দেশ

দেশত পুনৰ বৃদ্ধি পাইছে বৰ্ণ বৈষম্য! এইবাৰ নিৰ্যাতনৰ বলি এইমছ গোৰখপুৰৰ নাগালেণ্ডৰ চিকিৎসক

গোৰখপুৰস্থিত এইমছত কৰ্মৰত নাগালেণ্ডৰ এগৰাকী তৃতীয় বৰ্ষৰ আৱাসিক চিকিৎসকক প্ৰতিষ্ঠানটোৰ সমীপত তিনিজন লোকে বৰ্ণবৈষম্যমূলক মন্তব্য কৰাৰ লগতে তেওঁক অনুসৰণ (stalking)...

Read moreDetails

ক্ষমা বিচাৰিও পুনৰ ভুল কেন্দ্ৰীয় মন্ত্ৰণালয়ৰ ! বিহু নাচ’ৰ বানানকলৈ তীব্ৰ সমালোচনা সামাজিক মাধ্যমত

অসমৰ পৰম্পৰাগত সাংস্কৃতিক শৈলীৰ ভুল বানান সম্পৰ্কীয় বিতৰ্ক কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰণালয়ে তেওঁলোকৰ ছচিয়েল মিডিয়া প'ষ্টত হোৱা ভুলৰ বাবে ক্ষমা বিচাৰি...

Read moreDetails

ঝাৰখণ্ডত এয়াৰ এম্বুলেন্স দুৰ্ঘটনাত ৭ জন নিহত; অগ্নিদগ্ধ ৰোগীক লৈ দিল্লীলৈ গৈ আছিল বিমানখন

ঝাৰখণ্ডত এয়াৰ এম্বুলেন্স দুৰ্ঘটনাত বিমানখনত থকা ৭ জন লোকৰে মৃত্যু হৈছে। সোমবাৰে নিশা ৰাঁচীৰ পৰা দিল্লী অভিমুখে বিমানখন উৰা মৰাৰ...

Read moreDetails

উপাৰ্জনহীন পত্নীৰ অৰ্থ এলেহুৱা নহয়, গৃহিণীৰ শ্ৰম অস্বীকাৰ কৰাটো অপৰাধ; ৰায় দিল্লী উচ্চ ন্যায়ালয়ৰ

এগৰাকী গৃহিণীৰ কামে তেওঁৰ উপাৰ্জনকাৰী সংগীক ভালদৰে কাম কৰাত সহায় কৰে। উপাৰ্জনহীন পত্নী এলেহুৱা বুলি কৰা ধাৰণাটো এটা মিথ। সোমবাৰে...

Read moreDetails

তথ্যৰ গোপনীয়তা ৰক্ষাত সন্মতি মেটা আৰু হোৱাটছএপৰ: উচ্চতম ন্যায়ালয়ত স্থগিতাদেশৰ আবেদন খাৰিজ

তথ্য 'চুৰি'ৰ অভিযোগক লৈ উচ্চতম ন্যায়ালয়ৰ কঠোৰ সমালোচনাৰ সন্মুখীন হোৱাৰ পাছত অৱশেষত সেও মানিবলৈ বাধ্য হ'ল মেটা আৰু হোৱাটছএপ। ভাৰতীয়...

Read moreDetails

‘বিহুনা’ কি? দেচোৱালিৰ হাতত পৰি বিকৃত হ’ল অসমীয়াৰ বাপতিসাহোন বিহু

অসমীয়াৰ বাপতিসাহোন উৎসৱ বিহু আৰু পৰম্পৰাগত হুঁচৰিক লৈ কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰালয়ৰ এক চৰম অজ্ঞতা পোহৰলৈ আহিছে। মন্ত্ৰালয়ৰ ফেচবুক পেজত প্ৰকাশিত...

Read moreDetails

উচ্চতম ন্যায়ালয়ত ট্ৰাম্পৰ শুল্ক বাতিলৰ পিছতে স্থগিত ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তিৰ আলোচনা

শুল্কক লৈ আমেৰিকাৰ উচ্চতম ন্যায়ালয়ত বিপৰ্যয়ৰ সন্মুখীন হৈছে ড’নাল্ড ট্ৰাম্প। এনে পৰিস্থিতিত দুয়োখন দেশৰ মাজত বাণিজ্য চুক্তিৰ আলোচনা স্থগিত ৰখা...

Read moreDetails

হলিউডৰ সৈতে ফেৰ মাৰি ‘বাফটা’ৰ মঞ্চত উজলিল মণিপুৰী ছবি ‘বুং’

৭৯ সংখ্যক বাফটাৰ (BAFTA) মঞ্চত ৰচিত হ’ল ইতিহাস। হলিউডক অতিক্ৰমি ভাৰতীয় ছবিয়ে আজুৰি আনিলে বঁটা। ফাৰহান আখতাৰ আৰু ৰিতেশ সিধৱানীৰ...

Read moreDetails

অৱতৰণৰ সময়তে ‘ব্ৰেক ফেইল’! ৰাণৱেৰ পৰা ছিটিকি গৈ বিধ্বস্ত তেজছ যুদ্ধ বিমান

ভাৰতীয় বায়ুসেনাৰ গৌৰৱ, থলুৱাভাৱে নিৰ্মিত ‘তেজছ’ যুদ্ধ বিমান পুনৰ আন এক দুৰ্ঘটনাৰ কবলত পৰে। প্ৰশিক্ষণৰ অন্তত ঘাটিলৈ উভতি যোৱাৰ পথত...

Read moreDetails

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মুকুল ৰায়ৰ মৃত্যু; ৰাজনৈতিক মহলত শোকৰ ছাঁ

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মুকুল ৰায়ৰ পৰলোকপ্ৰাপ্তি ঘটিছে। তেওঁৰ বয়স আছিল ৭৩ বছৰ। বহুদিন ধৰি তেওঁ অসুস্থ হৈ আছিল। কলকাতাৰ নিউ...

Read moreDetails
Page 290 of 1858 1 … 289 290 291 … 1,858

Stay Connected

Recent News