দেশ

গোটা আৱৰ্জনা ব্যৱস্থাপনা কেৱল চাফাই কৰ্মীৰ দায়িত্ব নহয়, নিয়ম নামানিলে কাটিব পানী-বিদ্যুৎ সংযোগ: উচ্চতম ন্যায়ালয়

গোটা আৱৰ্জনা বা কঠিন বৰ্জ্য পদাৰ্থৰ ব্যৱস্থাপনাক লৈ দেশজুৰি সজাগতা বৃদ্ধি কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। এই দায়িত্ব কেৱলমাত্ৰ চাফাই...

Read moreDetails

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

ষ্টেট বেংক অৱ ইণ্ডিয়াৰ বেছিক ছেভিংছ বেংক ডিপজিট বা BSBD একাউণ্টৰ গ্ৰাহকৰ বাবে ১ অক্টোবৰ ২০২৬ৰ পৰা নতুন নিয়ম কার্যকৰী...

Read moreDetails

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

  মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়ণবিশে ৰাজ্যৰ প্ৰশাসনিক নিয়মত এক ডাঙৰ পৰিৱৰ্তন আনিছে। নতুন নিয়ম অনুসৰি এতিয়াৰ পৰা কোনো মন্ত্ৰীয়ে লোৱা...

Read moreDetails

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে দেশৰ এখনকৈ বিশ্ববিদ্যালয়লৈ যাব কেন্দ্ৰীয় চৰকাৰৰ কোনো এজন মন্ত্ৰী। ‘ৱান ডে, ৱান ইউনিভাৰ্চিটি’ নামেৰে এই...

Read moreDetails

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমক লৈ বিজেপিৰ সমালোচনাৰ মাজতে নিজৰ ৮৯ বছৰ পুৰণি সিদ্ধান্তত অটল থকাৰ কথা স্পষ্ট কৰিলে কংগ্ৰেছে। দলীয় সভা আৰু...

Read moreDetails

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

ক্ষমতালৈ অহাৰ মাত্ৰ ১০০ দিনৰ ভিতৰতে ইটোৰ পাছত সিটো বিতৰ্কত সোমাই পৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী থলপতি বিজয়। এইবাৰ ৰাজ্যৰ বিধায়কসকলৰ বাবে...

Read moreDetails

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

অভিনেতা ৰাজপাল যাদৱে তেওঁৰ আগন্তুক ছবি The King of Wonderful Worldক লৈ নতুন তথ্য প্ৰকাশ কৰিছে। অভিনেতাগৰাকীৰ মতে, ছবিখন তেওঁৰ...

Read moreDetails

ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

ছাত্ৰ-ছাত্ৰীৰ আন্দোলনত অংশগ্ৰহণ ৰোধ কৰিবলৈ জাৰি কৰা বিতৰ্কিত নিৰ্দেশনাক লৈ তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱাৰ পাছত অৱশেষত পিছুৱাবলৈ বাধ্য হ’ল তামিলনাডুৰ...

Read moreDetails

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

বেংগালুৰুৰ সমীপত খাদ্য সুৰক্ষা আৰু ঔষধ প্ৰশাসনে (FSDA) আৰক্ষীৰ সহযোগত এক বৃহৎ অভিযান চলাই প্ৰায় ৫ কোটি টকা মূল্যৰ ভুৱা...

Read moreDetails

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ ব্যস্ত এলেকা নিউ মাৰ্কেটৰ সমীপত সংঘটিত এক বিধ্বংসী অগ্নিকাণ্ডই সমগ্ৰ চহৰখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বুধবাৰে পুৱতি নিশা ফ্ৰী...

Read moreDetails
Page 87 of 1879 1 … 86 87 88 … 1,879

Stay Connected

Recent News