দেশ

হিমালয়ৰ বুকুত বিৰল, ৩০ বছৰৰ অপেক্ষাৰ অন্তত ফুলি উঠিছে প্ৰকৃতিৰ বিস্ময় ‘ছিকিম সুন্দৰী’

পূব হিমালয়ৰ দুৰ্গম উচ্চভূমিত, য’ত লঘু বতাহ বয় যদিও প্ৰকৃতি ৰুক্ষ, তাত এটা আচৰিত উদ্ভিদ নিৰৱে গজি উঠে। ইয়াৰ নাম...

Read moreDetails

অৱশেষত চাপত পৰি অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ তদন্ত চিবিআইক দিয়াৰ ঘোষণা উত্তৰাখণ্ড চৰকাৰৰ

ৰিচেপচনিষ্ট অংকিতা ভাণ্ডাৰীৰ হত্যাকাণ্ডৰ চিবিআই তদন্তৰ বাবে পৰামৰ্শ আগবঢ়াইছে উত্তৰাখণ্ড চৰকাৰে। শুকুৰবাৰে এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে।...

Read moreDetails

হিমাচলত শোকাৱহ পথ দুৰ্ঘটনা: দ খাৱৈত বাগৰিল বাছ , ৮ জনৰ মৃত্যু

হিমাচল প্ৰদেশৰ ছিৰমৌৰ জিলাৰ হৰিপুৰধাৰত আজি বিয়লি এক ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। ছিমলা...

Read moreDetails

২০২৬ চনৰ আৰম্ভণিতেই নিম্নগামী হৈছে ভাৰতৰ পানীৰ গুণগত মান

ভাৰতৰ ক্ৰমাগত জল প্ৰদূষণৰ সমস্যাই বৰ্তমান এক জনস্বাস্থ্যৰ জৰুৰীকালীন অৱস্থালৈ ৰূপান্তৰিত হৈছে। ২০২৫ চনৰ জানুৱাৰীৰ পৰা ২০২৬ চনৰ আৰম্ভণিলৈকে, দূষিত...

Read moreDetails

মোদীয়ে ট্ৰাম্পক ফোন নকৰাৰ বাবে আমেৰিকা-ভাৰতৰ বাণিজ্য চুক্তি নহ’ল- দাবী মাৰ্কিন বাণিজ্য সচিবৰ লুটনিকৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাণিজ্য সচিব হাৱাৰ্ড লুটনিকে শেহতীয়াকৈ এক চাঞ্চল্যকৰ দাবী কৰিছে। তেওঁৰ মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পলৈ...

Read moreDetails

মৰ্মান্তিক! খেলি থাকোঁতেই হৃদৰোগত আক্ৰান্ত; খেলপথাৰতে ঢলি পৰি মৃত্যু মিজোৰামৰ তাৰকা ক্ৰিকেটাৰৰ

মাত্ৰ কেইঘণ্টামানৰ আগতে তেওঁ এখন মেচ খেলিছিল। তাৰ পাছত হঠাৎ মৃত্যুৰ কোলাত ঢলি পৰে মিজোৰামৰ তাৰকা ক্ৰিকেটাৰ কে লালৰেমৰুৱাটা। তেওঁ...

Read moreDetails

অমিত শ্বাহৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ; তৃণমূল সাংসদ ডেৰেক, মহুৱা, শতাব্দীক দাঙি উঠাই লৈ গ’ল আৰক্ষীয়ে

আই-পেকৰ (I-PAC) কার্যালয় আৰু সংস্থাৰ মুৰব্বী প্রতীক জৈনৰ ঘৰত ইডিৰ অভিযানক লৈ পশ্চিমবংগ উত্তাল হৈ পৰিছে৷ তাৰেই প্ৰতিফলন এইবাৰ দিল্লীতো।...

Read moreDetails

বিজেপিৰ বেয়া দিন আৰম্ভ হৈছে আৰু নিৰ্বাচনত দলটোৰ পতন নিশ্চিত – গৌৰৱ গগৈৰ বিস্ফোৰক মন্তব্য

বিজেপিৰ বেয়া দিন আৰম্ভ হৈছে আৰু আগন্তুক নিৰ্বাচনত দলটোৰ পতন নিশ্চিত বুলি মন্তব্য কৰিছে সাংসদ তথা কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে।...

Read moreDetails

মোবাইল ব্যৱহাৰকাৰীৰ বাবে দুঃসংবাদ, জুন মাহৰ পৰা বাঢ়িব পাৰে ৰিচাৰ্জৰ দাম

অহা ২০২৬ চনৰ জুন মাহৰ পৰা দেশৰ মোবাইল ব্যৱহাৰকাৰীসকলে নিজৰ ফোন ৰিচাৰ্জ কৰাৰ বাবে অতিৰিক্ত ধন ভৰিবলৈ সাজু হ’ব লাগিব।...

Read moreDetails

শান্তিৰ বাবে দিয়া বাৰ্তাহে লুকুৱাই ৰাখিলে কৰ্তৃপক্ষই, উচ্চতম ন্যায়ালয়ত সোণম ৱাংচুকৰ বিস্ফোৰক অভিযোগ

লাডাখৰ ৰাজ্যত্ব আৰু বিশেষ সাংবিধানিক সুৰক্ষাৰ দাবীত আন্দোলন কৰি অহা প্ৰখ্যাত জলবায়ু কৰ্মী সোণম ৱাংচুকে এতিয়া দেশৰ উচ্চতম ন্যায়ালয়ৰ কাষ...

Read moreDetails
Page 361 of 1880 1 … 360 361 362 … 1,880

Stay Connected

Recent News