দেশ

৩ বিষয় বিশেষজ্ঞৰ লগতে মহাৰাষ্ট্ৰৰ চাহ বিক্ৰেতাও অভিযুক্ত! ২২ লাখ শিক্ষাৰ্থীৰ পৰীক্ষা বাতিলৰ ষড়যন্ত্ৰত দিল্লী আদালতৰ ডাঙৰ পদক্ষেপ

নিট-ইউজি (NEET-UG) ২০২৬ প্ৰশ্নকাকত ফাদিলৰ গোচৰত দিল্লীৰ এখন ফাষ্ট-ট্ৰেক আদালতে ২১ নৱেম্বৰ, শনিবাৰে আনুষ্ঠানিকভাৱে অভিযোগ গঠন কৰাৰ পাছত এতিয়া সকলো...

Read moreDetails

বিশ্ব চেম্পিয়নশ্বিপৰ পূৰ্বে গহীন স্বভাৱ এৰি ৰজনীকান্তৰ চিনেমা চোৱাত ব্যস্ত গুকেশ! খিতাপ ৰক্ষাৰ মহাৰণৰ আগত নতুন ৰূপত দেখা গ’ল ভাৰতীয় তাৰকাগৰাকীক

ছুইজাৰলেণ্ডৰ জেনেভাত অহা ২৪ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া ২০২৬ বৰ্ষৰ ফিডে বিশ্ব দবা চেম্পিয়নশ্বিপত নিজৰ বিশ্ব খিতাপ ৰক্ষাৰ বাবে অৱতীৰ্ণ...

Read moreDetails

তেজৰ সম্পৰ্কত বিবাহ নিষিদ্ধ আইন অনাৰ চিন্তা! কেন্দ্ৰক গুৰুত্বপূৰ্ণ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

তেজৰ সম্পৰ্ক বা ঘনিষ্ঠ আত্মীয়ৰ সৈতে বিবাহৰ প্ৰথা সন্দৰ্ভত কেন্দ্ৰক এইবাৰ উচ্চতম ন্যায়ালয়ে এক ডাঙৰ পৰামৰ্শ দিছে। এনে বিবাহে ভৱিষ্যত...

Read moreDetails

বিয়াৰ খবৰ পাই ইনফ্লুৱেন্সাৰৰ ঘৰত উপস্থিত যুৱক; তেওঁক বিয়া কৰাব লাগে বুলি ধৰিলে জেদ! প্ৰাণ গ’ল প্ৰহাৰত

নিয়মিতভাৱে ইনষ্টাগ্ৰামত তেওঁ ভিডিঅ’ পোষ্ট কৰে। দৈনন্দিন জীৱনৰ বিভিন্ন বিষয় উত্থাপন কৰে। ফ’ল’ৱাৰৰ সংখ্যা ছয় লাখতকৈ অলপ বেছি। দিল্লীৰ ইনফ্লুৱেন্সাৰ...

Read moreDetails

পান্নুনক হত্যাৰ চেষ্টাৰ অভিযোগত দোষী সাব্যস্ত নিখিল গুপ্তা; ১৯ বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ আদালতৰ

শিখ বিচ্ছিন্নতাবাদী গুৰপতৱন্ত সিং পান্নুনক হত্যাৰ চেষ্টা চলোৱা নিখিল গুপ্তাক শুকুৰবাৰে আমেৰিকাৰ আদালতে ১৯ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। শুকুৰবাৰে...

Read moreDetails

কংগ্ৰেছ ২৬৯, বিজেপি মাত্ৰ ৭৩! ৰাজস্থানৰ পঞ্চায়ত নিৰ্বাচনত উলটিল খেল

যোৱা ছেপ্টেম্বৰ মাহত ৰাজস্থানত পৌৰসভাৰ নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰিছিল। অৱশ্যে গাঁৱত মুখথেকেচা খাই মুখত পৰিল বিজেপি। দুমাহৰ ভিতৰতে ৰাজস্থান পঞ্চায়ত...

Read moreDetails

ফাইনেল নোহোৱাকৈয়ে পাকিস্তান বিজয়ী! দৃষ্টিহীন এছিয়া কাপত পক্ষপাতিত্বৰ অভিযোগ ভাৰতীয় ক্ৰিকেট সংস্থাৰ

ঢাকাত অনুষ্ঠিত পুৰুষৰ দৃষ্টিহীন ক্ৰিকেট এছিয়া কাপ ২০২৬-ৰ ফাইনেল মেচখন বৰষুণৰ বাবে বাতিল হোৱাৰ পাছতো পাকিস্তানক বিজয়ী ঘোষণা কৰি ট্ৰফী...

Read moreDetails

পশ্চিম এছিয়াৰ উত্তেজনাৰ বোজা!  ৮৭.৫% বাঢ়িল ভাৰতৰ খাৰুৱা তেলৰ আমদানি ব্যয়

পশ্চিম এছিয়াত পুনৰ সৃষ্টি হোৱা উত্তেজনাৰ বাবে আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ খাৰুৱা তেলৰ মূল্য বৃদ্ধি পোৱাত যোৱা অক্টোবৰ মাহত ভাৰতৰ খাৰুৱা তেলৰ...

Read moreDetails

আমন্ত্ৰণ আছিল সংস্কৃতি মন্ত্ৰীক, কিন্তু দিল্লীলৈ আহিল পাকিস্তানৰ জলবায়ু মন্ত্ৰী! কি আলোচনা হ’ব এই বিশেষ বৈঠকত?

চাংহাই সহযোগিতা সংস্থাৰ চিভিলাইজেচনেল ডায়লগ ফ’ৰামত অংশগ্ৰহণৰ উদ্দেশ্যে ২০ নৱেম্বৰ শুকুৰবাৰে নতুন দিল্লীত উপস্থিত হৈছে পাকিস্তানৰ জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশ...

Read moreDetails

নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথম টেষ্টত কিয় বাদ পৰিল মহম্মদ ছিৰাজ? কংগ্ৰেছ সাংসদ ইমৰান মাছুদৰ অভিযোগ আৰু বিজেপিৰ প্ৰত্যাক্ৰমণক লৈ তীব্ৰ চৰ্চা

নিউজিলেণ্ডৰ ৱেলিংটনত ১৯ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা প্ৰথমখন টেষ্ট মেচত ভাৰতীয় দলৰ মূল একাদশত বেগী বলাৰ মহম্মদ ছিৰাজক স্থান নিদিয়াৰ...

Read moreDetails
Page 3 of 1878 1 2 3 4 … 1,878

Stay Connected

Recent News