ৰাজ্যৰ সংবাদ কৰ্মী সকলকো স্বাস্থ্য বীমাৰ অধীনলৈ আনিবলৈ আহ্বান প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ

ক’ৰ’না ভাইৰাছৰ মহা সংকটৰ সময়ত ৰাজ্যৰ আৰক্ষী, চিকিৎসকে ধৰি স্বাস্থ্য কৰ্মী তথা কোভিদ-১৯-ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে জড়িত চৰকাৰী বিষয়া...

Read moreDetails

এইবাৰ AHSECৰ উঃ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত নোহোৱাৰ সম্ভাৱনা

অসমত এইবাৰ শিক্ষা সংসদৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত নোহোৱাৰ সম্ভাৱনা আছে। এক উচ্চস্তৰীয় সূত্ৰমতে প্ৰথম বৰ্ষৰ সকলো ছাত্ৰ-ছাত্রীকে...

Read moreDetails

ল’কডাউনৰ সময়ত সৰ্থেবাৰীৰ কেইবাখনো গাঁৱত খাদ্য সামগ্ৰী বিতৰণ কৃষ্ণগুৰু সেৱাশ্ৰমৰ

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰে ঘোষণা কৰা ল’কডাউনৰ সময়ত ঘৰৰ ভিতৰত আৱদ্ধ হৈ পৰিছে দেশৰ জনসাধাৰণ। এই সময়ছোৱাত...

Read moreDetails

অসমত আৰু এজন ক’ভিড-১৯ পজিটিভ, মুঠ আক্ৰান্ত ২৮লৈ বৃদ্ধি

অসমত মঙলবাৰে আৰু এজন ক’ভিড১৯ পজিটিভ ব্যক্তি চিনাক্ত হৈছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰিছে। হাইলাকান্দিৰ উক্ত...

Read moreDetails

কেবিনেটৰ সিদ্ধান্ত; এবছৰৰ বাবে দৰমহাৰ ৩০% কৰ্তন কৰা হ’ব অসমৰ সকলো মন্ত্ৰী-বিধায়কৰ

আজি অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অন্যান্য সিদ্ধান্তৰ লগতে অসম মন্ত্ৰী সভাৰ মন্ত্ৰী আৰু...

Read moreDetails

কৰ’নাভাইৰাছ: ৰাইজ, জৰুৰী সেৱাৰ কৰ্মচাৰীক ধন্যবাদ আছুৰ

সদৌ অসম ছাত্ৰ সন্থাই ক'ৰনা ভাইৰাছৰ বিৰুদ্ধে চৰকাৰে আহ্বান জনোৱা ২১দিনীয়া লকডাউন বৰ্তমানলৈকে সুচাৰুপে মানি চলা বাবে অসমৰ প্ৰতিগৰাকী জনতালৈ ধন্যবাদ...

Read moreDetails

ক’ৰ’নাত আক্ৰান্তৰ হাৰ হ্ৰাস কৰা ৰাজস্থানৰ ভিলৱাৰা মডেল কি?

ৰাজস্থানৰ ভিলৱাৰাত একেলগে ২৫ টা ক’ৰ’না ভাইৰাছ প’জিটিভৰ ঘটনা পোহৰলৈ অহাৰ পাছত বৰ্তমান ভিলৱাৰাত ক্ৰমাৎ হ্ৰাস পাইছে ক’ৰ’নাত আক্ৰান্ত হোৱাৰ...

Read moreDetails

৪৬,০০ লোকক হোম কোৱাৰাণ্টেইন, ২৪৭ লোকৰ বিৰুদ্ধে গোচৰ ৰুজু দিল্লী চৰকাৰৰ

দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ ২১ দিনীয়া ল’কডাউন চলি থকাৰ মাজতে দিল্লীৰ অৰবিন্দ কেজৰিৱাল চৰকাৰে দিল্লীত ৪৬,০০০ লোকক হোম...

Read moreDetails

ক’ৰ’নাৰ বিৰুদ্ধে যুদ্ধৰ বাবে গাভাস্কাৰৰ ৫৯ লাখ টকাৰ অনুদান; প্ৰকাশ কৰা নাছিল ছ’চিয়েল মিডিয়াত

ক’ৰ’না মহামাৰীৰ বিৰুদ্ধে যুদ্ধৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ পূৰ্বৰ অধিনায়ক সুনীল মনোহৰ গাভাস্কাৰে চৰকাৰলৈ ৫৯ লাখ টকাৰ অনুদান আগবঢ়াইছে। ৭০...

Read moreDetails

স্ব-গৃহতে ইছলামধৰ্মী লোকসকলক শ্ব’বে বৰাত পালন কৰিবলৈ আহ্বান হিলাল কমিটিৰ

এপ্ৰিল মাহৰ ৯ তাৰিখে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ শ্ব'বে বৰাত। এই পৱিত্ৰ দিনটোত মছজিদত একগোট হৈ বিশ্ব শান্তিৰ উদ্দেশ্যে আল্লাহৰ ওচৰত...

Read moreDetails
Page 3565 of 5983 1 … 3,564 3,565 3,566 … 5,983

Stay Connected

Recent News