কনজুমাৰ্ছ লিগেল প্রটেক্টশ্বন ফ’ৰামৰ উদ্যোগত ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস পালন

সমগ্ৰ দেশৰ লগতে বৃহস্পতিবাৰে কনজুমাৰ্ছ লিগেল প্রটেক্টশ্বন ফ’ৰামে অসমতো ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস পালন কৰে। কোভিডজনিত পৰিস্থিতিৰ বাবে ফ’ৰামে মূলত: ৰাজ্যৰ...

Read moreDetails

২৬ ডিচেম্বৰত বোকাখাতত উন্মোচিত হব প্রয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পূৰ্ণাঙ্গ প্রতিমূর্তি

বোকাখাতৰ সমষ্টিৰ প্রাক্তন বিধায়ক তথা বোকাখাত নির্মাণ গোট নামৰ বেচৰকাৰী সংগঠনৰ সভাপতি জিতেন গগৈৰ উদ্যোগত বোকাখাতত নির্মাণ কাৰ্য চলি থকা...

Read moreDetails

নেপালৰ ৰাজনৈতিক অস্থিৰতাৰ মাজতে প্ৰচণ্ডক সাক্ষাৎ চীনা ৰাষ্ট্ৰদূতৰ

নেপালত ৰাজনৈতিক অস্থিৰতাই বিৰাজ কৰি থকাৰ সময়তে চীনৰ ৰাষ্ট্ৰদূতে বৃহস্পতিবাৰে নেপাল কমিউনিষ্ট পাৰ্টিৰ অধ্যক্ষক সাক্ষাৎ কৰে। নেপালত থকা চীনৰ ৰাষ্ট্ৰদূত...

Read moreDetails

মাত্ৰ ৯ বছৰ বয়সতে ইউটিউবৰ জৰিয়তে কোটিপতি এইটি শিশু , আয়ৰ পৰিমাণ জানিলে আচৰিত হ’ব আপুনিও

এটি ৯ বছৰীয়া শিশু। জীৱনৰ পখিলা খেদা বয়সতে এই শিশুটি হৈ পৰিছে কোটিপতি। তাকো এক কোটি বা দুই কোটি টকাৰ...

Read moreDetails

অসমৰ ৩৫ হেজাৰ প্ৰাথমিক বিদ্যালয়ত নাই স্থায়ী প্ৰধান শিক্ষক: ২২ জানুৱাৰিত দিচপুৰ কঁপাব ১ লাখ প্ৰাথমিক শিক্ষকে

সমগ্ৰ অসমত আছে ৩৫ হাজাৰ প্ৰাথমিক বিদ্যালয় । আচৰিত কথা যে আজি পৰ্যন্ত এই বিদ্যালয় সমুহৰ এখনতো নাই স্থায়ী প্ৰধান...

Read moreDetails

ব্ৰিটেইনৰ পাছত নাইজেৰিয়াত ধৰা পৰিল অধিক শক্তিশালী ক’ৰ’না ভাইৰাছৰ নতুন ৰূপ

ব্ৰিটেইন আৰু দক্ষিণ আফ্ৰিকাৰ পাছত এইবাৰ নাইজেৰিয়াত ক’ৰ’না ভাইৰাছৰ নতুন ৰূপ ধৰা পৰিছে। আফ্ৰিকাৰ চেণ্টাৰ ফৰ ডিজিছ এণ্ড প্ৰিভেনশ্যনে বৃহস্পতিবাৰে...

Read moreDetails

মাৰ্ঘেৰিটাত বনৰীয়া হাতীৰ তাণ্ডৱ; বন বিভাগৰ গা এৰা মনোভাৱ

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত হাতী মানুহৰ সংঘাত অব্যাহত আছে । খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীৰ দলে নিতৌ মাৰ্ঘেৰিটা নগৰৰ...

Read moreDetails

নগাঁৱত ৰামেশ্বৰ বৰা সোঁৱৰণী কৃতী শিক্ষকৰ বঁটা প্ৰদান

 " ভাল কাম কৰিলে স্বীকৃতি দিয়া হয়‌ আৰু এই স্বীকৃতিয়ে কাম কৰাৰ ক্ষেত্ৰত অনুপ্ৰেৰণা যোগায়। আনহাতে, বেয়া কাম কৰিলে গৰিহণা...

Read moreDetails

২১’ত অসমত প্ৰতিষ্ঠা হ’ব জাতীয় পৰিষদৰ চৰকাৰ: ঘোষণা লুৰীণৰ

‘২১ ৰ এপ্ৰিল বা মে’ মাহত হ’ব জাতীয় পৰিষদৰ চৰকাৰ। জাতীয়তাবাদৰ চৰকাৰ যে প্ৰতিষ্ঠা হ’ব সেয়া নিশ্চিত।‘ বৃহস্পতিবাৰে গুৱাহাটীৰ লেম্বৰোডস্থিত...

Read moreDetails

নিংগামত আৰক্ষী জোৱানৰ বাসগৃহ অগ্নিকাণ্ডত সম্পূৰ্ণ ভস্মীভূত

 তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ অন্তৰ্গত কুমচাই পঞ্চায়তৰ নিংগাম গাঁৱত যোৱা নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। অঞ্চলটোৰ নিবাসী অসম আৰক্ষীৰ জোৱান...

Read moreDetails
Page 2635 of 5989 1 … 2,634 2,635 2,636 … 5,989

Stay Connected

Recent News