বাংলাদেশৰ লালমণিৰহাটত হঠাৎ বৃদ্ধি পাইছে শিয়ালৰ আক্ৰমণ। শিয়ালৰ আক্ৰমণত আহত হৈছে কেইবাজনো লোক। ঘৰচীয়া জন্তু চুৰি কৰি ৰাইজৰ নিদ্ৰা হৰিছে...
Read moreDetailsবাংলাদেশ আৰু ভাৰত দুয়োখন দেশৰ ভোটাৰ তালিকাত এগৰাকী তৃণমূল কৰ্মীৰ নাম আছে বুলি দাবী কৰিছে বিজেপিয়ে। দলটোৱে নথি-পত্ৰৰ লগতে এই...
Read moreDetailsমালয়েছিয়াত এজন বাংলাদেশী প্ৰবাসীক নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত দেখা গৈছে যে এজন...
Read moreDetailsজাতীয় নাগৰিক সমিতি আৰু বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ যৌথ উদ্যোগত শুকুৰবাৰে বাংলাদেশত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব এটা নতুন ৰাজনৈতিক দল...
Read moreDetailsম্যানমাৰৰ বিদ্ৰোহী সংগঠন আৰাকান আৰ্মীয়ে টেকনাফ সীমান্তৰ পৰা ১৯ জন বাংলাদেশী নাগৰিকক অপহৰণ কৰাৰ পাছত সীমান্তত উত্তেজনা বৃদ্ধি পাইছে। যদিও...
Read moreDetailsবেটিং নে বলিং? চেম্পিয়নছ ট্ৰফীত ভাৰতৰ উদ্বোধনী মেচত কোনটো বিভাগে দৃষ্টি কাঢ়িলে? ৰোহিত শৰ্মাই সন্তুষ্টিৰ হাঁহি মাৰি ক’বই পাৰে, ইয়াকে...
Read moreDetailsক্ৰিকেট পণ্ডিতৰ সকলো হিচাপ-নিকাচ ওলট-পালট কৰি দিলে মহম্মদ ছামীয়ে। আঘাতৰ পৰা প্ৰত্যাৱৰ্তন কৰিয়েই তেওঁৰ বলিঙৰ তীক্ষ্ণতাৰ প্ৰমাণ দাঙি ধৰিলে। তেওঁ...
Read moreDetailsবাংলাদেশ আৰু ভাৰতকে ধৰি বিশ্বৰ বহু দেশলৈ আগবঢ়োৱা বৃহৎ সাহায্যৰ পুঁজি বাতিল কৰিছে আমেৰিকাই। ইফালে ৰাজনৈতিক স্থিতিশীলতা বৃদ্ধিৰ বাবে বাংলাদেশৰ...
Read moreDetailsআমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু আমেৰিকা ভ্ৰমণলৈ যোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত আলোচনাত উত্থাপন হৈছিল বাংলাদেশৰ বিষয়টো। বৈঠকৰ অন্তত...
Read moreDetailsভাৰতৰ পশ্চিম উপকূলীয় ৰাজ্য গুজৰাটৰ আহমেদাবাদ আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে তাত গ্ৰেপ্তাৰ হোৱা ১৫ জন বাংলাদেশী প্ৰব্ৰজনকাৰীক ঘূৰাই পঠিয়াইছে। তদুপৰি অহা...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd