বিজেপি চৰকাৰৰ সুমতি কামনা কৰি মেজি জ্বলালে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে

আজি সমগ্ৰ ৰাজ্যবাসীৰ লগতে কংগ্ৰেছ দলৰ নেতা-কৰ্মীয়েও ল'লে মেজিৰ উত্তাপ। দিচপুৰৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত অসম প্ৰদেশ কংগ্ৰেছ কমিতিয়ে আয়োজন কৰা...

Read moreDetails

সমাধানত ব্যৰ্থ চৰকাৰ! উৰুকাৰ দিনাই বেতন বঞ্চিত শিক্ষকৰ আত্মহত্যা

বাক্সা জিলাৰ বৰবড়ী আৰক্ষী থানাৰ অন্তৰ্গত বাটাছাৰা গাঁৱৰ এজন শিক্ষকে মাঘ বিহুৰ উৰুকাৰ দিনাই আত্মহত্যা কৰাৰ ঘটনা পোহৰলৈ অহাত এতিয়া...

Read moreDetails

দুলীয়াজানত নাগৰিকত্ব বিধেয়ক সমৰ্থন কৰা বাবেই কাণত ধৰাই মাৰপিট বাঙালী যুৱকক

দুলীয়াজানত আজি বিহুৰ উৰুকাৰ দিনাই নাগৰিকত্ব সংশোধনী বিধেয়কখনক সমৰ্থন কৰা এজন বাঙালী যুৱকক আঁঠু কঢ়াই কাণত ধৰোৱাৰ লগতে মাৰপিট কৰাটোৱে...

Read moreDetails

সন্দিকৈ ছোৱালী মহাবিদ্যালয়তো নিষিদ্ধ হ’ল বিজেপিৰ নেতাৰ প্ৰৱেশ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ছাত্ৰ সমাজে প্ৰতিবাদ তীব্ৰতৰ কৰাৰ সময়তে এতিয়া শাসনাধিষ্ঠ বিজেপিৰ বিৰুদ্ধে একাংশ মহাবিদ্যালয়-বিশ্ববিদ্যালয়ে গ্ৰহণ কৰিছে কঠোৰ...

Read moreDetails

ত্ৰয়োদশ এছিয়ান চলচ্চিত্ৰ বঁটাৰ বাবে মনোনীত ৰীমা দাসৰ ‘বুলবুল কেন ছিং’

বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা পৰিচালিকা ৰীমা দাসক ২০১৯ৰ ত্ৰয়োদশ এছিয়ান চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত সৰ্বশ্ৰেষ্ঠ পৰিচালক বঁটাৰ বাবে মনোনীত কৰা হৈছে।...

Read moreDetails

মোদীৰ ‘নিমন্ত্ৰণ বাতিল’ বাতৰিৰ স্পষ্টীকৰণ মৰিগাওঁ অধিৱেশনৰ আদৰণি সমিতিৰ

আগন্তুক মৰিগাওঁ অধিৱেশনলৈ দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিমন্ত্ৰণ বাতিলক কেন্দ্ৰ কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘত মেৰু বিভাজন হৈছে বুলি এটা...

Read moreDetails

ভোগালীৰ ভোগ ত্যাগ কৰি অনশনত ৭০টা সংগঠনৰ প্ৰতিনিধি

সমগ্ৰ অসমীয়াই কৰি থকা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰ আন্দোলনটোক চৰকাৰে গুৰুত্ব নিদিয়াৰ প্ৰতিবাদত ভোগালীৰ আনন্দৰ পৰা বিৰত থকাৰ লগতে উৰুকাৰ...

Read moreDetails

চিকিৎসালয়ৰ জৈৱ-আবৰ্জনা নিষ্কাশন প্ৰক্ৰিয়াত প্ৰৱৰ্তিত হ’ব বাৰ ক’ড ব্যৱস্থা

অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে  জৈৱ-আবৰ্জনা নিষ্কাশন প্ৰক্ৰিয়া বিজ্ঞানসন্মত হোৱাতো নিশ্চিত কৰিবলৈ বাৰ ক'ড ব্যৱস্থাৰ প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই...

Read moreDetails

সলনি হৈছে দিন-কাল!! বিহুৰ মেজিটোও বজাৰৰ পণ্যৰ মাজলৈ আহিল

সময়ৰ গতিত কি সলনি নহয়! সময়ে কেৱল ভেলাঘৰৰ চেহেৰাকে সলনি কৰা নাই। অসমীয়া লোকজীৱনত মাঘ বিহুৰ অন্যতম বৈশিষ্ট্য মেজিটোও এতিয়া...

Read moreDetails

মিত্ৰতা এৰাৰ পিছত প্ৰথম আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিলে অগপই

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবেই বিজেপিৰে মিত্ৰতা ছেদ কৰা অসম গণ পৰিষদ দলে আগন্তুক দিনত বিধেয়কখনৰ বিৰুদ্ধে ৰাজ্যজুৰি ব্যাপক প্ৰতিবাদী কাৰ্যসূচী...

Read moreDetails
Page 4696 of 5967 1 4,695 4,696 4,697 5,967

Stay Connected

Recent News