শিশুৰ সাংস্কৃতিক তথা সামাজিক বিকাশৰ লক্ষ্যৰে প্ৰতিষ্ঠিত আৰোহনৰ উদ্যোগত ২০০৫ চনৰে পৰা ড。ভবেন্দ্ৰ নাথ শইকীয়াৰ ওপজা দিনটোত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত...
Read moreDetailsবৰ্তমান সময়ৰ বিশ্ব ক্ৰিকেটৰ আটাইতকৈ শ্ৰেষ্ঠ বেটছমেন হিচাপে পৰিচিত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে আন এক মাইলষ্ট’নত উপনীত হয়।...
Read moreDetailsবয়স বেছি হ’লেও নিজৰ মনৰ সাহস নেহেৰুওৱা শিল্পী ৰাজকুমাৰ ঠাকুৰীয়াই টাইমছ অৱ ইণ্ডিয়া গ্ৰুপৰ তৰফৰ পৰা ফিল্মফেয়াৰলৈ নিমন্ত্ৰণ নোপোৱাত ক্ষোভিত...
Read moreDetailsভাৰতত ব্যৱসায় বন্ধ কৰিবলৈ আগ্ৰহী নহয় ভোডাফোন আইডিয়া আৰু ভাৰতী এয়াৰটেলে। সেয়েহে অনাদায়ী ধন আদায় দিবলৈ তৎপৰ হৈ পৰিছে এই...
Read moreDetailsব্ৰইলাৰ মূৰ্গী খালে ক’ৰ’না ভাইৰাছত আক্ৰান্ত হ’ব বুলি ওলোৱা অপপ্ৰচাৰে ভয়ংকৰভাৱে ক্ষতিগ্ৰস্ত কৰিছে ভাৰতৰ হাঁহ-কুকুৰাৰ উদ্যোগটোক। সৰ্বসাধাৰণ লোকৰ মাজত এই...
Read moreDetailsনেতিবাচক বহু খৱৰৰ মাজতে মোদী চৰকাৰৰ বাবে এটা ভাল খৱৰ আহিল। ভাৰত বিশ্বৰ পঞ্চমখন বৃহৎ অৰ্থনীতিৰ দেশ হৈ পৰিল। ২.৯৪...
Read moreDetails‘ক্ৰিকেটৰ ভগৱান’ৰূপে বিশ্বত পৰিচিত মাষ্টাৰ-ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰক ল’ৰিয়ছ স্প’ৰ্টিং ম’মেণ্ট এৱাৰ্ড ২০০০-২০২০ সন্মানেৰে সন্মানিত কৰা হয়। নিজৰ ঘৰৰ মাটিত ২০১১...
Read moreDetailsঅহা ২৪ ফেব্ৰুৱাৰিত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ভাৰত ভ্ৰমণ কৰিবলগীয়া দিনটোৰ পূৰ্বে বিমানবন্দৰৰ চৌপাশৰ সকলো পথ তথা দেৱাল মসৃন কৰি...
Read moreDetailsঅসম চুক্তিৰ ৬ নং দফা সমিতিয়ে অসমৰ ইনাৰ লাইন পাৰ্মিট (আই এল পি)প্ৰৱৰ্তন কৰাৰ লগতে ৰাজ্যখনত ‘খিলঞ্জীয়া’ লোকৰ সংজ্ঞা নিৰ্দ্ধাৰণৰ...
Read moreDetailsবৰপেটা জিলাৰ পাঠশালাত এজন বন্ধুক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগত এজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা যুৱকজন ২২ বছৰীয়া ৰজিবুল...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd