চলিত বিশ্বকাপ ছিজনত ভাৰতীয় পেচাৰ মহম্মদ ছামি ২২ গজৰ খেলপথাৰত ধুমুহাৰ সৃষ্টি কৰিছে। তেওঁ মাত্ৰ ৪ খন খেল খেলিয়েই ভাৰতীয়...
Read moreDetailsভাৰতৰ বেংকসমূহ ৰাষ্ট্ৰীয়কৰণৰ ক্ষেত্ৰত চৰকাৰৰ কৌশল প্ৰণয়নত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ধ্ৰুব নাৰায়ণ ঘোষৰ মঙলবাৰে কলকাতাৰ এখন চিকিৎসালয়ত মৃত্যু হয়।...
Read moreDetailsসেনা-অৰ্ধসামৰিক বাহিনীৰ যুঁজত দিশহাৰা হৈ পৰিছে চুডান! আঠ মাহ ধৰি চলি থকা এই গৃহযুদ্ধত সাধাৰণ মানুহে প্ৰাণ হেৰুৱাইছে। ‘ৰেপিড ছাপৰ্ট...
Read moreDetailsথানাত থকা জব্দ কৰা সুৰা খাই সাং কৰাৰ অভিযোগত অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। অৱশ্যে অভিযুক্ত মানুহ নহয়, আৰক্ষীয়ে নিজেই এন্দুৰৰ...
Read moreDetailsৱানখেড়েত আফগানিস্তানৰ বিৰুদ্ধে গ্লেন মেক্সৱেলে এক অবিশ্বাস্য ইনিংছ খেলিছিল। তেওঁৰ অপৰাজিত ২০১ ৰানৰ সুবাদতে প্ৰায় পৰাস্ত হোৱা মেচখনত জয়লাভ কৰিছিল...
Read moreDetailsইতিমধ্যে ছেমি ফাইনেলৰ সপোন শেষ হৈছিল। ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডৰ বাবে এইবাৰৰ প্ৰদৰ্শন লজ্জাজনক। পৰাজয়ৰে আৰম্ভ হৈছিল বিশ্বকাপ। দ্বিতীয়খন মেচত জয়ৰ...
Read moreDetailsজন্মদিনৰ উপহাৰ পাইছিল আৰু সেই উপহাৰে কাঢ়ি লৈ গ’ল প্ৰাণ। ঘটনাৰ বলি ইউক্ৰেইনৰ সেনাৰ কমাণ্ডাৰ ইন চীফ। এক মৰ্মান্তিক ঘটনাত...
Read moreDetailsবুধবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা অঞ্চলত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ। প্ৰাথমিক খবৰ অনুসৰি বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ ৭ নম্বৰ গেটৰ সমীপত মৃতদেহটো...
Read moreDetailsবুধবাৰে পুৱা ডিব্ৰুগড়ৰ মোহনাঘাট অঞ্চলত পিণ্ড দান কৰিবলৈ লোৱাৰ সময়তে ব্ৰহ্মপুত্ৰত উটি যায় দুই ভাতৃ। আজি পুৱা ৮.৪৫ বজাত এই...
Read moreDetailsবুধবাৰে প্ৰায় ৩০ কেজি পৰিমাণৰ ৬ কোটি টকাৰ আফিং জব্দ কৰে কামৰূপ মহানগৰ আৰক্ষীয়ে। কামৰূপ আৰক্ষী আৰু বিশেষ টাস্ক ফ’ৰ্চে...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd