ক’ৰ’নাৰ নতুন সংক্ৰমণৰ বাবে গুৱাহাটী মহানগৰীৰ তিনিখন ঠাইক নতুন কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে। মহানগৰীৰ বাথৌ...
Read moreDetailsবৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নলাৰ পানীয়ে অঞ্চলটোৰ ৰাইজক নৰক যন্ত্ৰণা ভোগাই আহিছে ৷ হাস্পতাল চৌহদৰ দূষিত পানী...
Read moreDetails‘‘সমগ্ৰ গুৱাহাটীত বৃক্ষ ৰোপনৰ লক্ষ্য লৈছে সদৌ গুৱাহাটীৰ ছাত্ৰ সন্থাই। গ্ৰীণ গুৱাহাটীৰ পৰিকল্পনা কৰা হৈছে,’’ চান্দমাৰী অভিযান্ত্ৰিক খেল পথাৰত অনুষ্ঠিত বিশ্ব...
Read moreDetailsসমগ্ৰ বিশ্বৰ লগতে ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ সময়তে ফিজি চৰকাৰে শুকুৰবাৰে ফিজিক ক’ৰ’না মুক্ত বুলি ঘোষণা...
Read moreDetailsত্ৰিপুৰাত ক’ৰ’না আক্ৰান্ত হৈছে এগৰাকী সেনা বিষয়া। ত্ৰিপুৰাত সেনা বিষয়া ক’ৰ’না আক্ৰান্ত হোৱা এইটো প্ৰথম ঘটনা। সেনা বিষয়া গৰাকীৰ লগতে...
Read moreDetailsআজি বিশ্ব পৰিবেশ দিৱস। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰৰ বিভিন্ন স্থানতো পালন কৰা হৈছে বিশ্ব পৰিবেশ দিৱস। সদৌ তাই আহোম ছাত্ৰ...
Read moreDetailsপঞ্চম পৰ্যায়ৰ লকডাউন অৰ্থাৎ আনলক-১ৰ আৰম্ভ হোৱাৰ পাছতেই কাৰ্যালয়সমূহ খুলিবলৈ লৈছে। যাতায়ত ব্যৱস্থা স্বাভাৱিক হোৱাৰ পাছতে সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয় সম্পূৰ্ণৰূপে...
Read moreDetailsবছৰটোৰ দ্বিতীয়টো চন্দ্ৰগ্ৰহণ ৫জুন অৰ্থাৎ আজি লাগিব। এই চন্দ্ৰগ্ৰহণক উপছায়া চন্দ্ৰগ্ৰহণ বুলি কোৱা হৈছে। ধৰ্মীয় দিশৰ পৰা এই উপছায়া চন্দ্ৰগ্ৰহণক...
Read moreDetailsএইবাৰ ৰাজ্যখনত কয়দীৰ দেহত ধৰা পৰিছে কৰ'না ভাইৰাচৰ অৱস্থিতি ৷ গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ কয়দী এজনৰ দেহত ধৰা পৰিছে ক'ৰনা ভাইৰাছৰ...
Read moreDetailsশুকুৰবাৰে মিজোৰামত পুনৰ পাঁচজন লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ। নতুনকৈ পজিটিভ পোৱা এই পাঁচজনৰ সৈতে ৰাজ্যখনত মুঠ কোভিড-১৯ত আক্ৰান্তৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd