জাজৰিৰ শিমলুতলত যুৱক আটক; ঘৰৰ পৰা পিষ্টল উদ্ধাৰ

নগাঁৱৰ জাজৰি আৰক্ষীৰ এক সফল অভিযানত আজি পিষ্টলসহ এজন যুৱক আটক কৰা হয়। ধৃত যুৱকজনক স্থানীয় মাজগাঁৱৰ গুণীন শৰ্মা বুলি...

Read moreDetails

‘ভেন্সাৰ’ নিৰাময়ত বিফল চৰকাৰ; প্ৰাণ ত্যাগ অসমৰ ইজনৰ পিছত সিজন শিক্ষকৰ!

অসমৰ পৰা ‘ভেন্সাৰ’ শিক্ষানুষ্ঠানক ‘চিৰবিদায়’ৰ আশ্বাস দি শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই ‘পলায়ন’ কৰাৰ অভিযোগত শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চই গান্ধী জয়ন্তীৰ দিনাই দিচপুৰত...

Read moreDetails

তেজপুৰত ‘সংবাদ, সাংবাদিকতা আৰু তেজপুৰৰ সংবাদ কৰ্মীৰ ৰূপৰেখা’ শীৰ্ষক গ্ৰন্থ উন্মোচন

আজি তেজপুৰ সাহিত্য সভা, শোণিতপুৰ জাৰ্ণেলিষ্ট যুনিয়ন আৰু তেজপুৰ প্ৰেছ ক্লাবৰ সহযোগত তেজপুৰৰ সাহিত্য সভা ভৱনত বিয়লি অনুষ্ঠিত হয়  এক...

Read moreDetails

অৱশেষত পতঞ্জলিয়ে ক্ষমা বিচাৰিলে অসমবাসীৰ ওচৰত; সতীনাথ বাৰালক দায়িত্বৰ পৰা অব্যাহতিৰ আহ্বান

শংকৰদেৱক অপমান কৰাৰ লগতে অসমবাসীক মূৰ্খ বুলি কোৱা পতঞ্জলিৰ যোগ নিৰীক্ষক সতীনাথ বাৰালক উত্তৰ-পূবৰ দায়িত্বৰ পৰা অব্যাহতি দিবলৈ আহ্বান জনাইছে...

Read moreDetails

আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত লিডুত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ জোঁ‌ৰ সমদল

আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে আজি সন্ধ্যা এক প্ৰতিবাদী জোঁ‌ৰ সমদল কাৰ্য্যসূচী...

Read moreDetails

গৌৰীসাগৰত যোগ নিৰীক্ষক সতীনাথ বাৰালৰ প্ৰতিমূৰ্তি দাহ

২৯ ছেপ্তেম্বৰত পতঞ্জলিৰ যোগ নিৰীক্ষক সতীনাথ বাৰালে দৰং জিলাৰ দুনীত এক যোগ শিবিৰত অংশ লৈ জগত গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক...

Read moreDetails

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অচলাৱস্থা : আলোচনাৰ বাবে বি এছ য়ুক আমন্ত্ৰণ মুখ্য মন্ত্ৰীৰ

বড়োলেণ্ড বিশ্ববিদ্যালয়ত নতুন উপাচাৰ্য নিযুক্তিৰ দাবীত বড়োলেণ্ড ছাত্ৰ সন্থাই চলাই থকা অনিৰ্দিষ্টকালীন ধৰ্মঘটে দহদিন অতিক্ৰম কৰিছে। ফলত বিশ্ববিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ নষ্ট...

Read moreDetails

ছবিঘৰতো সফলতা দেখুৱাইছে অস্কাৰমুখী ভিলেইজ ৰকষ্টাৰ্ছে; স্বেচ্ছাই পোষ্টাৰিং কৰি ফুৰিছে অভিযন্তা তপন লহকৰে

এটাৰ পাছত আনটো সফলতাৰ ডেওনা অতিক্ৰম কৰা ৰীমা দাসৰ ভিলেইজ ৰকষ্টাৰ্ছ এইবাৰ ছবিঘৰতো দৰ্শকৰ আদৰ বুটলিবলৈ সক্ষম হৈছে। অসমৰ আটাইবোৰ...

Read moreDetails

অমিত শ্বাহ সুবিধাবাদী আৰু দুমুখীয়া নীতিৰ নেতা : সদৌ অসম বেংগলী ঐক্য মঞ্চ

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে অসমৰ বেংগলী সম্প্ৰদায়ক আঙুলি টোৱাই কৰা মন্তব্যত জাঙুৰ খাই উঠিছে সদৌ অসম বেংগলী ঐক্য মঞ্চই।...

Read moreDetails

শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত আছুৰ বিনামূলীয়া চিকিৎসা শিবিৰ

শোণিতপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰৰ অতিকৈ পিছপৰা বগীজুলি গাঁৱৰ ৪নং বগীজুলি প্ৰাথমিক বিদ্যালয়ত আজি চাৰিদুৱাৰ শাখা ছাত্ৰ সন্থা, ৰক্তদাতা আৰু অনন্ত...

Read moreDetails
Page 4994 of 5958 1 4,993 4,994 4,995 5,958

Stay Connected

Recent News