মিচদ কলেৰে সদস্য ভৰ্তি কৰা বিজেপি দল অসমত “মিচিং” হৈ যাব নেকি? জাতি-মাটি-ভেটি ৰক্ষাৰ ঢৌৰে শাসনলৈ আহি মাত্ৰ ডেৰ বছৰতে...
Read moreDetailsবাক্সাৰ জালাহত আজি মাক আৰু বিবাহিত জীয়েকে একেলগে চিপ লৈ আত্মহত্যা কৰা ঘটনাই অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য...
Read moreDetailsভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আজি ২৯ নৱেম্বৰ বৃহস্পতিবাৰে বৰঝাৰৰ বায়ুসেনাঘাটীত থকা ১১৮ হেলিকপ্টাৰ য়ুনিটত উপস্থিত হয়। বৰঝাৰৰ ভাৰতীয় বায়ুসেনাঘাটীত থকা...
Read moreDetailsহাতত এটা বৃহৎ শূন্য লৈ আসন্ন পঞ্চায়ত নিৰ্বাচনত নামিছে অসমৰ বৰ্তমানৰ অন্যতম শাসক দল অসম গণ পৰিষদ। কোনো ইস্তাহাৰ নোহোৱাকৈয়ে...
Read moreDetailsকুম্ভকৰ্ণ নিদ্ৰাত আছে কংগ্ৰেছৰ শাসন কালৰে পৰা স্বাস্থ্য বিভাগৰ দায়িত্বত থকা ‘দক্ষ’ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। তেওঁৰে কাৰ্য্যকালত চলিত...
Read moreDetailsসমাগত পঞ্চায়ত নিৰ্বাচন ৰাজ্যখনৰ ৰাজনৈতিক দলবোৰৰ শক্তি পৰীক্ষাৰ এক উপযুক্ত সুযোগ হিচাপে পৰিগণিত হৈছে। অসমৰ প্ৰধান ৰাজনৈতিক দল হিচাপে বিজেপি,কংগ্ৰেছ...
Read moreDetailsযোৱা ২৭ নৱেম্বৰে গুৱাহাটীৰ আঞ্চলিক পাৰপত্ৰ বিষয়াৰ ব্যক্তিগত সহায়িকা হিচাপে কৰ্মৰত নিম্নবৰ্গৰ সহায়িকা অঞ্জলি দাস ঠাকুৰীয়াক চিবিআই, গুৱাহাটীৰ বিশেষ ন্যায়াধীশে...
Read moreDetailsকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২৭ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা বিৰল প্ৰজাতিৰ দল হৰিণ সমীক্ষাৰ আজি ফলাফল ঘোষণা কৰা হয়। এই বৰ্ষৰ...
Read moreDetailsচিৰাং জিলাৰ বড়োবাজাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত ২নং আব্দাগুৰী প্ৰাথমিক বিদ্যালয়ত বৰ্তমান নাই এজনো শিক্ষক। যোৱা ১৪ দিন ধৰি কোনো শিক্ষক...
Read moreDetailsপঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে বাৰুকৈয়ে জোকাৰি গৈছে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছক। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰদানত বৰপেটা জিলা কংগ্ৰেছ দলৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd