তিনি অপহৃত ব্যক্তিৰ শীঘ্ৰে মুক্তিৰ দাবী মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ

অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুতেই সন্দেহযুক্ত আলফা স্বাধীনে অ’ এন জি  চিৰ লাকুৱা ৮নং তৈল ক্ষেত্ৰৰ অধীনস্থ বাগান তিনিআলিৰ ৰোমানিয়া...

Read moreDetails

গোলাঘাটত নতুনকৈ ৭৮ জন লোক কৰ’নাত আক্ৰান্ত; সক্ৰিয় ৰোগীৰ সংখ্যা ২৭৪ লৈ বৃদ্ধি

গোলাঘাট জিলাত শুকুৰবাৰে নতুনকৈ ৭৮জন লোকৰ দেহত কোভিড-১৯ৰ সংক্ৰমণ ধৰা পৰিছে। ইয়াকে লৈ জিলাখনত বৰ্তমান সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা ২৭৪...

Read moreDetails

ৰাজ্যত আজিৰ দিনটোত কোভিডে কাঢ়ি নিলে ১২ জনকৈ লোকৰ প্ৰাণ

ৰাজ্যত আজি কোভিডত মৃত্যু ঘটিছে ১২ জনকৈ লোকৰ। আজিৰ দিনটোত ৰাজ্যত কোভিত আক্ৰান্ত হৈছে মুঠ ২৩৮৪ গৰাকী লোক। আজি ৰাজ্যত...

Read moreDetails

জাগুনত বিশেষ ভাৱে সক্ষম যুৱতীক ধৰ্ষণ, লম্পটক জেল হাজোতলৈ প্ৰেৰণ

তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত নামফাই নতুন গাঁৱত কালি সন্ধ্যা সংঘটিত হৈছে এক জঘন্য ধৰ্ষণকাণ্ড। ৩৫ বছৰীয়া এজন লম্পট...

Read moreDetails

নিদাৰুণ: নগাঁৱত ঘৰত বন কৰা ১২ বছৰীয়া কন্যা শিশুক জ্বলাই হত্যা 

এক শিহৰণকাৰী ঘটনাই জোকাৰি গৈছে নগাঁৱৰ লগতে সমগ্ৰ ৰাজ্যকে। নগাঁৱত এজন লোকে তেওঁৰ পুত্ৰ সৈতে মিলি ১২ বছৰীয়া কন্যা শিশুটিক...

Read moreDetails

বোকাখাত আৰক্ষীৰ অভিযান: ব্ৰহ্মপুত্ৰৰ কাৰেং চাপৰিৰ পৰা মাৰণাস্ত্ৰসহ পাঁচ চোৰাংচিকাৰী আটক

এক গোপন তথ্যৰ আধাৰত ব্ৰহ্মপুত্ৰৰ কাৰেং চাপৰিত বৃহস্পতিবাৰৰ নিশা বোকাখাত আৰক্ষীয়ে এক অভিযান চলাই পাঁচজন গঁড় চিকাৰীক আটক কৰে৷ অভিযানকালত...

Read moreDetails

ক’ৰণা সজাগতাৰ উদ্দেশ্যে টীয়কত আৰক্ষীয়েই জনতাক পিন্ধালে  মাস্ক 

ক'ৰণা মহামাৰীৰ দ্বিতীয় ঢৌৱে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে এই মহামাৰীৰ ত্ৰাসৰ পৰা পৰিত্ৰাণ পাবলৈ টীয়কৰ এগৰাকী সমাজকৰ্মী তুষাৰ...

Read moreDetails

ক’ভিড ৰোগীক অক্সিজেন যোগান ধৰিবলৈ ২২ লাখ টকীয়া কাৰ বিক্ৰী কৰি দিলে এইজন যুৱকে!

মহামাৰীৰ বিভীষিকাৰ মাজতে এক মানৱীয় কৰ্মৰে হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে মুম্বাইৰ এজন যুৱকে। শ্বাহনাৱাজ শ্বেইখ নামৰ যুৱকজনে তেওঁৰ স্থানীয় বাসিন্দাসকলক...

Read moreDetails

গোলাঘাটত ছাত্ৰৰ দেহলৈ সংক্ৰমণ হৈছে ক’ৰনা ; গোলাঘাট জাতীয় বিদ্যালয়ত আতংক

কালিলৈকে গোলাঘাটত ২০৫ জনৰ দেহত ক'ৰনা ভাইৰাছ সক্ৰিয় হৈ আছিল যদিও এতিয়া যেন দ্ৰুত গতিত বৃদ্ধি পাইছে ক'ৰনা পজিটিভৰ সংখ্যা।...

Read moreDetails

ক’ভিড নিয়মাৱলী প্ৰয়োগত সম্পূৰ্ণ ব্যৰ্থ হৈছে নিৰ্বাচন আয়োগ : কলকাতা উচ্চ ন্যায়ালয়

ক'ভিড-১৯ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত নিৰ্দেশাৱলীসমূহ প্ৰয়োগৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। কলকাতা উচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠে এই অভিযোগ উত্থাপন কৰিছে।...

Read moreDetails
Page 2269 of 5984 1 … 2,268 2,269 2,270 … 5,984

Stay Connected

Recent News