সমগ্ৰ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি কৰা অসম লোকসেৱা আয়োগৰ ধনৰ বিনিময়ত চাকৰি কেলেংকাৰিৰ তদন্ত কৰি থকা আৰক্ষী গোটে এইবাৰ এই কেলেংকাৰিটোত...
Read moreDetailsবিধান সভাৰ বাজেট অধিবেশন চলি থকাৰ সময়তে আজি সদৌ অসম প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনি ও সহায়িকা সন্থাই দৰমহা বৃদ্ধিৰ...
Read moreDetails৬ৰ পৰা ২০১৪ বছৰ বয়সৰ সকলো শিশুকে বিনামূলীয়া আৰু বাধ্যতামূলকভাৱে প্ৰাথমিক শিক্ষা দিয়াৰ বাট সুচল কৰাৰ লগতে অন্যান্য কিছুমান গুৰুত্বপূৰ্ণ...
Read moreDetailsমঙলবাৰে লোকসভাৰ মজিয়াত প্ৰকাশ কৰা এক তথ্যই অসমৰ শান্তি-শৃংখলা পৰিস্থিতিৰ ফোফোলা স্বৰূপ উদঙাই দিছে। গৃহ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হন্সৰাজ...
Read moreDetailsচলি থকা অসম উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাৰ ৰসায়ন বিজ্ঞান, গণিত আৰু পদাৰ্থ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হৈছে বুলি উঠা...
Read moreDetailsপাঞ্জাব নেশ্যনেল বেংকৰ কেলেংকাৰিয়ে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ মাজতে অসমতো এই বেংকটোত সংঘটিত এক কেলেংকাৰিৰ তথ্য পোহৰলৈ আহিছে। জানিব...
Read moreDetailsঅসমৰ নাট্যপ্ৰেমীৰ বাবে সুখবৰ। বিশ্বৰ সৰ্ববৃহৎ নাট্য মহোৎসৱ 'থিয়েটাৰ অলিম্পিক' ২০১৮ৰ অংশ হ’বলৈ ওলাইছে অসমৰ প্ৰধান চহৰ গুৱাহাটী। ৰাষ্ট্ৰীয় নাট্য...
Read moreDetailsত্ৰিপুৰা বিধানসভা নিৰ্বাচনত শাসনাধিষ্ঠিত বাওঁপন্থী দল পৰাজিত হোৱাৰ পাছতে ৰাজ্যখনত অভাৱনীয় হাৰত বৃদ্ধি পোৱা হিংসাত্মক কাৰ্যকলাপৰ বিৰুদ্ধে দেশৰ ঠায়ে ঠায়ে...
Read moreDetailsঅত্যন্ত মেধাৱী, কে চি দাস কমাৰ্চ কলেজৰ ছাত্ৰী স্নাতক মহলাৰ ছাত্ৰী শ্বেতা আগৰৱালাৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ তদন্তত এই কথা পোহৰলৈ আহিছে...
Read moreDetails৩৩ কোটি টকীয়া বিজ্ঞাপন কেলেংকাৰিত অভিযুক্ত জনসংযোগ বিভাগৰ প্ৰাক্তন সঞ্চালক ৰঞ্জিত গগৈৰ জামিন আবেদন নাকচ কৰিছে অসমৰ বিশেষ আদালতে। ফলত...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd