পাকিস্তানৰ মিয়ানৱালীৰ বায়ুসেনাৰ প্ৰশিক্ষণ ঘাটিত সংঘটিত হয় এক ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ। শনিবাৰে পুৱা ছয়জন সন্ত্ৰাসবাদীয়ে গধুৰ অস্ত্ৰৰে বিমান ঘাটিটোত আক্ৰমণ...
Read moreDetailsছৌদি আৰৱ এতিয়া বিশ্বৰ তাৰকা ফুটবলাৰৰ নতুন ঠিকনা। ক্রিষ্টিয়ানো ৰোনাল্ডোৰ পৰা আৰম্ভ কৰি নেইমাৰলৈকে তাৰকাসকলে নিজৰ ফুটবল দক্ষতা প্রদর্শন কৰি...
Read moreDetailsযিসকল পুৰুষে অত্যধিক মোবাইল ফোন ব্যৱহাৰ কৰে তেওঁলোকে এতিয়া সাৱধান হোৱা উচিত। অন্যথা অনাগত দিনত ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে।...
Read moreDetailsবিশ্বকাপত আফগানিস্তানৰ স্বপ্নৰ দৌৰ চলি আছে। সেই সপোনৰ ৰথত উঠি আফগানিস্তানে ছেমি ফাইনেলৰ আৰু কাষ চাপিছে। শুকুৰবাৰে প্ৰায় একপক্ষীয় খেলত...
Read moreDetailsযোৱা নিশা নেপালকে ধৰি উত্তৰ ভাৰতৰ বিস্তৃত অঞ্চল এক প্ৰবল ভূমিকম্পই জোকাৰি যায়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৪।...
Read moreDetailsআজি দিনজোৰা কাৰ্যসূচীৰে গুৱাহাটীৰ অসম সাহিত্য সভাৰ সংগীতাচাৰ্য লক্ষীৰাম বৰুৱা সদনত ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত হয়। ৰাইজৰ...
Read moreDetailsগুৱাহাটীৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি (আই আই টি-জি)ৰ কেম্পাছত বৃহস্পতিবাৰে এগৰাকী শিক্ষাৰ্থীৰ কৰুণ মৃত্যু হোৱা বুলি কৰ্তৃপক্ষই অৱগত কৰিছে। প্ৰতিষ্ঠানটোৰ...
Read moreDetailsকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা আৰু বাগৰি বনাঞ্চলত বুধবাৰে আনুষ্ঠানিকভাৱে হাতী ছাফাৰী মুকলি কৰা হয়। ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকে হাতী ছাফাৰী উদ্বোধন...
Read moreDetailsজনগণৰ সমস্যা সমাধান কৰাৰ বিপৰীতে জীপাল কৃষক-শ্ৰমিক সংঘৰ নেতা সোণেশ্বৰ নৰহক মাজনিশা ফোন কৰি আৰক্ষীয়ে থানালৈ মতাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ...
Read moreDetailsভূটানৰ ৰজা জিগমে খেছাৰ নামগয়েল ৱাংচুকে তিনিদিনীয়া অসম ভ্ৰমণৰ বাবে শুকুৰবাৰে (০৩ নৱেম্বৰ) গুৱাহাটীত উপস্থিত হয়। ভূটানৰ ৰজাক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd