বিসংগতিপূৰ্ণ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী নহয় এখন শুদ্ধ নাগৰিকপঞ্জীৰ দাবী অসম সত্র মহাসভাৰ

বিসংগতিপূৰ্ণ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী নহয় এখন শুদ্ধ নাগৰিক পঞ্জীৰ প্ৰয়োজনত পুনৰ বিবেচনা কৰি কাম হাতত লোৱাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য...

Read moreDetails

ভোটগণনাৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলাতো ২ মে’ত ড্ৰাই ডে ঘোষণা

বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্ৰশাসনে অহা ২ মে'ৰ দিনটো ভোটগণনা শেষ নোহোৱালৈকে ড্ৰাই ডে ঘোষণা কৰিছে।...

Read moreDetails

সকলো বয়সৰ সাংবাদিককে ভেকচিন প্ৰদানৰ দাবী জনাই স্বাস্থ্যমন্ত্ৰীলৈ পত্ৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ

আজি গুৱাহাটী প্ৰেছ ক্লাৱ কৰ্তৃপক্ষই স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এক পত্ৰ প্ৰদান কৰি সকলো বয়সৰ সাংবাদিককে ভেকচিন প্ৰদানৰ ব্যৱস্থা...

Read moreDetails

২৪ ঘণ্টাত ৰাজ্যত ক’ভিডত মৃত্যু ২৬গৰাকী লোকৰ,আক্ৰান্ত ৩১৯৭ গৰাকী লোক

 ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংহাৰ। বিগত ২৪ ঘণ্টাত ৰাজ্যত মাৰাত্মক ভািইৰাছবিধত আক্ৰান্ত হৈছে ৩১৯৭ গৰাকী লোক।ইপিনে এই সময়ছোৱাত মৃত্যু ঘটিছে...

Read moreDetails

কোভিডত আক্ৰান্ত জনপ্ৰিয় অভিনেতা মৃদুল ভূঞা; কোভিডক ইতিকিং নকৰিবলৈ আহ্বান

বহুত সাৱধানে থাকিও অৱশেষত ক'ভিড-১৯ ত আক্ৰান্ত হ'ল ভ্ৰাম্যমাণৰ মঞ্চ কঁপোৱা জনপ্ৰিয় অভিনেতা মৃদুল ভূঞা । নিজৰ ফেচবুক পেইজৰ জৰিয়তে...

Read moreDetails

৭ মে’লৈ বৃদ্ধি অসমৰ নৈশ সান্ধ্য আইন,বাহাল থাকিব একে নীতি-নিৰ্দেশনা

কৰোনাৰ ক্ৰমৰ্বধমান সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত নৈশ সান্ধ্য আইন জাৰি কৰা হৈছে। এই সান্ধ্য আইন সন্ধিয়া ৮ বজাৰ পৰা...

Read moreDetails

উচ্চ ৰক্তচাপ: চাহ বাগিচাৰ শ্ৰমিকৰ বাবে প্ৰয়োজন চিকিৎসাৰ ধাৰাবাহিকতা

৫৯ বছৰীয়া ষ্ট্ৰোক আক্ৰান্ত চাহ শ্ৰমিক পাৰ্বতী ৰাজপুত সুস্থ হোৱাৰ পিছত যেতিয়া চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছিল, চিকিৎসকে ২০ দিন পিছত পুনৰ এবাৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ আহিবলৈ পৰামৰ্শ দিছিল। লগতে চিকিৎসালয়ৰ পৰা যাবলৈ দিয়াৰ সময়ত লগত দি পঠিওৱা ঔষধসমূহ নিয়্মীয়াকৈ খাবলৈ কৈছিল। কিন্তু চিকিৎসালয়ৰ পৰা ঘৰলৈ অহাৰ দুদিনমানৰ পিছত তেওঁৰ দৰব খোৱা অনিয়মীয়া হৈ পৰিল। আৰু চিকিৎসকে পৰীক্ষাৰ বাবে যাবলৈ দিছিল যদিও, তেওঁ আৰু দ্বিতীয়বাৰৰ বাবে চিকিৎসালয়লৈ নগ’ল। পাৰ্বতী ৰাজপুত ডিব্ৰুগড়ৰ জিলাৰ লাহোৱালৰ গ্ৰীণউদ চাহ বাগিছাৰ শ্ৰমিক। দীৰ্ঘদিন ধৰি উচ্চ-ৰক্তচাপৰ সমস্যাত ভূগি থকা পাৰ্বতী  ৰাজপুত যোৱা বছৰ নৱেম্বৰ মাহত ষ্ট্ৰোকত আক্ৰান্তহৈ সংজ্ঞাহীন হৈ পৰিছিল।অতি সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল।তাত তেওৰ স্বাস্থ্যৰ বিশেষ উন্নতি নোহোৱাত পিছদিনা এখন ব্যক্তিগত চিকিৎসালয়ললৈ স্থানান্তৰ কৰা হয়।প্ৰায় এসপ্তাহ হাস্পতালত থকাৰ পিছত তেও কিছু পৰিমাণে সুস্থ হোৱাত ঘৰলৈ যাবলৈ দিয়া হয়। কেবল পাৰ্বতী ৰাজপুতেই নহয় চাহ শ্ৰমিকসকলৰ বেছি ভাগেই চিকিৎসাৰ ধাৰাবাহিকতা ৰক্ষা নকৰে। ৰোগত আক্ৰান্ত শ্ৰমিকসকলে অলপ সুস্থ হ’লেই দৰৱ খোৱা বন্ধ কৰে আৰু বাগিচাৰ কামত ধৰে।বেছিভাগ শ্ৰমিকেই পৰীক্ষাৰ বাবে দুনাই চিকিৎসকৰ ওচৰলৈ নাযায়। আচলতে আৰ্থিক অনাটনৰ বাবেই এই শ্ৰমিকসকল অসুস্থ হ’লেও দীৰ্ঘদীন বিশ্ৰাম লৈ থাকিব নোৱাৰে আৰু শৰীৰ অলপ টঙাব পাৰিলেই বাগিচাৰ কামত যাব বিচাৰে। আনহাতে, চাহ শ্ৰমিক সকলৰ মাজত যিহেতু এতিয়াও শিক্ষিতলোকৰ সংখ্যা নিচেই তাকৰ, সেয়ে তেওঁলোকৰ মাজত স্বাস্থ্য সচেতনতা একেবাৰে কম। স্বাস্থ্য সচেতনতাৰ অভাৱৰ বাবেই  উচ্চ-ৰক্তচাপৰ দৰে নীৰৱ...

Read moreDetails

“সৰু সৰু ভূমিকম্প সঘনাই অহাটো আমাৰ বাবে মংগলজনক” : বিশিষ্ট ভূতত্ববিদ ড° মানিক কৰ

যোৱা ২৮ এপ্ৰিল তাৰিখে এক দীঘলীয়া বিৰতিৰ পাছত হঠাৎ পুৱা ৭-৫২ মিনিটত ৬.৭ প্ৰাবল্যৰ এক ভয়াৱহ ভূমিকম্পই জোকাৰি গৈছিল সমগ্ৰ...

Read moreDetails

ভেকচিনৰ দামৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰৰ মাজত বৈষম্য কিয়? প্ৰশ্ন কৰিলে উচ্চতম ন্যায়ালয়ে

ক'ভিড ভেকচিনৰ মূল্যসমূহক লৈ কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন উত্থাপন কৰিছে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে প্ৰশ্ন কৰে যে চৰকাৰে যদি দেশক কৰোণামুক্ত...

Read moreDetails

বিহু সম্ৰাজ্ঞী মৌচুমী শইকীয়াৰ আকস্মিক মৃত্যু, শোকস্তব্ধ শিল্পী সমাজ

ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰলৈ আহিছে আন এক দুখৰ খবৰ। বিহু সম্ৰাজ্ঞী মৌচুমী শইকীয়াৰ বৃহস্পতিবাৰে নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়।...

Read moreDetails
Page 2249 of 5984 1 … 2,248 2,249 2,250 … 5,984

Stay Connected

Recent News