তচলিমা নাচৰিনৰ “স্তনকেইটা ডাঙৰ” বুলি মন্তব্য কৰিছিল জমেট’-কাণ্ড চৰ্চিত যুৱকে
জমেট’ৱে পঠোৱা মুছলমান ডেলিভাৰি বয়ৰ পৰা খাদ্য গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি চৰ্চিত হোৱা অমিত শুক্লা নামৰ লোকজনে তচলিমা নাচৰিনৰ ফট’ত...
Read moreজমেট’ৱে পঠোৱা মুছলমান ডেলিভাৰি বয়ৰ পৰা খাদ্য গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি চৰ্চিত হোৱা অমিত শুক্লা নামৰ লোকজনে তচলিমা নাচৰিনৰ ফট’ত...
Read more“যন্ত্ৰণাহীন আত্মহত্যা”ৰ উপায় দি টুইটাৰত সমালোচিত হৈছে বাংলা লেখিকা তচলিমা নাচৰিন। ভাৰতত আশ্ৰয় লৈ থকা বাংলাদেশৰ লেখিকাগৰাকীয়ে মৃত্যুৰ বিভিন্ন যন্ত্ৰণাহীন...
Read moreঅসমৰ ৰাজনীতিৰ যোৱা কেইবাটাও দশকৰ ইছু-- বাংলাদেশৰ সৈতে সীমান্ত ছীল--ৰ দুঃশ্চিন্তা এৰি ৰাইজে ’২১ৰ বিধান সভা নিৰ্বাচনত ভোট দিব পাৰিব।...
Read moreৰাজ্যৰ বিভিন্ন কাৰাগাৰ তথা ডিটেনশ্যন কেম্পত বন্দী হৈ থকা ৩০ জন বাংলাদেশী নাগৰিকক আজি নিজ দেশলৈ ওভতাই পঠিওৱা হয়। এই...
Read moreদেশৰ ‘মৰ্যাদা হানি’ৰ বাবে দেশদ্ৰোহৰ গোচৰৰ সন্মুখীন হ’ব লাগিব বাংলাদেশৰ হিন্দু মহিলা কৰ্মী প্ৰিয়া সাহা। বাংলাদেশৰ পথ পৰিবহণ মন্ত্ৰী তথা...
Read moreবাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা চলাই থকা পাঁচটি শিশু আৰু দুগৰাকী মহিলাকে ধৰি ১২জন ৰোহিংগ্যা শৰণাৰ্থীয়ে বিগত তিনিদিন ধৰি...
Read moreঅসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি) উন্নীতকৰণ প্ৰক্ৰিয়াত প্ৰকাশকলৈ সন্দৰ্ভত প্ৰথমবাৰৰ বাবে বাংলাদেশ চৰকাৰে আশংকা ব্যক্ত কৰিছে। বাতৰি অনুসৰি, বাংলাদেশৰ...
Read moreপশ্চিম বংগৰ ভাৰত-বাংলা সীমান্তত বুধবাৰে নিশা বাংলাদেশী চোৰাং গৰু বেপাৰীৰ দলবদ্ধ বোমা আক্ৰমণত হাত ছিগি গৈছে আনিছুৰ ৰেহমান নামৰ এজন...
Read moreবুধবাৰে ইংলেণ্ডে নিউজিলেণ্ডক ১১৯ ৰাণত হৰুৱাই আই চি চি বিশ্বকাপ-২০১৯’ৰ ছেমিফাইনেলত নিজৰ স্থান নিশ্চিত কৰে। ১৯৯২ ৰ বিশ্বকাপৰ পাছত ইংলেণ্ডে...
Read moreচলিত বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশৰ আশা নিৰ্বাপিত হ’লেও বাংলাদেশ দলৰ অল ৰাউণ্ডাৰ চাকিব আল হাছানে বিশ্বকাপ ক্ৰিকেটত এক অনবদ্য কৃতিত্ব...
Read moreGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd