জন্মু আৰু কাশ্মীৰত আজিৰ পৰা সকলো ধৰণৰ চৰকাৰী কাৰ্যালয় পুনৰ আৰম্ভ কৰা হৈছে। উল্লেখ্য যে, জন্মু আৰু কাশ্মীৰৰ চৰকাৰে যোৱা...
Read moreDetailsভাৰত আৰু চীনৰ দৰে দেশে যদি টেষ্টৰ সংখ্যা বঢ়াই দিয়ে তেন্তে এই দুখন দেশত আমেৰিকাতকৈও অধিক লোকৰ দেহত ক’ৰ’না ভাইৰাছৰ...
Read moreDetailsকোভিড-১৯ আক্ৰান্ত চোৰক গ্ৰেপ্তাৰ কৰি এতিয়া বিমোৰত পৰিছে মহানগৰীৰ দুখনকৈ থানাৰ আৰক্ষী। মহানগৰীৰ জালুকবাৰী আৰক্ষী থানা আৰু দিচপুৰ আৰক্ষী থানাৰ...
Read moreDetailsৰাজ্যত ২৩২৪ লৈ বৃদ্ধি পালে ক'ৰ'না আক্ৰান্ত ৰোগীৰ সংখ্যা। এই মুহূৰ্তত একেলগে ৮১ গৰাকী লোকৰ দেহত পোৱা গৈছে মাৰাত্মক ক'ৰ'না...
Read moreDetailsৰাজধানী নতুন দিল্লীত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে। নিতৌ ন ন লোক আক্ৰান্ত হোৱাৰ লগতে বিভিন্ন চৰকাৰী...
Read moreDetailsআজি ঘোষণা কৰা হৈছে হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছাৰ ফলাফল ৷ ঘোষিত ফলাফল অনুসৰি হাইমাদ্ৰাছাত প্ৰথম স্থান লাভ কৰে বৰপেটা চহৰৰ...
Read moreDetailsৰাজ্যিক প্ৰাথমিক শিক্ষা বিভাগৰ অধীনৰ কস্তুৰৱা গান্ধী বালিকা বিদ্যালয়ৰ এগৰাকী শিক্ষয়ত্ৰীয়ে এবছৰতকৈ অধিক কাল একেলগে ২৫খন স্কুলত শিক্ষকতা কৰি প্ৰায়...
Read moreDetailsআজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩৩ সংখ্যক জন্ম জয়ন্তী। মহাপুৰুষ মাধৱদেৱে নিজ হাতে প্ৰতিষ্ঠা কৰা ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰতো লকডাউনৰ মাজতে...
Read moreDetailsআজি ঘোষণা কৰা ২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিলে ধৃতিৰাজ বাস্তৱ কলিতাই। দৰং জিলাৰ বানেইকুছি...
Read moreDetailsৰাজ্যত আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত প্ৰথম দহটা স্থানত শিৱসাগৰ জিলাৰ তিনিজনে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। শিৱসাগৰৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd