হাতীৰ আক্ৰমণত যুৱকৰ মৃত্যুক লৈ চামগুৰিত উত্তেজনা; বন-বিভাগৰ কাৰ্যালয়ত ক্ষুব্ধ লোকৰ আক্ৰমণ

বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি দেওবাৰে নিশা নগাঁও জিলাৰ চামগুৰিত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। একাংশ...

Read moreDetails

ন্যায়িক ব্যৱস্থাৰ বিৰুদ্ধে বৰ্দ্ধিত অসহিষ্ণুতাত ইন্ধন যোগাইছে ছ’চিয়েল মিডিয়াই: উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কিষান কৌলে দেওবাৰে কয় যে ন্যায়িক ব্যৱস্থাৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াই ইন্ধন যোগোৱা এক অসহিষ্ণুতা দেশত গঢ়ি...

Read moreDetails

জনপ্ৰিয় সংগীত পৰিচালক ৱাজিদ খানৰ কোভিড-১৯ত মৃত্যু; শোকস্তব্ধ বলীউদ

বলীউদৰ প্ৰসিদ্ধ তথা জনপ্ৰিয় সংগীত পৰিচালক ৱাজিদ খানৰ পৰলোকপ্ৰাপ্তি ঘটিছে। দেওবাৰে ৱাজিদ খানৰ মৃত্যুৰ বাতৰিয়ে বলীউদক শোকস্তব্ধ কৰি তুলিছে। বলীউদত...

Read moreDetails

শিৱসাগৰত নতুনকৈ সাতজন কৰ’না পজিটিভ; আটাইকেইজনকে ভৰ্তি কৰা হৈছে হাস্পাতলত

ৰাজ্যত কোভিড-১৯ পজিটিভৰ সংখ্যা দিনে দিনে বৃদ্ধি পাব ধৰিছে। দেওবাৰে নিশা লৈকে ৰাজ্যত ১৩৩৯ গৰাকী কোভিড-১৯পজিটিভ পোৱা গৈছে। দেওবাৰে শিৱসাগৰ...

Read moreDetails

১৩৩৯লৈ বৃদ্ধি অসমত ক’ভিড-১৯ আক্ৰান্ত, নতুনকৈ চিনাক্ত ৬৭

৬৭গৰাকী নতুন ক’ভিড-১৯ পজিটিভ ব্যক্তিৰে সৈতে অসমত মুঠ আক্ৰান্ত দেওবাৰে ১৩৩৯লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ চিনাক্তসকলৰ মাজত আছে তিনিচুকীয়াৰ ১৬, গোৱালপাৰাৰ...

Read moreDetails

১১ অংকৰ হ’ব ম’বাইল ফোন নম্বৰ? ট্ৰায়ে কি কয়

দেশত ম’বাইল ফোনৰ নম্বৰসমূহ ১১টা অংকৰ হ’ব বুলি প্ৰকাশিত বাতৰি সন্দৰ্ভত দেওবাৰে প্ৰতিক্ৰিয়া কৰিছে ট্ৰায়ে (Telecom Regulatory Authority of India)।...

Read moreDetails

‍‘নমস্তে ট্ৰাম্প’ৰ বাবেই ক’ৰ’নাৰ সংক্ৰমণ ঘটিছিল দেশত : সঞ্জয় ৰাউত

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক আদৰিবলৈ ফেব্ৰুৱাৰি মাহত আহমেদাবাদত অনুষ্ঠিত কাৰ্যসূচীৰ বাবেই গুজৰাটৰ পিছত মুম্বাই আৰু দিল্লীত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি...

Read moreDetails

ৱৰ্ল্ড ন’ টবাক’ ডে|| বিশ্বজুৰি ৪০ নিযুত নাবালকে ব্যৱহাৰ কৰে ধঁপাত

বিশ্ব স্বাস্থ্য সংস্থাই ৱৰ্ল্ড ন’ টবাক’ ডেৰ দিনাই দেওবাৰে প্ৰকাশ কৰিছে এক গুৰুতৰ তথ্য—বিশ্বজুৰি আজিৰ তাৰিখত ৪০ নিযুতকৈয়ো অধিক নাবালকে...

Read moreDetails

অতি শীঘ্ৰেই পিতৃ-মাতৃ হ’ব ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়া আৰু অভিনেত্ৰী নাটাশা ষ্টানকোভিচ!

দেওবাৰে অভিনেত্ৰী নাটাশা ষ্টানকোভিচে সামাজিক মাধ্যমৰ যোগে ঘোষণা কৰিছে তেওঁ আৰু বাগদত্ত হাৰ্দিক পাণ্ডিয়াৰ প্ৰথমটো সন্তানৰ বাবে তেওঁলোক অপেক্ষা কৰি...

Read moreDetails

নাও আৰু ফেৰীত যাত্ৰা কৰা লোকে সুৰক্ষামূলক জেকেট পিন্ধাটো বাধ্যতামূলক কৰাৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বনপানী, ধুমুহা, বজ্ৰপাত, নদীৰ জলস্তৰ বৃদ্ধি আদি সংক্ৰান্তত জনগণক আগতীয়াকৈ সাৱধান কৰি দিয়াৰ বাবে দুৰ্যোগৰ আগজাননী...

Read moreDetails
Page 3364 of 5985 1 … 3,363 3,364 3,365 … 5,985

Stay Connected

Recent News