‘ডিভাইড আছাম ফিফটি-ফিফটি’ৰ দাবীত কোকৰাঝাৰত বিশাল প্ৰতিবাদী সমদল

অতি শীঘ্ৰে পৃথক বড়োলেণ্ড গঠন, বড়োলেণ্ডৰ বাহিৰত বসবাস কৰা বড়োসকলৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক অধিকাৰ সুনিশ্চিত কৰা, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল...

Read moreDetails

গণতন্ত্ৰ দিৱসৰ পেৰেডত অসমৰ প্ৰতীকপটত হ’ব শুৱালকুছিৰ বয়ন শিল্পী

অহা ২৬ জানুৱাৰিত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া গণতন্ত্ৰ দিৱসৰ দিনা পূবৰ মানচেষ্টাৰ খ্যাত শুৱালকুছি অসমৰ চৰকাৰী প্ৰতীকপটত প্ৰদৰ্শিত হ’ব। আজি...

Read moreDetails

নাগৰিকত্ব বিধেয়ক : কাইলৈৰ পৰা ৭০টা সংগঠনৰ ব্যাপক আন্দোলন

৩১ জানুৱাৰিৰ পৰা আৰম্ভ হ’ব লগীয়া ৰাজ্যসভাৰ অধিৱেশনৰ আগমুহূৰ্তত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে চলা আন্দোলনখনক অধিক তীব্ৰতৰ কৰি তোলাৰ...

Read moreDetails

গুৱাহাটীত কিশোৰীক ধর্ষণ কৰি ভিডিঅ’ ৰেকৰ্ডিং কৰা ৩জনক গ্ৰেপ্তাৰ, ২জন পলাতক

গুৱাহাটী মহানগৰীৰ হফিজনগৰ অঞ্চলত এগৰাকী কিশোৰীক দলবদ্ধ ধর্ষণ চলোৱাৰ অভিযোগত মহানগৰ আৰক্ষীয়ে ৩ গৰাকী লোকক আটক কৰিছে। গ্ৰেপ্তাৰ কৰা লোককেইজনক...

Read moreDetails

এইচ্চআইভি/এইডছ সজাগতামূলক বেষ্টার্ন ৰকবেণ্ড প্ৰতিযোগিতা সম্পন্ন

অসম এইডছ নিয়ন্ত্ৰণ ছ’চাইটী (Assam State AIDS Control Society চমুকৈ ASACS) ইয়াৰ মাল্টিমেডিয়া অভিযানৰ এটা অংশ হিচাপে এইচ্চআইভি/এইডছ সজাগতামূলক বেষ্টার্ন...

Read moreDetails

বৰাকৰ বিতৰ্কিত নেতা প্ৰদীপ দত্তৰয়ে এইবাৰ উভতি ধৰিলে সাহিত্য সভাৰ সভাপতিক

অসম বিশ্ববিদ্যালয়ত অসমীয়া ছাত্ৰ-ছাত্ৰীক অধ্যয়ন কৰিবলৈ নিদিয়াৰ হুংকাৰ দিয়া বৰাকৰ বিতৰ্কিত অধিবক্ত তথা প্ৰাক্তন ছাত্ৰনেতা প্ৰদীপ দত্তৰয়ে এইবাৰ উভতি ধৰিলে...

Read moreDetails

বিয়া খাবলৈ গৈ শিৱসাগৰ ৰে’লৱে ষ্টেশ্যনত এখন ভৰি হেৰুৱালে গুৱাহাটীৰ মহিলাই

শিৱসাগৰ ৰে'লৱে ষ্টেশ্যনত আজি সংঘটিত দুৰ্ভাগ্যজনক ঘটনাত ট্ৰেইনৰ পৰা পৰি এগৰাকী মহিলাৰ এখন ভৰি শৰীৰৰ পৰা চিঙি পৰে। নগৰখনত চাঞ্চল্যৰ...

Read moreDetails

লিডুত সেনাৰ অভিযান, মাৰণাস্ত্ৰসহ এন এছ চি এন (আৰ)ৰ কেডাৰ আটক

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত লিডুত নগা উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান চলাই আজি এজন এন এছ চি এন (আৰ)ৰ দুৰ্ধৰ্ষ কেডাৰক...

Read moreDetails

প্ৰাক্তন কংগ্ৰেছী বিধায়ক ৰাহুল ৰয়ক দলৰ পৰা বহিষ্কাৰৰ প্ৰতিবাদত উত্তাল হাইলাকান্দি

নাগৰিকত্ব সংশোধনী বিধেয়কক কেন্দ্ৰ কৰি এতিয়া কংগ্ৰেছত বিসম্বাদ। প্ৰাক্তন বিধায়ক তথা হাইলাকান্দি জিলা কংগ্ৰেছৰ সভাপতি ৰাহুল ৰয়ক দলৰ পৰা বহিষ্কাৰ...

Read moreDetails

নাগৰিকত্ব সংশোধনী বিধেয়কৰ অপব্যাখ্যা খোদ মুখ্য মন্ত্ৰীৰ; ‘বিধেয়ক’ক বুলিলে ‘বিধায়ক’

সমগ্ৰ অসমৰ জনতাৰ শংকা জড়িত থকা নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ সন্দৰ্ভত ৰাজ্যখনৰ স্বয়ং মুখ্য মন্ত্ৰীজনেই অপব্যাখ্যাৰে মানুহক বিভ্ৰান্ত কৰাৰ ষড়যন্ত্ৰত...

Read moreDetails
Page 4680 of 5967 1 4,679 4,680 4,681 5,967

Stay Connected

Recent News