দেশ

ৰেলৱে ষ্টেচনত ট্ৰেক পাৰ হৈ যোৱাৰ সময়তে ছয়জন লোকৰ মৃত্যু!

বুধবাৰে পুৱা প্ৰায় ৯:৩০ বজাত উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ জিলাৰ চুনাৰ জংচনত ৰে’লপথ পাৰ হৈ যোৱাৰ সময়ত ৰে’লৰ খুন্দাত ছয়জন যাত্ৰী...

Read moreDetails

নিউয়ৰ্কৰ ৰাজনৈতিক ইতিহাসত সংযোগ হ’ল এক নতুন অধ্যায়ঃ জয়ী হ’ল প্ৰথমগৰাকী ভাৰতীয় মূলৰ প্ৰাৰ্থী

ভাৰতীয় মূলৰ ডেম’ক্ৰেট প্ৰাৰ্থী জোহৰাণ মামদানীয়ে নিউয়ৰ্কৰ ৰাজনৈতিক ইতিহাসত এক গুৰুত্বপূৰ্ণ জয়েৰে নিউয়ৰ্ক ষ্টেটৰ মেয়ৰ হিচাপে নিৰ্বাচিত হৈছে। তেওঁৰ মূল...

Read moreDetails

পৰিয়াল তন্ত্ৰই গ্ৰাস কৰিছে ভাৰতৰ ৰাজনীতি : এ ডি আৰৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য

শেহতীয়াকৈ কংগ্ৰেছ নেতা শশী থাৰুৰৰ এক বক্তব্যই দলটোৰ ভিতৰচ’ৰাত ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি কৰিছে। তেওঁ বংশবাদী ৰাজনীতিক ভাৰতীয় গণতন্ত্ৰৰ বাবে “গুৰুতৰ...

Read moreDetails

‘POCSO আইনৰ অপব্যৱহাৰ হৈছে, সজাগতা প্ৰয়োজনীয়’- জনস্বাৰ্থ জড়িত আবেদনৰ শুনানিত উচ্চতম ন্যায়ালয়ৰ মন্তব্য

ভাৰতৰ উচ্চতম ন্যায়ালয়ে আজি যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা (POCSO) আইনৰ অপব্যৱহাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে। আদালতে মত প্ৰকাশ...

Read moreDetails

ছত্তীশগড়ত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা : যাত্ৰীবাহী ৰে’লৰ সৈতে মালবাহী ৰে’লৰ মুখামুখি সংঘৰ্ষ, ৬ জন নিহত

দেশত শেহতীয়াভাৱে সংঘটিত হোৱা কেইবাটাও ৰে’ল দুৰ্ঘটনাক লৈ ৰে’লৱেৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন উত্থাপন হোৱাৰ সময়তে আজি পুনৰ এক ভয়ংকৰ ৰে’ল...

Read moreDetails

ভাৰত-চীনৰ সম্পৰ্ক: চীনা সামগ্ৰী সন্দৰ্ভত ভাৰত চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

প্ৰায় পাঁচ বছৰীয়া বাণিজ্যিক স্থবিৰতাৰ অন্তত ভাৰতে এতিয়া চীনৰ সৈতে বাণিজ্যিক সম্পৰ্ক পুনৰুজ্জীৱিত কৰাৰ প্ৰস্তুতি চলাইছে। বজাৰত যাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ...

Read moreDetails

৪৩ বছৰৰ কাৰাদণ্ডৰ পিছত দোষমুক্ত, কিন্তু আমেৰিকাত পুনৰ গ্ৰেপ্তাৰ ভাৰতীয় মূলৰ লোক!

নিৰ্দোষী হোৱাৰ পাছতো এজন ভাৰতীয় মূলৰ লোকে আমেৰিকাত হত্যাৰ গোচৰত ৪৩ বছৰ কাৰাবাস খাটিছে। আদালতে তেওঁক হত্যাকাণ্ডৰ গোচৰৰ পৰা নিৰ্দোষী...

Read moreDetails

ৰাজপথত মুকলিকৈ গুলীচালনা, প্ৰাক্তন ক্ৰিকেটাৰ-প্ৰশিক্ষকক নৃশংসভাৱে হত্যা হাৰিয়ানাত

সোমবাৰে সন্ধিয়া ইটোৰ পিছত সিটোকৈ বন্দুকৰ গুলীৰ শব্দই কঁপাই তুলিছিল হাৰিয়ানাৰ গাণৌৰ চহৰ। এদল দুষ্কৃতিকাৰীয়ে ৰাজপথত প্ৰাক্তন ক্ৰিকেটাৰ তথা ক্ৰিকেট...

Read moreDetails

৪৮ ঘণ্টাৰ ভিতৰত বাতিল কৰিলে লোৱা নহ’ব মাচুল: অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে সলালে নিয়ম

বিমান যাত্ৰীসকলক টিকট কটাৰ ৪৮ ঘণ্টাৰ ভিতৰত অতিৰিক্ত ধন অবিহনে টিকট বাতিল বা সংশোধন কৰিবলৈ অনুমতি দিয়া হ’ব। শেহতীয়াকৈ বিমান...

Read moreDetails

‘প্ৰতি বছৰে অজুহাত সলনি হয়’, দিল্লীৰ প্ৰদূষণক লৈ ‘ডাবল ইঞ্জিন’ বিজেপিক কটাক্ষ ৰাহুল গান্ধীৰ

সোমবাৰে দিল্লীৰ বায়ুৰ গুণাগুণ পুনৰ ‘অত্যন্ত বেয়া’ স্তৰত উপনীত হয়। মঙলবাৰেও ধোঁৱাৰ পৰা কোনো সকাহ পোৱা নাই। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ...

Read moreDetails
Page 434 of 1880 1 … 433 434 435 … 1,880

Stay Connected

Recent News