মোদীৰ নিৰ্বাচনী প্ৰচাৰ : ২০১৪-ত ‘টালি-টোপোলা বান্ধিব লাগিব বাংলাদেশীয়ে’, ‘১৯-ত ‘স্বাগতম হিন্দু বাংলাদেশী’

২০১৪ চনৰ লোকসভাৰ নিৰ্বাচনী সভাত নৰেন্দ্ৰ মোদীয়ে ভাষণত ডিঙিৰ সিৰ ফুলাই কৈছিল যে নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিছতে বাংলাদেশীয়ে টালি-টোপোলা বান্ধিব...

Read moreDetails

বিশ্ব কাৰাটে চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰি উজলি উঠিল ১৯ গৰাকীকৈ অসম সন্তান

যোৱা ২৯ ৰ পৰা ৩১ ডিচেম্বৰলৈ স্প'ৰ্ট এছ'চিয়েশ্যন অৱ ইণ্ডিয়াৰ দ্বাৰা কলকাতাৰ নেতাজী ইনড'ৰ ষ্টেডিয়ামত আয়োজিত বিশ্ব কাৰাটে চেম্পিয়নশ্বিপত ভাৰতক...

Read moreDetails

কি হৈছে এ পি এচ ছিৰ তদন্তত? অমান্য উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ, জাননী মুখ্য সচিবক

অসম কঁপোৱা এ পি এচ ছিৰ “ধনৰ বিনিময়ত চাকৰি”ৰ তদন্তত আদালতৰ নিৰ্দেশ পালন নকৰি শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জাননীৰ সন্মুখীন...

Read moreDetails

নতুন দিল্লীত বিটিএডি চুক্তি পুনৰীক্ষণৰ দাবীৰে ধৰ্ণা কাৰ্যসূচী অবড়ো সংগঠনৰ

বিটিএডিত বাস কৰা অবড়ো সংগঠনসমূহৰ প্ৰতিনিধিত্ব কৰা শ শ লোকে বিটিএডি চুক্তি পুনৰীক্ষণ কৰাৰ দাবী তুলি শুকুৰবাৰে নতুন দিল্লীত এটা...

Read moreDetails

সোণোৱাল চৰকাৰ বিষাদৰ চৰকাৰ : ৰাজ্যজুৰি ৰন্ধন কৰ্মীৰ প্ৰতিবাদ

ৰাজ্যখনৰ ২৮খন জিলাৰ প্ৰাথমিক বিদ্যালয়বোৰৰ মধ্যাহ্ন ভোজন বিতৰণৰ দায়িত্ব স্বেচ্ছাসেৱী সংস্থা‌ক দিব বিচৰা কাৰ্যৰ প্ৰতিবাদত আজি সদৌ অসম মধ্যাহ্ন ভোজন...

Read moreDetails

পূৰ্ণাংগ পিজি কলেজ হোৱাৰ দিশে যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেল

অহা এপ্ৰিলৰ পৰা ৬টা ক্লিনিকেল বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰি পূৰ্ণাংগ পি জি কলেজত পৰিণত হোৱাৰ দিশত আগবাঢ়িছে যোৰহাট চিকিৎসা...

Read moreDetails

অসমত জুই জ্বলাই বৰাকৰ হিন্দু বাঙালীক মোদীৰ নিৰ্বাচনী টোপ : ৰিপুণ বৰা

আজি নিৰ্বাচনী প্ৰচাৰৰ বাবে শিলচৰলৈ অহা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ শীঘ্ৰেই গৃহীত হ’ব বুলি কোৱাৰ...

Read moreDetails

ডিফু চহৰক অতি শীঘ্ৰেই মিউনিচিপালিটীলৈ উন্নীত কৰা হ’ব : ছুম ৰংহাং

অসমৰ কেবিনেট মন্ত্ৰী ছুম ৰংহাঙে কৈছে যে ডিফু চহৰক অতি শীঘ্ৰেই মিউনিচিপালিটীলৈ উন্নীত কৰা হ’ব। লৰুলাংছোত অনুষ্ঠিত টাউন কমিটীৰ নিৰ্বাচনী...

Read moreDetails

কামৰূপৰ কমলপুৰত পিষ্টলসহ যুৱকক গ্ৰেপ্তাৰ; সেনাৰ নাটক আখ্যা ধৃত যুৱকৰ

কামৰূপৰ কমলপুৰত আজি আৰক্ষী আৰু সেনাই যুটীয়া অভিযান চলাই নিজকে ছালফা সদস্য বুলি দাবী কৰা এজন যুৱকক পিষ্টল আৰু গুলীসহ...

Read moreDetails

‘ইশ্বু’লৈ শৈলধৰ বৰুৱা শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা, শিশু শিল্পী কপিলৰ অভিনয়ৰ বিশেষ শলাগ জুৰিৰ

উৎপল বৰপূজাৰীৰ অসমীয়া চিনে’মা ‘ইশ্বু’লৈ আগবঢ়োৱা হৈছে ২০১৮ বৰ্ষৰ শৈলধৰ বৰুৱা সোঁৱৰণী শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা। চিনে’মাখনৰ মুখ্য চৰিত্ৰত শিশু শিল্পী...

Read moreDetails
Page 4724 of 5967 1 4,723 4,724 4,725 5,967

Stay Connected

Recent News