দেশ

বাংগালুৰত শিশু-মহিলাসহ ৬০ গৰাকী বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ

শনিবাৰে বাংগালুৰ আৰক্ষীৰ চেণ্ট্ৰেল ক্ৰাইম ব্ৰাঞ্চে মহানগৰখনত অবৈধভাৱে বাস কৰি থকা ৬০ গৰাকী বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা সকলৰ...

Read moreDetails

‘ভাৰতবৰ্ষৰ ভাৱমূৰ্তি ম্লান কৰাত পশ্চিমীয়া সংবাদ মাধ্যমৰ অৰিহনা অধিক’: ফ্ৰাঁছোৱা গতিয়েৰ

‘’পৃথিৱীৰ অন্যতম প্ৰাচীন সভ্যতা সংস্কৃতিৰে সমৃদ্ধ ভাৰতবৰ্ষৰ ভাৱমূৰ্তি আন্তৰ্জাতিক প্ৰেক্ষাপটত ম্লান কৰাত ভূমিকা গ্ৰহণ কৰি আহিছে পশ্চিমীয়া দেশৰ একাংশ সংবাদ মাধ্যমে।‘’...

Read moreDetails

“গান্ধী নে চাভাৰকাৰ?” বিজেপিক কংগ্ৰেছৰ প্ৰশ্ন

শাসক বিজেপিৰ দেশজোৰা “সংকল্প যাত্ৰা”ৰ পথত কংগ্ৰেছে শুকুৰবাৰে উত্থাপন কৰিছে এক “মতাদৰ্শগত” প্ৰশ্ন: গান্ধী নে চাভাৰকাৰ? দুয়োগৰাকী নেতাৰ দুটা মতাদৰ্শৰ...

Read moreDetails

ফুটবল, চাম্বাৰ দেশ ব্ৰাজিল ফুৰিবলৈ এতিয়া আৰু ভিজাৰ প্ৰয়োজন নাই

ফুটবল আৰু চাম্বাৰ দেশ ব্ৰাজিল ফুৰিবলৈ ভাৰতীয় নাগৰিকক এতিয়া ভিজাৰ প্ৰয়োজন নাই। ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জে’ৰ বলচ’নাৰ’ৱে বৃহস্পতিবাৰে কৈছে যে দক্ষিণ...

Read moreDetails

আবু ধাবিত টি-১০ প্ৰতিযোগিতাত চমক দিবলৈ সাজু ছিক্সাৰ কিং যুৱৰাজ সিং

ভাৰতৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ যুৱৰাজ সিং পুনৰ সাজু হৈছে মধ্য প্ৰাশ্চ্যত অনুষ্ঠিত হ’বলগীয়া টি-১০ খেলত নিজৰ পৰাক্ৰম দেখুৱাবলৈ। যুৱৰাজ সিঙক...

Read moreDetails

BSNL বন্ধ নহয়, শক্তিশালীহে কৰাৰ ব্যৱস্থা কেন্দ্ৰৰ; আহিব 4G সেৱা

বি এচ এন এল বন্ধ হ’ব বুলি প্ৰচাৰিত বাতৰিৰ বিপৰীতে কেন্দ্ৰই বুধবাৰে "সম্পূৰ্ণৰূপে ভাৰত চৰকাৰৰ মালিকানা"ধীন টেলিকম প্ৰতিষ্ঠানটোৰ পুনৰ্জীৱনদানৰ সিদ্ধান্ত...

Read moreDetails

এতিয়া অসমীয়াতো আৰম্ভ প্ৰধান মন্ত্ৰীৰ বিভাগীয় ৱে’বছাইট

ভাৰতৰ প্ৰধান মন্ত্ৰীৰ বিভাগীয় ৱে’বছাইট www.pmindia.gov.inটোৰ বুধবাৰে অসমীয়া সংস্কৰণ মুকলি কৰা হৈছে। অসমীয়াৰ লগতে উত্তৰ-পূবৰ আন এক ভাষা মণিপুৰীতো বুধবাৰৰ পৰা...

Read moreDetails

বেংকৰ অৱস্থা “ভয়লগা”: ভাৰত চৰকাৰৰ চেয়াৰ হ্ৰাসৰ পোষকতা ন’বেল প্ৰাপক অভিজিত বেনাৰ্জীৰ

অৰ্থনীতিৰ ন’বেলপ্ৰাপক অভিজিত বিনায়ক বেনাৰ্জীয়ে ভাৰতৰ ৰাজহুৱা খণ্ডৰ বেংকসমূহত চৰকাৰৰ চেয়াৰ ৫০ শতাংশতকৈ অধিক কমোৱাৰ পোষকতা কৰিছে। ভাৰতৰ বেংকসমূহৰ বৰ্তমানৰ...

Read moreDetails

স্বৰ্গৰ দ্বাৰ! চাওক মহাকাশত হোটেল পৰিকল্পনাৰ ভাইৰেল Video

এমেৰিকান সংস্থা দি গে’টৱে’ ফাউণ্ডে’চনে মহাকাশত হোটেল খোলাৰ পৰিকল্পনা বাস্তৱ ৰূপায়ণত নামিছে। সংস্থাটোৱে ২০২৭ চনৰ ভিতৰত মহাকাশত আৱাস সম্ভৱ হ’ব...

Read moreDetails
Page 1772 of 1820 1 1,771 1,772 1,773 1,820

Stay Connected

Recent News