মহিলা বক্সিং বিশ্ব প্ৰতিযোগিতাত ৫-০-ৰ স্পষ্ট ব্যৱধানত প্ৰতিদ্বন্দ্বীক হৰুৱাই ছেমি ফাইনেলত প্ৰৱেশ কৰিছে মেৰী কম। ইয়াৰ লগে লগে মেৰীৰ জৰিয়তে...
Read moreDetailsৰাজ্যৰ প্ৰথমখন স্বচ্ছ আৰু সেউজ গাঁও হিচাপে স্বীকৃতি প্ৰদান কৰা বজালীৰ বেলনা গাঁৱৰ কাম-কাজক লৈ মুখ্য মন্ত্ৰী সোণোৱালে কিছুদিন পূৰ্বে...
Read moreDetailsপ্ৰেমত দেখা দিয়া বাধাৰ বাবে এক কিশোৰ দম্পতিয়ে বিহ পান কৰি আত্মহত্যাৰ চেষ্টা চলোৱা কাৰ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে গোৱালপাৰা জিলাত।...
Read moreDetailsবাংলাদেশৰ নোবেল বঁটাবিজয়ী অৰ্থনীতিবিদ, গ্ৰামীন বেংকৰ প্ৰতিস্থাতা ড০ মুহাম্মদ য়ুনুচৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে ঢাকাৰ এখন শ্ৰম আদালতে। শ্ৰম...
Read moreDetailsপ্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা বৰ্তমান লোকসভাৰ সদস্য গৌতম গম্ভীৰে পাকিস্তানী বলাৰ মহম্মদ ইৰফানৰ বিৰুদ্ধে সহজভাৱে বেটিং কৰিব পৰা নাছিল। এই...
Read moreDetailsতিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিৰ ধলা এলেকাৰ কাঠ মাফিয়া চক্ৰ এটাই ধলা-শদিয়া সংযোগী ড০ ভূপেন হাজৰিকা সেঁতুখনক অৰুণাচলৰ চোৰাং কাঠ...
Read moreDetailsআজি গুৱাহাটীত অনুষ্ঠিত হোৱা ভাৰত আৰু আই এছ এলৰ ক্লাব নৰ্থ-ইষ্ট য়ুনাইটেডৰ মাজৰ বন্ধুত্বপূৰ্ণ মেচখন ড্ৰ ৰূপে অন্ত পৰে। মেচখনৰ...
Read moreDetailsধন ঐশ্বয্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজালৈ মাজত মাথো তিনি দিন বাকী থকা অৱস্থাত ঐতিহ্যমণ্ডিত কেওঁটকুছিৰ লক্ষ্মী মন্দিৰত সংঘটিত হ'ল অঘটন...
Read moreDetailsতিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ এটা পেট্ৰ’ল পাম্পত আজি সংঘটিত হোৱা এক ৰহস্যজনক চুৰি কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত খবৰ অনুসৰি ইণ্ডিয়ান...
Read moreDetailsকাৰোবাৰ মন গ’লেই বিধি-বিধান নমনাকৈ গুৱাহাটীত ঘৰ সজা, লোৱাৰ দিন উকলিল। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুধবাৰে গুৱাহাটী ডিভেলপমেণ্ট বিভাগক ৩১...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd