কামৰূপৰ কমলপুৰৰ ৰে’ল লাইনৰ দাঁতিত অচিনাক্ত মৃতদেহ উদ্ধাৰ

বাইহাটা ৰে'ল আৰক্ষীৰ অন্তৰ্গত ভাহাকা জানৰ ৩৮৪/৮-৯ নম্বৰৰ ৰে'ল লাইনৰ দাঁতিৰ পৰা আজি ৰে'লৱে আৰক্ষীয়ে এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ কৰে।...

Read moreDetails

হাজোত জঘন্য কাণ্ড : দুগৰাকী কিশোৰীক বিদ্যালয়ৰ পৰাই উঠাই আনি গুৱাহাটীৰ ভাড়াঘৰত যৌন নিৰ্য্যাতন

হাজোৰ দুগৰাকী ১৪ বছৰীয়া কিশোৰীক বিদ্যালয়ৰ পৰা উঠাই আনি গুৱাহাটীৰ ভাৰাঘৰত ৰাখি দুজন যুৱকে যৌন নিৰ্য্যাতন চলোৱাৰ এটা জঘন্য ঘটনা...

Read moreDetails

এইবাৰ ভঁৰালৰ ধানো হ’ল লক্ষ্য; গৃহস্থই বাৰণ্ডাত থোৱা চাৰিটাকৈ ধানৰ বস্তা লৈ গ’ল বনৰীয়া হাতীয়ে

কলিয়াবৰত নিশা কাৰ্বি পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা বনৰীয়া হাতীয়ে এইবাৰ পথাৰত ধান নাপাই ভঁৰালৰ ধানক লক্ষ্য কৰি লৈছে।...

Read moreDetails

মহানগৰবাসীলৈ মাইকযোগে সতৰ্কবাণী প্ৰেৰণ অভিযান গুৱাহাটী পৌৰ নিগমৰ

মহানগৰীত বাস কৰা তথাকথিত সভ্য নাগৰিকসকলক তেওঁলোকৰ ‘লেতেৰা’ স্বভাৱৰ বাবে সতৰ্কবাণী প্ৰেৰণ কৰিব লগীয়াৰ দৰে দুৰ্ভাগ্যজনক পদক্ষেপ ল’ব লগীয়া হ’ল...

Read moreDetails

জিআইএমটি, তেজপুৰৰ উদ্যোগত অসম ভিত্তিক ৰচনা প্ৰতিযোগিতা

তেজপুৰস্থিত অগ্ৰণী অভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠান  'জিআইএমটি, তেজপুৰৰ উদ্যোগত অসম ভিত্তিক এখনি ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। নৱম শ্ৰেণীৰ পৰা দ্বাদশ  পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰী...

Read moreDetails

মাৰোৱাৰী মহিলা সন্মিলনৰ শিৱসাগৰ শাখাৰ দ্বাৰা কল্যাণ বৃদ্ধাশ্ৰমত গৰম কাপোৰ আৰু খাদ্য সামগ্ৰী বিতৰণ

অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলন শিৱসাগৰ শাখাই শুকুৰবাৰে শিৱসাগৰ জিলাৰ খোৱাঙত থকা কল্যাণ বৃদ্ধাশ্ৰমৰ আৱাসী সকলৰ মাজত গৰম কাপোৰ বিতৰণ...

Read moreDetails

এনআৰচি প্ৰসংগ : ৰহিঙীয়া শৰণাৰ্থীৰ দৰে অৱস্থা হোৱাৰ আশংকা সীতাৰাম য়েচুৰীৰ

নতুন দিল্লীত শুকুৰবাৰে এক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি জ্যেষ্ঠ বাওঁপন্থী নেতা সীতাৰাম য়েচুৰীয়ে কয় যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ পৰিবলগীয়া...

Read moreDetails

কলাগুৰু মহোৎসৱ : পোষ্টাৰ মুকলি অনুষ্ঠানত কেক কাটি সফলতা কামনা জুবিনৰ

অহা ২১ আৰু ২২ জানুৱাৰিত তেজপুৰত আয়োজন কৰা হৈছে কলাগুৰু মহোৎসৱৰ।কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সৃষ্টিৰাজিক প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে কলাগুৰু ফাউণ্ডেশ্যনে...

Read moreDetails

ৰংজুলিত গাৰো যুৱকৰ প্ৰশংসনীয় পদক্ষেপ : প্লাষ্টিকৰ সামগ্ৰীৰে গঢ়িছে উদ্যোগ

প্লাষ্টিকৰ ফিটা আৰু নিজৰ শিল্প নৈপুণ্যতাৰে অৰ্থনৈতিক ভেটি গঢ়িছে ৰংজুলিৰ যুৱক মাইকেল মোমিনে। ৰংজুলিৰ বুদুলুং গাৰোপাৰা নিবাসী মাইকেল আৰু তেওঁৰ...

Read moreDetails

চাৰিজনীয়া গভাইত চোৰে চিনেমাৰ কায়দাৰে হত্যা কৰিলে পশুধনৰ মালিকক

নগাঁও জিলাৰ চামগুৰি আৰক্ষী চকীৰ অধীনৰ মোৱামাৰি আৰক্ষী চকীৰ অন্তৰ্গত বাজিয়াগাঁওৰ বৰমাবিলত চাৰিজনীয়া চোৰৰ দলে পশুধন চুৰি কৰিবলৈ আহি এজনক হত্যা কৰি...

Read moreDetails
Page 4739 of 5967 1 4,738 4,739 4,740 5,967

Stay Connected

Recent News