দেশ

জাতি-ধৰ্ম-ভাষা-বৰ্ণৰ বৈষম্য অবিহনে উচ্ছেদ অভিযান চলাব লাগিব: গুৱাহাটী উচ্চ ন্যায়ালয়

অসম চৰকাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ নিৰ্দেশ জাৰি কৰিছে। ৰাজ্যৰ চৰকাৰী ভূমি, বনাঞ্চল আৰু জলাশয়ত চলোৱা উচ্ছেদ অভিযানত জাতি,...

Read moreDetails

আবুধাবিত বিশ্ব সংৰক্ষণ সন্মিলনত ভাৰতক প্ৰতিনিধিত্ব কৰিব এই গৰাকী অসম সন্তানে…

আবুধাবিত ৯ অক্টোবৰৰ পৰা ১৫ অক্টোবৰলৈ অনুষ্ঠিত হ’বলগীয়া আই ইউ চি এন বিশ্ব সংৰক্ষণ কংগ্ৰেছত ভাৰতক প্ৰতিনিধিত্ব কৰিব অসম সন্তান...

Read moreDetails

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ জোতা নিক্ষেপৰ অভিযোগত অধিবক্তাক নিলম্বন বাৰ কাউন্সিলৰ  

সোমবাৰে পুৱা উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ ওপৰত জোতা নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন হয়।...

Read moreDetails

২০২৫ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা ঘোষণা: তিনিগৰাকী বিজ্ঞানীলৈ এই সন্মান

আজি অৰ্থাৎ ৬ অক্টোবৰ পৰা আৰম্ভ হৈছে ঘোষণা ২০২৫ বৰ্ষৰ ন’বেল বঁটা ঘোষণাৰ কাৰ্যসূচী। ন’বেল কমিটীয়ে সোমবাৰে ঘোষণা কৰিলে চিকিৎসা...

Read moreDetails

ঘোষণা হ’ল বিহাৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ…দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন

অৱশেষত ভাৰতৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিলে বিহাৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ। দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন। প্ৰথম পৰ্যায়ত ৬ নৱেম্বৰত ১২১খন...

Read moreDetails

লজ্জাজনক! ধৰ্মান্ধতাই লগ এৰা নাই অধিবক্তাৰো, মুখ্য ন্যায়াধীশক অপব্যৱহাৰ কৰাৰ চেষ্টা

ভাৰতৰ উচ্চতম ন্যায়ালয়ত সোমবাৰে সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। আদালতৰ শুনানিৰ মাজতেই এজন অধিবক্তাই মুখ্য ন্যায়াধীশ (CJI) বি আৰ গাভাইৰ...

Read moreDetails

নিকৃষ্ট! মুছলমান হোৱাই কাল হ’ল, চিকিৎসা কৰিবলৈ অস্বীকাৰ চিকিৎসকৰ

দেশৰ পৰা দূৰ হোৱা নাই ধৰ্মীয় বিদ্বেষ। মুছলমান হোৱা বাবে ৰোগীক চিকিৎসা কৰিবলৈ অস্বীকাৰ এগৰাকী চিকিৎসকৰ। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত...

Read moreDetails

সোণম ৱাংচুকক আটক কৰাৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ

সোমবাৰে উচ্চতম ন্যায়ালয়ে লাডাখৰ সমাজকৰ্মী সোণম ৱাংচুকক আটক কৰাৰ বিষয়ত কেন্দ্ৰীয় চৰকাৰলৈ জাননী জাৰি কৰে। সোণমৰ পত্নী গীতাঞ্জলিয়ে উচ্চতম ন্যায়ালয়ত...

Read moreDetails

দেশৰ মুঠ সম্পত্তিৰ আধা ১৬৮৭ জন লোকৰ হাতত; আৰ্থিক বৈষম্যৰ বাবে মোডীৰ নীতিকে জগৰীয়া বিৰোধীৰ

সমগ্ৰ ভাৰতবৰ্ষৰ আধা সম্পত্তিৰ মালিক মাত্ৰ ১৬৮৭ জনলোক! শেহতীয়াকৈ M3M Hurun India-ই ভাৰতৰ আটাইতকৈ ধনী নাগৰিকৰ তালিকা প্ৰকাশ কৰিছে। এই...

Read moreDetails

মাউণ্ট এভাৰেষ্টৰ তিব্বতৰ ঢালত প্ৰবল তুষাৰপাতত আৱদ্ধ হৈ পৰিছে প্ৰায় ১০০০ লোক

চীনৰ চৰকাৰী সংবাদ মাধ্যমৰ বাতৰি অনুসৰি পূব তিব্বতত হঠাতে প্ৰবল তুষাৰপাতৰ মাউণ্ট এভাৰেষ্টৰ দূৰৱৰ্তী ঢালত প্ৰায় ১০০০ লোকক আবদ্ধ কৰি...

Read moreDetails
Page 463 of 1881 1 … 462 463 464 … 1,881

Stay Connected

Recent News