অন্ত পৰিবলৈ আৰু বেছি পৰ নাই। দুদিন পিচতে ভাঙি টুকুৰা টুকুৰ কৰি পেলোৱা হ’ব ভাৰতীয় নৌ সেনা...

Read moreDetails

বজাৰলৈ আহিল BMW ৰ R18 মডেলৰ বাইক, দাম আপোনাৰ সাধ্যৰ ভিতৰত হয়নে নহয় জানি লওঁক

বিলাসী বাহন নিৰ্মাণকাৰী প্ৰতিষ্ঠান BMW-এ এইবাৰ বাইকৰ বজাৰতো ভূমুকি মাৰিলে। জাৰ্মানীৰ কোম্পানীটোৱে ভাৰতত মুকলি কৰিলে R18 মডেলৰ BMW বাইক। BMW...

Read moreDetails

মুদা মৰিব কম ভাড়াত ৰে’ল যাত্ৰা কৰাৰ, নিজৰ ইচ্ছামতে ভাড়া নিৰ্দ্ধাৰণ কৰিব ব্যক্তিগত কোম্পানীয়ে

এটা এটাকৈ দেশৰ বহু কেইটা গুৰুত্বপূৰ্ণ খণ্ডৰ পৰিচালনাৰ দায়িত্ব ইতিমধ্যে ব্যক্তিগত কোম্পানীৰ হাতত এৰি দিছে চৰকাৰে। বিমান বন্দৰকে ধৰি বহু...

Read moreDetails
Page 1683 of 1816 1 1,682 1,683 1,684 1,816

Stay Connected

Recent News