সংস্থাপনৰ অপেক্ষাত ৰাজ্যৰ ১৫ লক্ষাধিক যুৱক-যুৱতী! সদনত প্ৰকাশ কৰিলে পঞ্জীয়নভুক্ত নিবনুৱাৰ উদ্বেগজনক তথ্য

অসমত বৰ্তমান ১৫.৪৩ লাখৰো অধিক লোক সক্ৰিয় চাকৰি প্ৰত্যাশী হিচাপে পঞ্জীয়নভুক্ত হৈ আছে বুলি ১৩ জুলাইত ৰাজ্য চৰকাৰে অসম বিধানসভাত...

Read moreDetails

নাগৰিকত্ব নিৰ্ধাৰণ প্ৰক্ৰিয়া ন্যায্য আৰু যুক্তিসংগত হ’ব লাগিব! ২৭ গৰাকী ব্যক্তিক বিদেশী সজোৱা উচ্চ ন্যায়ালয়ৰ ৰায় নাকচ উচ্চতম ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে ২৭ গৰাকী আবেদনকাৰীক বিদেশী হিচাপে ঘোষণা কৰি প্ৰদান কৰা ৰায়দান সোমবাৰে উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিছে। ন্যায়াধীশ বিক্ৰম...

Read moreDetails

দেশত কৰোনাত ২ জনৰ মৃত্যু, পুনৰ বিয়পিছে সংক্ৰমণ! পৰিস্থিতি কিমান উদ্বেগজনক?

কৰোনা ভাইৰাছে দেশত পুনৰ নতুনকৈ আশংকা বৃদ্ধি কৰিছে। অন্ধ্ৰ প্ৰদেশ আৰু মুম্বাইৰ পৰা নতুনকৈ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। সাধাৰণ মানুহৰ...

Read moreDetails

জুবিন গাৰ্গক মৰণোত্তৰভাৱে ‘সংগীত সুধাকৰ’ উপাধি প্ৰদানৰ সিদ্ধান্ত অসম সাহিত্য সভাৰ

অসমৰ সংগীত আৰু সাংস্কৃতিক জগতলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে অসম সাহিত্য সভাই প্ৰয়াত শিল্পী তথা সাংস্কৃতিক আইকন জুবিন গাৰ্গক মৰণোত্তৰভাৱে...

Read moreDetails

প্ৰণৱ দলেৰ তাৎক্ষণিক মুক্তিৰ দাবী ডি ৱাই এফ আইৰ! আৰক্ষী-প্ৰশাসনক ব্যৱহাৰ কৰি চৰকাৰে গণতান্ত্ৰিক আন্দোলন দমন কৰাৰ গুৰুতৰ অভিযোগ

কাজিৰঙাৰ ইংলে পথাৰত ভূমি ৰক্ষা আন্দোলনৰ সৈতে সক্ৰিয়ভাৱে জড়িত যুৱ নেতা প্ৰণৱ দলেক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যক ডি ৱাই এফ...

Read moreDetails

গুৱাহাটীত পুনৰ কৃত্ৰিম বানৰ সংহাৰ! নেৰানেপেৰা বৰষুণত জলমগ্ন গুৱাহাটীৰ একাধিক প্ৰান্ত;

দেওবাৰে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ স্বাভাৱিক জনজীৱন পুনৰ ব্যাহত হৈ পৰিছে। ১২ জুলাইত হোৱা নেৰানেপেৰা বৰষুণৰ বাবে গুৱাহাটীৰ...

Read moreDetails

সাজেই-দগাঁও চ’কত ‘ৰিতুৰাজ আই কেয়াৰ’ আনুষ্ঠানিকভাৱে উদ্বোধন

বৃহত্তৰ সাজেই-দগাঁও অঞ্চলৰ ৰাইজক উন্নত আৰু সুলভ স্বাস্থ্যসেৱা প্ৰদানৰ লক্ষ্যৰে দেওবাৰে সাজেই-দগাঁও চ'কত 'ৰিতুৰাজ আই কেয়াৰ' আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়।...

Read moreDetails

প্ৰণৱ দলে আৰু আদিত্য ৰাভাৰ গ্ৰেপ্তাৰক তীব্ৰ গৰিহণা অসম নাগৰিক সন্মিলনৰ, চৰকাৰক কঠোৰ সমালোচনা

ৰাজ্যত চলি থকা জনস্বাৰ্থজড়িত আন্দোলনৰ সক্ৰিয় নেতৃত্বক আৰক্ষীয়ে ধাৰাবাহিকভাৱে গ্ৰেপ্তাৰ কৰা কাৰ্যই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কাজিৰঙাৰ ইংলে পথাৰত...

Read moreDetails

কাজিৰঙাত পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণৰ বিৰোধিতা কৰা সক্ৰিয় সমাজকৰ্মী প্ৰণৱ দলেক গ্ৰেপ্তাৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত প্ৰস্তাৱিত বিলাসী পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণ কাৰ্যৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি অহা বিশিষ্ট সমাজকৰ্মী তথা যুৱ...

Read moreDetails
Page 21 of 5965 1 20 21 22 5,965

Stay Connected

Recent News