DMCA.com Protection Status

‘স্বপন আৰু মৌচুমীৰ মাজত ইলু-ইলু চলি আছে’ ৰাজহুৱা সভাত ‘দক্ষ’ মন্ত্ৰীৰ চূড়ান্ত অভৱ্য আচৰণ ভাইৰেল

প্ৰথমে কংগ্ৰেছী তাৰ পাছত বিজেপিলৈ জপিওৱা এজন দায়িত্বশীল বা নিজকে দক্ষ বা প্ৰতাপী পৰিচয় দিয়া এগৰাকী মন্ত্ৰীৰ আচৰণ কেনে হ’ব...

Read more

অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ মাতৃৰ বিয়োগ : আলফা(স্বা)ৰ শোকপ্ৰকাশ

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে আলফা(স্বাধীন)এ। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত বিদ্ৰোহী সংগঠনটোৱে...

Read more

টীম ইণ্ডিয়াৰ অধিনায়কৰ পদবীত অধিষ্ঠিত হ’ব ঋষভ পণ্ট! কোনে কি প্ৰসংগত ক’লে?

ভাৰতীয় ক্ৰিকেট জগতৰ বাবে নিঃসন্দেহে ৰিষভ পণ্ট এটা নৱতম চাঞ্চল্য। ২৩ বৰ্ষীয় দিল্লীৰ উইকেটকীপাৰ বেটছমেনজনে শেহতীয়াভাৱে নিজস্ব বেটিং কৌশলেৰে অনুৰাগীৰ...

Read more

আধাৰ কাৰ্ডেৰে পান কাৰ্ডৰ সংযোগৰ দিন বৃদ্ধি কৰিলে কেন্দ্ৰই : কেতিয়ালৈ কৰিব পাৰিব সংযোগ?

আধাৰ কাৰ্ডেৰে পান কাৰ্ড সংযোগ কৰাৰ অন্তিম দিন পুনৰ বৃদ্ধি কৰিছে কেন্দ্ৰ চৰকাৰে। উল্লেখ্যে যে ইয়াৰ পূৰ্বে আধাৰ কাৰ্ডৰ সৈতে...

Read more

কিংবদন্তি অভিনেতা ৰজনীকান্তলৈ ২০১৯ বৰ্ষৰ দাদাচাহেব ফাল্কে বঁটা প্ৰদান

দক্ষিণ ভাৰতৰ কিংবদন্তিস্বৰূপ ৰজনীকান্তলৈ ২০১৯ বৰ্ষৰ দাদাচাহেব ফাল্কে বঁটা আগবঢ়োৱা হৈছে। দাদাচাহেব ফাল্কে বঁটা হৈছে ভাৰতৰ চিনেমাজগতৰ আটাইতকৈ শ্ৰেষ্ঠ সন্মান।...

Read more

নিৰ্বাচনৰ পূৰ্বেই ৰাজ্যত হ’ৰ্ছ ট্ৰেডিং! : কাৰ কুমন্ত্ৰণাত বিপিএফৰ প্ৰাৰ্থীয়ে দল এৰি যোগদান কৰিব বিজেপিত?

বিধায়ক ক্ৰয়েৰে নহয় প্ৰাৰ্থী ক্ৰয়েৰে নিৰ্বাচনী ৰণত জয়ী হোৱাৰ অতি নিকৃষ্ট খেল আৰম্ভ কৰিছে নেকি ক্ষমতাসীন বিজেপি দলে! ইমান দিনে...

Read more

ক’ভিড-১৯ত আক্ৰান্ত হ’ল জনপ্ৰিয় সংগীত পৰিচালক বাপ্পী লাহিৰী

প্ৰখ্যাত সংগীত পৰিচালক তথা গায়ক বাপ্পী লাহিৰীৰ শৰীৰত ক'ভিড-১৯ পজিটিভ পোৱা গৈছে। বুধবাৰে গায়কজনৰ মুখপাত্ৰই এই কথা জানিবলৈ দিছে। তেওঁ...

Read more

বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’বলৈ দেশৰ শীৰ্ষ বিৰোধী নেতাসকললৈ পত্ৰ প্ৰেৰণ মমতা বেনাৰ্জীৰ

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বুধবাৰে দেশৰ শীৰ্ষ বিৰোধী নেতাসমূহলৈ এখনি পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত তেওঁ বিৰোধী দলসমূহক দেশৰ গণতন্ত্ৰৰ সুৰক্ষাৰ...

Read more

ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ : প্ৰথম তিনি ঘণ্টাত ১৭.৮১ শতাংশ ভোটদান

আজি ৰাজ্যত আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে আৰম্ভ হ’লেও বিভিন্ন স্থানত...

Read more

২০১৪ চনৰ ধৰ্ষণৰ গোচৰ, অৰ্জুন বঁটাপ্ৰাপ্তসহ শীৰ্ষ পৰ্যায়ৰ দুজন আৰক্ষী বিষয়াক নিলম্বন

এগৰাকী মহিলা কনিষ্টবলে কৰা যৌন অত্যাচাৰৰ অভিযোগৰ ভিত্তিত চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফৰ্চ, চমুকৈ চিআৰপিএফে এজন ডিআইজি পৰ্যায়ৰ আৰক্ষী বিষয়া আৰু...

Read more
Page 1521 of 5171 1 1,520 1,521 1,522 5,171

Recent News