JIOৰ সুদিন অব্যাহত: ৰিলায়েন্স জিঅ’ত মুবাডালা কোম্পানীয়ে বিনিয়োগ কৰিব ৯০৯৩কোটি টকা

মুকেশ আম্বানিৰ টেলিকম কোম্পানী ৰিলায়েন্স জিঅ’ত এটাৰ পাছত আন এটা বিদেশী কোম্পানীয়ে বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিছে। এইবাৰ আবু ধাবিৰ মুবাডালা...

Read moreDetails

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনালে ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে

অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে জনসাধাৰণক তেওঁৰ শুভেচ্ছা জ্ঞাপন কৰিছে। অধ্যাপক মুখীয়ে কয়,’’প্ৰতি বছৰে ৫জুন তাৰিখে...

Read moreDetails

আই এ এছ বিষযা ৰবি কোটাক ৱাশ্বিংটন ডিচিৰ ভাৰতীয় দূতাবাসলৈ বদলি

অসম-মেঘালয় কেডাৰৰ আই এ এছ বিষয়া ৰবি কোটাক ৱাশ্বিংটন ডিচিৰ ভাৰতীয় দূতাবাসলৈ নিউ মিনিষ্টাৰ(ইক’নমিক) হিচাপে বদলি কৰা হৈছে। ১৯৯৩ বৰ্ষৰ...

Read moreDetails

ছেপ্টেম্বৰৰ ভিতৰতে প্ৰধান মন্ত্ৰী মোদীৰ বাবে আহিব নতুন প্ৰযুক্তিৰে সজ্জিত দুখন বিমান

এয়াৰ ইণ্ডিয়া ৱান ফ্লীটত অহা ছেপ্টেম্বৰৰ ভিতৰতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে বিশেষভাৱে নিৰ্মাণ কৰা দুখন বোয়িং ৭৭৭ এয়াৰক্ৰাফ্ট আহিব।...

Read moreDetails

সাৱধান! মুহূৰ্তত ৰাজ্যত বাঢ়িছে ক’ৰ’ণা ৰোগীৰ সংখ্যা; ২১০০ অতিক্ৰম

ৰাজ্যত প্ৰতি মুহূৰ্তত বাঢ়ি আছে ক'ৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা। এই মুহূৰ্তত ৪২ গৰাকী ৰোগীৰ দেহত ধৰা পৰিছে  মাৰাত্মক ভাইৰাছৰ উপস্থিতি।...

Read moreDetails

ৰাজ্যত ক’ৰ’ণা আক্ৰান্তই ২০০০ অতিক্ৰম কৰিলেও আছে এক ভাল খবৰ

ৰাজ্যত অপ্ৰতিৰোধ্য ক'ৰ'ণাৰ সংক্ৰমণ। আজিৰ দিনটোত ৰাজ্যত মুঠ ক'ৰ'ণা আক্ৰান্তৰ সংখ্যাই ২০০০ অতিক্ৰম কৰিলেও আহিছে এক ভাল খবৰ। আজিৰ দিনটোত বৰ্তমানলৈকে...

Read moreDetails

২০০০ অতিক্ৰম অসমত ক’ভিড আক্ৰান্তৰ, দিনটোত এতিয়ালৈকে চিনাক্ত ২৪৩

৮৫গৰাকী নতুনকৈ চিনাক্ত ক’ভিড-১৯ পজিটিভ ব্যক্তিক ধৰি অসমত মুঠ আক্ৰান্তৰ সংখ্যা বৃহস্পতিবাৰে ২০৭৩লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ চিনাক্তসকলৰ মাজত আছে বৰপেটাৰ...

Read moreDetails

গোলাঘাটৰ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শকৰ কাৰ্যালয়ত সংঘটিত বিত্তীয় অনিয়মৰ অভিযোগত কনিষ্ঠ সহায়ক গ্ৰেপ্তাৰ

গোলাঘাটৰ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শকৰ কাৰ্যলয়ত সংঘটিত এক বিত্তীয় কেলেংকাৰী সন্দৰ্ভত আজি কাৰ্যলয়টোত কৰ্মৰত কণিষ্ঠ সহায়ক তথা গাননিক বিপুল মেচক গোলাঘাট আৰক্ষীয়ে...

Read moreDetails

“আৱাহন”ৰ স্ৰষ্টা ডাঃ দীননাথ শৰ্মাক স্মৰণ

যুগজয়ী অসমীয়া আলোচনী “আৱাহন”ৰ স্ৰষ্টা ডাঃ দীননাথ শৰ্মাক আজি ৪২তম মৃত্যু দিৱসত শ্ৰদ্ধাঞ্জলি জনোৱা হয়। সাংস্কৃতিক সংস্থা 'চিৰ সেউজ'ৰ উদ্যোগত...

Read moreDetails

চক্ৰ বিষয়া পৰ্যায়ত ভূমিস্খলন নিৰীক্ষণ আৰু সঁহাৰি গোট গঠন কৰিবলৈ মুখ্য মন্ত্ৰী সোণোৱালৰ নিৰ্দেশ

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ উপায়ুক্ত কেইগৰাকীক চক্ৰ বিষয়া পৰ্যায়ত ভূমিস্খলন নিৰীক্ষণ আৰু সঁহাৰি গোট...

Read moreDetails
Page 3348 of 5985 1 … 3,347 3,348 3,349 … 5,985

Stay Connected

Recent News